Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

শীতপ্ৰবাহ, তুষাৰপাত, তুষাৰ ধুমুহাৰে সলনি হ’ব এইবাৰৰ শীত !

publisher by publisher
September 6, 2021
in International, News, world
Reading Time: 1 min read
0
শীতপ্ৰবাহ, তুষাৰপাত, তুষাৰ ধুমুহাৰে সলনি হ’ব এইবাৰৰ শীত !
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

ছয় ফুটৰ দূৰত্বতে নিশ্চিত নহয় বিশেষজ্ঞ

আগন্তুক শীতকাল পৰিণত হ’ব পাৰে এক অভূতপূৰ্ব জলবায়ুৰ পৰিৱৰ্তনত । এইবাৰৰ শীতত বৃদ্ধি পাব পাৰে শীতপ্ৰবাহৰ ঘটনা । পূৰ্বতকৈ অধিক দিন ধৰি অব্যাহত থাকিব পাৰে ধাৰাবাহিক শীতপ্ৰবাহ । তদুপৰি একে সময়তে আগন্তুক শীতত হ’ব পাৰে অভিলেখসংখ্যক তুষাৰপাত আৰু তুষাৰ ধুমুহা । ভাৰতসহ সমগ্ৰ উত্তৰ গোলাৰ্ধত আগমন ঘটিব পাৰে অতিমাত্ৰা শীতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতিত দ্ৰুত জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ গড় তাপমাত্ৰা আৰু তাপপ্ৰবাহৰ ঘটনা যিদৰে গ্ৰীষ্মকালত বৃদ্ধি পাইছে, ইয়াৰ স’তে সামঞ্জস্য ৰাখি এইবাৰৰ শীত অধিক শীতল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি জানিবলৈ দিলে বতৰ বিজ্ঞানীয়ে ।

ADVERTISEMENT

আগন্তুক শীতত প্ৰচণ্ড শীতপ্ৰবাহ অব্যাহত থকাৰ লগতে ইয়াৰ স্থায়িত্ব‌ও যথেষ্ট বৃদ্ধি পাব পাৰে । এই অশনি সংকেত দিলে আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ ছায়েন্সে । আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ছায়েন্সত প্ৰকাশিত এক গৱেষণামূলক লেখনিত গৱেষকে জনোৱা অনুসৰি, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত যিদৰে পূৰ্বৰ তুলনাত বৰ্তমানে গ্ৰীষ্মকালত ভয়ংকৰ তাপপ্ৰবাহৰ মাত্ৰা আৰু ঘটনা বৃদ্ধি পাইছে, একে সময়তে ধ্বংসাত্মক ঘূৰ্ণী ধুমুহাৰ প্ৰকোপো পূৰ্বতকৈ বাঢ়িছে । এই প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখিলে চলিত বৰ্ষৰ শীতৰ পৰা এছিয়া, উত্তৰ আমেৰিকা আৰু কানাডাত শীত আৰু শীতপ্ৰবাহৰ মাত্ৰাৰ লগতে স্থায়িত্ব যথেষ্ট বৃদ্ধিৰ শংকা আছে ।

কিয় উত্তৰ গোলাৰ্ধত শীতৰ প্ৰকোপ বৃদ্ধি পাব ?

শীত সমাগত । কিন্তু আগন্তুক শীতত কিয় উত্তৰ গোলাৰ্ধত শীতপ্ৰবাহৰ মাত্ৰা আৰু ঘটনাৰ সংখ্যা বৃদ্ধি পাব । কি কাৰণত গৱেষকসকলে এনে শংকা প্ৰকাশ কৰিলে আমেৰিকাধ এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ ছায়েন্সৰ গৱেষকে ইয়াৰ ব্যাখ্যাও গৱেষণাপত্ৰত উল্লেখ কৰিছে । গৱেষকসকলৰ মতে, উত্তৰ গোলাৰ্ধত এইবাৰৰ শীতকাল অধিক শীতল হোৱাৰ সম্ভাৱনাৰ মূল কাৰণ হৈছে উত্তৰ মেৰুৰ জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন । উত্তৰ গোলাৰ্ধত সম্প্ৰতি উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে লগতে উত্তৰ মেৰুৰ ওপৰৰ বায়ুমণ্ডলৰ গতি প্ৰকৃতিও দ্ৰুতভাৱে সলনি হ’বলৈ ধৰিছে ।

উত্তৰ মেৰুৰ বায়ুমণ্ডলৰ ওপৰৰ স্তৰ ষ্ট্ৰেট’স্ফিয়াৰত কিছু অঞ্চলত এনে এক বিশেষ ধৰণৰ বায়ু চলাচল কৰে যাক বতৰ বিজ্ঞানৰ পৰিভাষাত ‘আৰ্কটিক ষ্ট্ৰেট’স্ফেৰিক প’লাৰ ভৰ্টেক্স’ বুলি কোৱা হয় । গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি, এই ‘প’লাৰ ভৰ্টেক্স’ৰ অঞ্চলৰ অতি দ্ৰুত প্ৰসাৰণ হৈছে আৰু ই অব্যাহত আছে । উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তনৰ পৰিণতিতে এনে অৱস্থাৰ উদ্ভৱ হোৱা বুলি গৱেষকসকলে দাবী কৰিছে । ইয়াৰ ফলতে আমেৰিকা আৰু কানাডাৰ লগতে সমগ্ৰ এছিয়াও এইবাৰৰ শীতত অধিক শীতল হোৱাৰ লগতে শীতপ্ৰবাহৰ ঘটনাৰ মাত্ৰা আৰু স্থায়িত্ব‌ও কে’বাগুণ বৃদ্ধিৰ শংকা আছে ।

তদুপৰি একেটা কাৰণতে আমেৰিকা, কানাডা আৰু এছিয়াত আগন্তুক শীতত প্ৰচণ্ড তুষাৰপাতৰ লগতে তুষাৰ ধুমুহা হোৱাৰ সম্ভাৱনাও আছে বুলি মাৰ্কিন গৱেষকে অধ্যয়নত দাবী কৰিছে । একে সময়তে তাপপ্ৰবাহ আৰু শীতপ্ৰবাহৰ ঘটনা কেনেকৈ উষ্ণতা বৃদ্ধিৰ ফলত সংঘটিত হ’ব পাৰে বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰ দি মেছাছুছেটছ ইনষ্টিটিউট অৱ টেকন’লজী (এম আই টি)ৰ গৱেষক-অধ্যাপক জুডা ক’হেনে এটি সাম্প্ৰতিক ঘটনাৰ কথা উল্লেখ কৰিছে ।

আমেৰিকাৰ টেক্সাছ হৈছে তুলনামূলকভাৱে কিছু উষ্ণ অঞ্চল, এই টেক্সাছতে যোৱা ফেব্ৰুৱাৰীত ভয়াৱহ তুষাৰ ধুমুহাৰ ঘটনা সংঘটিত হৈছিল । টেক্সাছত হঠাতে হোৱা তুষাৰ ধুমুহাৰ এই ঘটনা কে’বাদিনলৈ অব্যাহত আছিল । টেক্সাছৰ এনে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কিন গৱেষকে কয় যে বিশ্বৰ আন উষ্ণ অঞ্চলসমূহতো শীতকালত তুষাৰপাত, তুষাৰ ধুমুহাৰ ঘটনা বৃদ্ধি পোৱাটো অস্বাভাৱিক নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: American Association for the Advancement of ScienceMIT
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d