Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তালিবানৰ মুৰব্বীৰ ৰহস্যজনক অৱস্থিতি

প্ৰকৃততে কান্দাহাৰত আছে নে ? শীঘ্ৰে আত্মপ্ৰকাশ কৰিবঃ মুখপাত্ৰ

publisher by publisher
August 31, 2021
in News
Reading Time: 1 min read
0
তালিবানৰ মুৰব্বীৰ ৰহস্যজনক অৱস্থিতি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

পাকিস্তানত তালিবানৰ আক্ৰমণ ! গ্রেনেড আক্ৰমণত মৃত পাঁচজন

আফগানিস্তানত ক্ষমতা দখলৰ পাছত তালিবানৰ বিভিন্ন প্ৰভাৱশালী নেতাই ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিলেও ৰহস্যজনকভাৱে আজিও লোকচক্ষুৰ আঁৰতে আছে ইয়াৰ মুৰব্বী হিবাতুল্লা আখুন্দাজাদা । যোৱা ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা বিভিন্ন পৰ্যায়ত তালিবান সদস্য‌ই কাবুলত প্ৰৱেশ কৰিছে । ইয়াৰে ভিতৰত আছে কঠোৰপন্থী কমাণ্ডো বাহিনী, সশস্ত্ৰ মদ্ৰাছা শিক্ষাৰ্থীসকল আৰু বহু বছৰ ধৰি নিৰ্বাসনত থকা বিভিন্ন পৰ্যায়ৰ নেতাসকল । কেৱল দৃশ্যমান হোৱা নাই সংগঠনটোৰ মুৰব্বীজন । অৱশ্যে তালিবানে জনোৱা মতে, আখুন্দাজাদা সম্প্ৰতি আফগানিস্তানতে আছে । তৎকালে তেওঁ ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিব ।

ADVERTISEMENT

তালিবানৰ মুখপাত্ৰ জাবিহুল্লা মুজাহিদে কয়, ‘তেওঁ বৰ্তমান কান্দাহাৰতে আছে । আৰম্ভণিৰ পৰা তেওঁ তাতে বসবাস কৰি আছে ।’ বাহিনীটোৰ উপ-মুখপাত্ৰ গিলাল কৰিমীয়ে লগতে কয়, ‘তেওঁ সোনকালে ৰাজহুৱাভাৱে দেখা দিব ।’ ২০১৬ৰে পৰা তালিবান বাহিনীৰ নেতৃত্ব দি আহিছে আখুন্দাজাদাই । সন্ত্ৰাসবাদৰ সামাজ্যৰ নেতৃত্ব লোৱাৰ পাছত তেওঁ বিভাজিত জেহাদী আন্দোলনক একত্ৰিত কৰাৰ কষ্টসাধ্য প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল । ক্ষমতালিপ্সাৰে তিক্ত জেহাদীজনক পুনৰ একত্ৰিত কৰি তালিবান মুৰব্বীয়ে বিশেষ পৰিস্থিতি লাভ কৰিছিল । এই মুৰব্বীৰে ৰহস্যজনক অৱস্থানক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে । তালিবান মুৰব্বীৰ ৰহস্যজনক নিৰৱতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে মুখপাত্ৰ মুজাহিদে দাবী কৰে, ‘ঈশ্বৰে ইচ্ছা কৰিলে, সোনকালে আপোনালোকে তেওঁক দেখা পাব ।’

উল্লেখ্য যে তালিবানৰ প্ৰতিষ্ঠাতা মোল্লা ওমৰৰ মৃত্যুৰ বাতৰি নেতৃত্ব‌ই গোপনে ৰখাৰ বিষয়টো ফাদিল হৈ পৰাত বাহিনীটোৰ মাজত আভ্যন্তৰীণ কন্দলে অতি তিক্ত ৰূপ লৈছিল । এটাৰ পাছত আনটো মাধমাৰ পৰিছিল এই বাহিনীৰ ওপৰত । এনে ভংগুৰ অৱস্থাত তালিবানক পুনৰ একত্ৰিত কৰাত একপ্ৰকাৰ সফল হোৱা আখুন্দাজাদাৰ দৈনন্দিন ভূমিকাৰ বিষয়ে বিশেষ জনা নাযায় । ইছলামিক বন্ধ দিনবোৰত বাৰ্ষিক বাৰ্তা প্ৰকাশতে তেওঁৰ ৰাজহুৱা পৰিচিতি সীমাবদ্ধ হৈ আছে । আজি পৰ্যন্ত তালিবানে তেওঁৰ মাত্ৰ এখন ফটোহে প্ৰকাশ কৰিছে । কোনো ৰাজহুৱা স্থানতে তেওঁক কোনেও দেখা নাই । তদুপৰি তেওঁ ক’ত থাকে তাৰ বিষয়ে যৎসামান্য লোকহে জ্ঞাত বুলি কোৱা হয় । ১৫ আগষ্টত কাবুল দখলৰ পাছত এই পৰ্যন্ত তালিবান বাহিনীয়ে আখুন্দাজাদাৰ গতিবিধি সন্দৰ্ভত কোনো কথাই প্ৰকাশ কৰা নাই । ইয়াৰ পৰিৱৰ্তে তালিবানৰ বিভিন্ন গোটৰ মুৰব্বীসকলে কাবুলৰ মছজিদত ধৰ্মীয় ব্যাখ্যা আগবঢ়াইছে, বিৰোধী নেতাসকলৰ সাক্ষাৎ কৰাই নহয়, শেহতীয়া দিনবোৰত আফগানিস্তানৰ ক্ৰিকেট বিষয়ববীয়াৰ স’তেও বাৰ্তালাপ কৰিছে ।

ৰহস্যজনক নিৰৱতা

শীৰ্ষ নেতৃত্বক লোকচক্ষুৰ পৰা আঁতৰত ৰখা তালিবান বাহিনীৰ এক দীঘলীয়া ইতিহাস আছে । এই গোটৰ দুৰ্ধৰ্ষ প্ৰতিষ্ঠাতা মোল্লা মহম্মদ ওমৰেও আত্মগোপন কৰি ৰাজহুৱা পৰিচিতিৰ পৰা আঁতৰত থকাৰ ইতিহাস আছে । ১৯৯০ত এই বাহিনীয়ে ক্ষমতা দখলৰ সময়তো কাবুললৈ কাচিৎহে আহিছিল মোল্লা ওমৰ । ইয়াৰ পৰিৱৰ্তে তেওঁ সিংহভাগ সময়তে লোকচক্ষুৰ আঁতৰত থাকিছিল আৰু বিভিন্ন প্ৰতিনিধি দলক সাক্ষাতৰ ক্ষেত্ৰতো অনীহা প্ৰকাশ কৰিছিল । অধিকাংশ সময়তে তালিবানৰ জন্মভূমি কান্দাহাৰৰ ঘাটিতে আছিল মোল্লা ওমৰ ।

কান্দাহাৰেই ১৯৯০ত তালিবানৰ দমনমূলক কোঠৰপন্থী চৰকাৰৰ পৃষ্ঠভূমি হৈছিল । এইদৰে দূৰে দূৰে থাকিলেও মোল্লাৰ শব্দ‌ই আছিল আইন । সম্প্ৰতি ওমৰৰ দৰেই আখুন্দাজাদাৰ আচৰণ এই ক্ষেত্ৰত একেই বুলি মন্তব্য কৰে আন্তৰ্জাতিক বিশেষজ্ঞসকলে । ইণ্টাৰনেচনেল ক্ৰাইচিছ গ্ৰুপৰ এছিয়া খণ্ডৰ মুৰব্বী লৰেণ মিলাৰে কয় যে নিৰাপত্তাজনিত কাৰণতো তালিবান মুৰব্বীয়ে বোধহয় গোপনীয়তা অৱলম্বন কৰি আহিছে । কিয়নো আখুন্দাজাৰদাৰ পূৰ্বসূৰী মোল্লা আখটাৰ মনছুৰ মাৰ্কিন ড্ৰ’ন আক্ৰমণত নিহত হৈছিল ।

মনকৰিবলগীয়া যে মনছুৰ নিহত হোৱাৰ পাছতে তালিবান বাহিনীত চৰম বিশৃংখলতাই গা কৰি উঠিছিল । মিলাৰৰ মতে মুৰব্বীক লৈ সৃষ্টি হোৱা সন্দেহ মাৰ নিয়াবলৈ তালিবানৰ মুখপাত্ৰ‌ই অতি সোনকালেই আখুন্দাজাদাই ৰাজহুৱাভাৱে দেখা দিব বুলি কৈছে । অৱশ্যে ৰাজহুৱা আত্মপ্ৰকাশৰ পাছত তেওঁ পুনৰ গোপনে থাকি দূৰৈৰ পৰাই মোল্লা ওমৰৰ দৰে ৰিম’ট কণ্ট্ৰ’লেৰে কৰ্তৃত্ব খটুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মিলাৰে কয় ।

মনকৰিবলগীয়া যে সুদীৰ্ঘ বছৰ ধৰি আখুন্দাজাদাৰ স্বাস্থ্যক লৈ নানা ধৰণৰ চৰ্চা অব্যাহত আছে । এনে বিভিন্ন উৰাবাতৰিৰ মাজতে আখুন্দাজাদাৰ অনুপস্থিতিয়ে সন্দেহ অধিক গাঢ় কৰি তুলিছে । পাকিস্তান আৰু আফগানিস্তানৰ বিভিন্ন মহলৰ চৰ্চা অনুসৰি আখুন্দাজাদা ক’ভিড সংক্ৰমিত হৈছে অথবা হয়তো বোমা আক্ৰমণত তেওঁৰ মৃত্যু হৈছে । এই উৰা বাতৰিসমূহৰ সত্যতা প্ৰমাণৰ বিশেষ কোনো উপায় নাই, কিন্তু সম্প্ৰতি তেওঁৰ গোপনীয়তা তুমুল চৰ্চাৰ বিষয় হৈছে ।

২০১৫ত কথা ফাদিল হৈ পৰে যে বহু বছৰ ধৰি মোল্লা ওমৰৰ মৃত্যুৰ বাতৰি তলিবান নেতৃত্ব‌ই গোপন কৰি ৰাখিছিল । এই খবৰ উন্মোচিত হোৱাৰ পাছতে ক্ষমতাক কেন্দ্ৰ কৰি এই বাহিনীৰ ভিতৰত ৰক্তাক্ত সংঘৰ্ষ হয় আৰু বৃহৎ বিভাজন ঘটে ।

আন এক চৰ্চা অনুসৰি আফগানিস্তানৰ পৰা মাৰ্কিন বাহিনী আঁতৰি যোৱাৰ অপেক্ষাত আছে তালিবান । বিদেশী বাহিনী তালিবানৰ ভূমিত থকা পৰ্যন্ত নেতাসকলে আত্মগোপন কৰি থাকে থাকিব বুলি একাংশ বিশেষজ্ঞ‌ই কয় । পাকিস্তানৰ নিৰাপত্তা বিশেষজ্ঞ ইমতিয়াজ গুলে কয় যে তালিবানে বিদেশী বাহিনী ভূমিত থকা পৰ্যন্ত নিজকে জেহাদীৰ স্থিতিত থকা বুলি ভাবে । সেয়েহে এই বাহিনী আঁতৰি নোযোৱালৈকে নেতাসকলক গোপনে ৰাখিছে । সেয়েহে শীৰ্ষ নেতৃত্ব সন্মুখলৈ ওলাই অহা নাই বুলি পাকিস্তানৰ বিশেষজ্ঞসকলে মন্তব্য কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hibatullah AkhundzadaImtiaz GulTalibanZabiullah Mujahid
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d