Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Auto Draft

    ২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Covaxin : ক’ভেক্সিন সন্দৰ্ভত হু-ৰ সিদ্ধান্ত

publisher by publisher
October 19, 2021
in India, News
Reading Time: 1 min read
0
Covaxin : ক’ভেক্সিন সন্দৰ্ভত হু-ৰ সিদ্ধান্ত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

ভাৰতত পুনৰ হ্ৰাস পালে ক’ভিড সংক্রমণ । কালি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা প্রকাশিত পৰিসংখ্যা অনুসৰি, দৈনিক সংক্রমণ ১৪ হেজাৰৰ ঘৰত আছে । আজি এই সংখ্যা হ্ৰাস পায় ১৩ হেজাৰ ৫৯৬ জনলৈ । যি বিগত ২৩০ দিনত সবাটোকৈ কম । বিগত ২৪ ঘণ্টাত কৰ’নাত মৃতুৰ সংখ্যা ১৪৪ৰ পৰা ১৬৬ জনলৈ বৃদ্ধি পাইছে ।

ADVERTISEMENT

বিশ্ব স্বাস্থ্য সংস্থা (হু)য়ে আজি জনাইছে, যথাযথ পর্যালোচনাৰ পাছতেই ঠিক কৰা হ’ব, ক’ভেক্সিনক অনুমোদন দিয়া হ’ব নে নাই । হু-ৰ মন্তব্য, বহু লোকে অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে । হু-ৰ প্রধান বিজ্ঞানী সৌম্যা স্বামীনাথনে জনাইছে, ২৬ অক্টোবৰত হু-ৰ বিশেষজ্ঞ দলে বৈঠকত মিলিত হ’ব । সেই বৈঠকতেই ক’ভছক্সিনৰ ভাগ্য নিৰ্ণয় হ’ব পাৰে ।

ইতিমধ্যে ভাৰত বায়’টেকে সমস্ত তথ্য হু-ক জমা দিছে । হু-ৱে জনাইছে, আৰু কিছু তথ্যৰ প্রয়োজন । ‘ইমার্জেন্সি ইউজ’ৰ তালিকাভুক্ত হোৱাৰ বিষয়টো নির্ভৰ কৰে প্রতিষেধক নির্মাতা সংস্থা হু-ক কিমান শীঘ্ৰে যাৱতীয় তথ্য জমা দিব পাৰে, তাৰ ওপৰত । হু-ৱে পর্যালোচনা কৰিব প্রতিষেধকৰ গুণমান, কার্যকৰিতা, কিমান নিৰাপদ আৰু মধ্য আৰু নিম্ন আয়ভুক্ত দেশবোৰত ব্যৱহাৰৰ উপযুক্ত হয় নে নহয় ।

ক’ভেক্সিনৰ দুটা ড’জৰ ব্যৱধানৰ সময়ক লৈ বিতর্ক নাথাকিলেও ক’ভিশিল্ডৰ ক্ষেত্রত এই সময় বাৰে বাৰে পৰিৱর্তন কৰা হৈছে । সেই সময়ত প্রশ্ন উত্থাপিত হৈছিল, প্রতিষেধকৰ পর্যাপ্ত যোগান নথকাৰ বাবেই কেন্দ্র‌ই এই পদক্ষেপ লৈছে নেকি ? যদিও পৰিসংখ্যা অনুসৰি, যথেষ্ট পৰিমাণ প্রতিষেধক মজুত থকা সত্ত্বেও ভাৰতল টিকাকৰণেৰ প্রক্রিয়া শ্লথ কৰি দিয়া হৈছিল । প্ৰতিষেধকৰ দুটা ড’জ লোৱাৰ ব্যৱধান বৃদ্ধি কৰাৰ কৌশল গ্ৰহণ কৰা হৈছিল যাতে অতি কম সময়ত বিপুল সংখ্যক মানুহক অন্তত এটা ড’জ দিয়া সম্ভৱ হয় ।

স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, বৈজ্ঞানিক গৱেষণাৰ ভিত্তিত বিশেষজ্ঞসকলৰ দল (এনটিএজিআই)য়ে যি আবেদন কৰিছিল, সেই মৰ্মেই দুটা ড’জৰ ব্যৱধানৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CovaxinWHO
publisher

publisher

Related Posts

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

September 10, 2026
Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d