Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰৱ সাগৰৰ পাৰত প্ৰবাসী অসমীয়া চেমনীয়াক অসমীয়া শিক্ষাৰ পাঠ

ভাদ মাহ উদ্‌যাপনৰ ব্যতিক্ৰমী প্ৰয়াস মুম্বাইৰ অসম সাহিত্য সভাৰ

publisher by publisher
September 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
আৰৱ সাগৰৰ পাৰত  প্ৰবাসী অসমীয়া চেমনীয়াক অসমীয়া শিক্ষাৰ পাঠ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

সভাপতিৰ অভিভাষণ নাই, চৌদিশে চোৰৰ দৌৰাত্ম্য

Bare Sahariya Bhaona:বাৰেচহৰীয়া ভাওনাকলৈ বিতৰ্কৰ সৃষ্টি কৰা ইছমাইল হুছেইনক বিতৰ্ক এৰাই চলিবলৈ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ

Asam Sahitya Sabha : অসম সাহিত্য সভা অসমৰ সকলো সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক অনুষ্ঠান : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

আৰৱ সাগৰৰ পাৰত থাকিও মুম্বাইৰ অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাই এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে অসমৰ পৱিত্ৰ ভাদ মাহ উদ্‌যাপন কৰে । প্ৰৱিত্ৰ ভাদ মাহৰ আৰম্ভণিতে মুম্বাই স্বৰ্ণ শাখা সাহিত্য সভাই গুগল মিটৰ জৰিয়তে অসমৰ লেখক, গৱেষক ইছমাইল হোছেইনক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনায় ।

ADVERTISEMENT

“আজিৰ আধুনিক সমাজত শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰি ইছমাইল হোছেইনে গুৰুজনাৰ কৰ্মৰাজীৰ বিষয়ে কৰা গৱেষণা আৰু গ্ৰন্থসমূহৰ চমু আভাস দিয়ে । অনুষ্ঠানৰ আৰম্ভণিতে মুম্বাই স্বৰ্ণ শাখাৰ আহ্বায়িকা তথা আজীৱন সদস্যা নিলোফাৰ য়াচমিনে এটি বৰগীতেৰে সকলোকে আদৰণি জনায় ।

ভাষণ প্ৰসংগত হোছেইনে শংকৰদেৱৰ ধৰ্ম সাংস্কৃতিক ধৰ্ম, কাৰণ বিজ্ঞানসন্মতভাৱে কৰা আধ্যাত্মিক চিন্তাতহে গুৰুজনাই বিশ্বাস ৰাখিছিল বুলি হোছেইনে কয় । তেওঁ কয় যে, তাহানিৰ দিনতেই গুৰুজনাই ১৪টা ভাষা জানিছিল । অনুষ্ঠানটোৱে প্ৰবাসী অসমীয়াৰ মাজত বেচ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে, মুম্বাই স্বৰ্ণ শাখাই আৰম্ভ কৰা “অসমীয়া শিকো আহা” অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি উদ্যোক্তাসকলে জানিব দিয়ে । গুগল মিটৰ জৰিয়তে চলোৱা এই অনুষ্ঠানটোৰ যোৱা ১৮ আগষ্টৰ দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰা হয় । ইয়াৰ পাছত অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শ‌ইকীয়াৰ স’তে সমূহ ছাত্ৰ-ছাত্ৰীৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত কৰে ।

এই অনুষ্ঠানটোৰ প্ৰতি ডঃ শইকীয়াই কৃতজ্ঞতা জনোৱাৰ লগতে অনুষ্ঠানটোৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে । ডঃ শইকীয়াই এই সম্পৰ্কে মন্তব্য কৰে যে, সাধুকথাৰ জৰিয়তে শিশুসকলক আনন্দ দিয়াৰ লগতে শিক্ষামূলক কথাও শিকাব পাৰি । তেওঁ নৱ প্ৰজন্মক আমাৰ ভাষা আমাৰ গৌৰৱ বুলি অনুভৱ কৰিবলৈ আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asam Sahitya SabhaIsmail HussainKuladhar Saikiaঅসম সাহিত্য সভা
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d