Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এন আৰ এলৰ ধৰ্ষণ কাণ্ডক লৈ শোধনাগাৰ কৰ্তৃপক্ষৰ মৌনতাত ৰহস্যৰ সৃষ্টি

অভিযুক্ত বিষয়াক নিলম্বন কৰা পত্ৰ ৰাজহুৱা কৰাৰ দাবী

publisher by publisher
August 25, 2021
in Assam, India, News
Reading Time: 1 min read
0
এন আৰ এলৰ ধৰ্ষণ কাণ্ডক লৈ শোধনাগাৰ কৰ্তৃপক্ষৰ মৌনতাত ৰহস্যৰ সৃষ্টি
6
SHARES
59
VIEWS
ShareShareShareShare

RelatedPosts

নিবনুৱাক বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

এন আৰ এলৰ মুখ্য দ্বাৰত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ

এন আৰ এল ‘মেনেজমেণ্ট’ত চৰম অৰাজকতা

অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰত কৰ্মৰত উচ্চপদস্থ বিষয়াই নিম্নবৰ্গৰ মহিলা কৰ্মীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগৰ পাছতে গোলাঘাট আৰক্ষীয়ে অভিযুক্ত বিষয়া নীহাৰ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে ৮৫৫ জন ছহিদৰ আত্ম বলিদানৰ পাছত গঢ় লৈ উঠা ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ গৰিমাত এই ঘটনাই কালিমা সানিলে বুলি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ADVERTISEMENT

তদুপৰি, শোধনাগাৰৰ বিষয়া সন্থা, মৰঙি প্ৰেছ ক্লাবকে আদি কৰি দল-সংগঠনে মহিলা গৰাকীক উচিত ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰি ‘চেক্সুৱেল হাৰেচমেণ্ট অন উইমেন এট ৱৰ্ক প্লেচ (প্ৰিভেনচন, প্রটেকচন, ৰিড্ৰেচেল) এক্ট-২০১৩’ৰ অধীনত তদন্তৰ দাবী জনায়। কিন্তু, ইয়াৰ পাছতো শোধনাগাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো, ঘটনাক কেন্দ্ৰ কৰি এই পৰ্যন্ত শোধনাগাৰৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰেছ বিবৃত্তি অথবা সংবাদ মেল দিয়া হোৱা নাই।

তিনি নিযুত মেট্ৰিক টন শোধন ক্ষমতাৰ পৰা ন নিযুত মেট্ৰিক টনলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱাৰ প্ৰকক্ষণত উদ্ভৱ হোৱা এনে অবাঞ্চিত ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। শোধনাগাৰটোত ইয়াৰ পূৰ্বেও এনে বহু ঘটনা সংঘটিত হৈ আহিছে আৰু বিষয়বোৰ গাপ দি থকা হৈছে বুলিও গুৰুতৰ অভিযোগ উঠিছে।

এনে পৰিপ্ৰেক্ষিতত শোধনাগাৰৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মাই সংঘটিত কৰা এই আমানৱীয় ঘটনাকো গাপ দিবলৈ নানান কৌশল অৱলম্বন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলা গৰাকীয়ে এন আৰ এলৰ আভ্যন্তৰীণ অভিযোগ কমিটী আৰু উইমেন ইন পেট্ৰলিয়াম চেক্টৰৰ নুমলীগড় শোধনাগাৰ শাখাত বিতং তথ্যৰে অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে বন্ধৰ দিনাকে ধৰি এন আৰ এলৰ ভিতৰ চ’ৰাত মুঠ চাৰিখনকৈ সভাও অনুষ্ঠিত হয়। প্ৰতি মুহূৰ্ততে নিজৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিৰুদ্ধে অবিচলভাৱে থিয় দি অহা ভুক্তভোগী মহিলাগৰাকীক বিভিন্ন ধৰণৰ ভয় আৰু ভাবুকিৰে বিষয়টোৰ পৰা আঁতৰি থাকিবলৈকো আওপকীয়া সৱধানবাণী শুনোৱা হয় বুলিও প্ৰকাশ পাইছে। কিন্তু, মহিলাগৰাকীয়ে ন্যায়ৰ আশাত বিভিন্ন মহলৰ কাষ চাপে আৰু অৱশেষত অভিযুক্ত বিষয়া গৰাকী গ্ৰেপ্তাৰ হয়।

ঘটনাৰ এমাহ আৰু অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ আজি পাঁচ দিন অতিক্ৰম কৰিলে যদিও শোধনাগাৰ কৰ্তৃপক্ষই বিষয়টো সম্পৰ্কে কোনো স্থিতিয়ে ৰাজহুৱা কৰা নাই। ইয়াকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে।

উল্লেখ্য যে অভিযুক্ত বিষয়া গৰাকী গ্ৰেপ্তাৰ হোৱাৰ তিনিদিনৰ পাছত শোধনাগাৰৰ তৰফৰ পৰা বিষয়া গৰাকীক নিলম্বন কৰা হৈছে বুলি ওলাইছে যদিও আনুষ্ঠানিকভাৱে ইয়াৰো ঘোষণা হোৱা নাই। এনে ক্ষেত্ৰত এইটোও এন আৰ এলৰ দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ এটা কৌশল বুলি গুৰুতৰ অভিযোগ কৰিছে একাংশ দল-সংগঠনে।

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰেছ বিবৃতিযোগে নিলম্বন প্ৰক্ৰিয়া সন্দেহৰ অৱৰ্তত থকাৰ গুৰুতৰ অভিযোগ কৰে। লগতে নিলম্বন পত্ৰ ৰাজহুৱা কৰাৰো দাবী জনায়। শোধনাগাৰটোৰ সমীপৱৰ্তী বাসিন্দা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম ছাত্ৰ নেতা পিন্টু গগৈয়ে আজি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰে যে ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমীয়াই লাভ কৰা শোধনাগাৰটোৰ যন্ত্ৰীকৰণ বিভাগৰ উপ-মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাই কালিমা সানিছে। যাৰ বাবে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু তেনে এগৰাকী বিষয়াক একাংশ দালাল চক্ৰই সমগ্ৰ ঘটনা গাপ দিবলৈ নানা পন্থা হাতত লৈছে আৰু তাৰ পাছত শোধনাগাৰ কৰ্তৃপক্ষই অতি কৌশলগতভাৱে চৰিত্ৰহীন লম্পট নীহাৰ প্ৰসাদ শৰ্মাক নিলম্বন কৰা হৈছে বুলি বিভিন্ন ধৰণে প্ৰচাৰ অব্যাহত ৰাখিছে।

যদিহে শোধনাগাৰ কৰ্তৃপক্ষই প্ৰকৃততে যন্ত্ৰীকৰণ বিভাগৰ উপ-মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাক নিলম্বন কৰিছে তেনেহ’লে কি নীতিত সংবাদ মাধ্যম অথবা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানটোৰ ভিতৰ চ’ৰাত ৰাজহুৱা জাননী ফলকত শৰ্মাক নিলম্বন কৰাৰ পত্ৰখন আৰিবলৈ সাহস কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰে। লগতে অতি শীঘ্ৰে পত্ৰ ৰাজহুৱা কৰাৰ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chatra Mukti Sangram SamitiNRL
publisher

publisher

Related Posts

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d