Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Volcano : আইফেল টাৱাৰতকৈ আঢ়ৈ গুণ উচ্চ আগ্নেয়গিৰিয়ে গা কৰি উঠিছে ভাৰত মহাসাগৰৰ তলিত

publisher by publisher
October 3, 2021
in International, News
Reading Time: 1 min read
0
Volcano : আইফেল টাৱাৰতকৈ আঢ়ৈ গুণ উচ্চ আগ্নেয়গিৰিয়ে গা কৰি উঠিছে ভাৰত মহাসাগৰৰ তলিত
2
SHARES
20
VIEWS
ShareShareShareShare

আইফেল টাৱাৰতকৈ প্রায় আঢ়ৈ গুণ উচ্চ এটা আগ্নেয়গিৰিৰ সৃষ্টি হৈছে এসময়ৰ ফৰাচী উপনিবেশ মাওট্টে দ্বীপৰ কাষৰ ভাৰত মহাসাগৰত । ২০১৮ত দ্বীপটোত এক ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছতে এই আগ্নেয়গিৰিৰ সৃষ্টি হৈছে ।

ADVERTISEMENT

সদ্যোজাত আগ্নেয়গিৰিটোৰ উচ্চতা ভাৰত মহাসাগৰৰ তলদেশতকৈ দুহেজাৰ ৬৯০ ফুট (বা ৮২০ মিটাৰ) উচ্চ ।

RelatedPosts

আঠদিনৰ ভিতৰত দুবাৰ কঁপি উঠিল বাৰেনদ্বীপ

Volcano : আগ্নেয়গিৰিৰ শিখৰ আৰোহণ কৰিবলৈ গৈ বিষাক্ত ধোঁৱাত মৃত্যু যুৱতীৰ

দেশজুৰি হোৱা প্ৰতিবাদৰ বাবে ভাৰতৰ স’তে বন্দৰ চুক্তি বাতিল কৰিলে শ্ৰীলংকাই

আন্তর্জাতিক ভূ-বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ জিঅ’ছায়েন্স’-ত প্রকাশিত এক গবেষণাপত্রত এই খবৰ দিছে । ২০১৯ৰ ফেব্রুৱাৰীৰৰ পৰা ফৰাচী চৰকাৰৰ অর্থসাহায্যত পেৰিছ বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিকসকলে গৱেষণাটো কৰে ।

গৱেষণাটো কৰিবলৈ বিজ্ঞানীসকলে ২০১৮ৰ ১৫ মে’ত মাওট্টে দ্বীপত যি ভয়ংকৰ ভূমিকম্প হৈছিল তাৰ যাৱতীয় তথ্যাদি যুগুত কৰে । সেই ভূকম্পনৰ তীব্রতা ৰিখটাৰ স্কেলত আছিল ৫.৮ কম্পনাংক । সেই কম্পন বিশ্বৰ প্রায় সর্বত্রই অনুভূত হৈছিল । লগতে, বিজ্ঞানীসকলে মহাসাগৰৰ তলদেশত আঠ হেজাৰ ৬০০ বর্গ কিলোমিটাৰ অঞ্চলৰ মানচিত্র প্ৰস্তুত কৰে ‘মাল্টিবিম সোণৰ’ যন্ত্রৰে । প্রতিফলিত হৈ অহা শব্দতৰংগ‌ই জনায় মহাসাগৰৰ তলদেশৰ ভূপ্রকৃতি আৰু তাৰ ৰদবদলৰ পৰিমাণ আৰু চৰিত্র ।

মহাসাগৰৰ ৩,৫০০ কিলোমিটাৰ গভীৰতা পর্যন্ত বিভিন্ন ঠাইত তেওঁলোকে ভূকম্পন মাপক যন্ত্র ‘ছিছম’মিটাৰ’ স্থাপন কৰিছে । তাতেই মহাসাগৰৰ তলদেশৰ ২০ৰ পৰা ৫০ কিলোমিটাৰ তলৰ পৰা তেওঁলোকে প্রায় ১৭ হেজাৰ ভূকম্পনৰ সন্ধান পায় । যি ২০১৮ৰ মে’ত মাওট্টে দ্বীপত হোৱা ভয়াবহ ভূকম্পনৰ উত্তৰতৰংগ বা ‘আফটাৰ ছক’ । ইয়াৰ পূৰ্বে মহাসাগৰৰ ইমান গভীৰত কেতিয়াও কোনো ভূকম্পনৰ উত্তৰতৰংগৰ সন্ধান পোৱা নাই ।

গলেষকসকলে জনাইছে, এই উত্তৰতৰংগৰ কাৰণ, ভূকম্পনৰ ফলত অঞ্চলটোৰ টেকটনিক প্লেটবোৰৰ মাজত প্রচণ্ড সংঘৰ্ষ হৈছে । সেই সংঘৰ্ষৰ ফলতেই ভাৰত মহাসাগৰৰ তলিত এই মহাদৈত্যাকাৰ আগ্নেয়গিৰিৰ জন্ম হৈছে বুলি জনাইছে গৱেষকসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian Oceanvolcano
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d