Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kati Bihu : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালন

নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিল বটাবাৰী নামঘৰ

publisher by publisher
October 18, 2021
in Assam, Culture, India, News
Reading Time: 1 min read
0
Kati Bihu : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালন
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

আহিনৰ সংক্ৰান্তিৰ দিনা অসমীয়া সমাজে পালন কৰা কৃষি ভিত্তিক উৎসৱ হৈছে কাতি বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ বিভিন্ন গ্ৰাম্যাঞ্চলত এই কাতি বিহু পালন কৰা হয় । ওদালগুৰি চহৰৰ সমীপৱৰ্তী বটাবাৰী, খাগ্ৰাবাৰী, বৰ্ণগাঁও, বগৰীবাৰী, আংৰাগা‍ঁও, নলখামৰাকে ধৰি চহৰখনৰ বিভিন্ন গাঁৱত আজি ৰাইজে ঘৰে ঘৰে কাতি বিহু পালন কৰে । বিহু উপলক্ষে পুৱাৰে পৰাই সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা যায় চহা কৃষক ৰাইজৰ মাজত । সন্ধিয়া ঘৰৰ গৃহিনীসকলে পৱিত্ৰ তুলসী গছৰ তলত বন্তি প্ৰজ্বলন কৰি গাঁৱৰ আই-মাতৃসকলে সমষ্ট বিশ্বৰ মংগল কামনা কৰে ।

ADVERTISEMENT

একেদৰে ওদালগুৰিৰ বটাবাৰীতো সতী ৰাধিকা আই-মাতৃ সমাজৰ উদ্যোগত কৃষি পথাৰ তথা তুলসীৰ তলত বন্ত প্ৰজ্বলন কৰি গাঁওখনৰ আই-মাতৃসকলে নাম-কীৰ্তন পৰিৱেশন কৰে । ইয়াৰ জৰিয়তে তেওঁলোকে সমাজৰ অপায় অমংগল দূৰ কৰাৰ কামনা কৰাৰ লগতে বিশ্ববাসীৰ মংগল কামনা কৰে ।

ইয়াৰ পূৰ্বে কৃষকসকলৰ অন্যতম ভৰষা সেউজীয়া কিছুসংখ্যক পথাৰত আকাশবন্তি জ্বলোৱা দেখা গৈছে । অৱশ্যে বিভিন্ন পথাৰত এই আকাশবন্তিৰ সলনি ওখ স্থানত বন্তি প্ৰজ্বলন কৰাও দেখা গৈছে । লোক বিশ্বাস অনুসৰি, এই সময়ছোৱাত ধানৰ গেৰ ওলায় । যাৰ ফলত কীট-পতংগৰ পৰা এই ধান নষ্ট নোহোৱাকৈ ৰখাৰ স্বাৰ্থত আকাশ বন্তি বা বন্তি প্ৰজ্বলন কৰা হয় ।

সমান্তৰালভাৱে কাতি বিহুৰ সন্ধিয়া কৃষকৰ ভৰালঘৰ, পদুলিমুখ তথা ৰান্ধনি ঘৰত এগচিকৈ বন্তি জ্বলাই গাঁওবাসীয়ে ধনৰ অধীস্থাত্ৰী দেৱী লক্ষ্মীক গৃহলৈ আদৰি আনে । ওদালগুৰিৰ গ্ৰাম্য সমাজে কাতি বিহুত ভোগ আৰু আনন্দ উল্লাসৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ পালন কৰি তাহানিৰ পৰম্পৰাসমূহ অটুট ৰাখি আহিছে । এই সময়ছোৱাত খেতিয়কৰ ভৰাল প্ৰায় উদং হৈ পৰে । ফলত একপ্ৰকাৰ কঙাল হৈ পৰা কৃষকৰ ধানৰ ভৰাল যাতে ভৰ্তি হৈ পৰে তাৰ বাবে ধনৰ অধিস্থাত্ৰী দেৱীক প্ৰাৰ্থনা কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kati bihuUdalguri
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d