Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pinaka : কার্গিলজয়ী পিনাকা এইবাৰ চীন সীমান্তত, শক্তি বৃদ্ধি কৰি বিধ্বংসী মূর্তিত বিনিদ্র পহৰাত

publisher by publisher
October 26, 2021
in India, News
Reading Time: 1 min read
0
Pinaka : কার্গিলজয়ী পিনাকা এইবাৰ চীন সীমান্তত, শক্তি বৃদ্ধি কৰি বিধ্বংসী মূর্তিত বিনিদ্র পহৰাত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

S-400 ক্ষেপণাস্ত্রক লৈ ভাৰত-ৰাছিয়াৰ মাজত হ’ব পাৰে নতুন চুক্তি!

North Korea : দক্ষিণ কোৰিয়া, আমেৰিকাক প্ৰত্যাহ্বান ! পুনৰ ক্ষেপণাস্ত্র নিক্ষেপ উত্তৰ কোৰিয়াৰ

South Korea : উত্তৰ কোৰিয়াৰ ‘প্ৰতিশোধ’ ল’বলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ পৰিল দক্ষিণ কোৰিয়াতেই

চীন সীমান্তত অত্যাধুনিক মাল্টি-বেৰেল ৰকেট লঞ্চাৰ প্ৰেৰণ কৰিছে ভাৰতীয় সেনাই । শত্রুপক্ষৰ কামান বা ক্ষেপণাস্ত্রৰ অৱস্থান চিহ্নিত কৰি সেইটো ধ্বংস কৰা পিনাকাৰ কাম ।

ADVERTISEMENT

এইটো এটা ৰকেট আর্টিলাৰী ছিষ্টেম । ১৯৯৬ত কার্গিল যুদ্ধত এই ৰকেট লঞ্চাৰ কামত লগোৱা হৈছিল ।

ভাৰত-পাকিস্তানৰ মাজৰ সেই যুদ্ধত ভাৰতক জয়ী কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল পিনাকাই । পাহাৰৰ ওপৰৰ পৰা শত্রুপক্ষৰ কামাণ্ড নিস্ক্রিয় কৰিবলৈ সফল হৈছিল । সেই পিনাকাই এইবাৰ আৰু শক্তি বৃদ্ধি কৰি পহৰা দিছে চীন সীমান্তত ।

কি এই পিনাকা ৰকেট লঞ্চাৰ ? কি ক্ষমতা আছে ইয়াৰ ? শত্রুপক্ষক নিমিষতে প্ৰতিহত কৰিবলৈ কিমান কাৰ্যকৰী ?

ভাৰতত তৈয়াৰী মাল্টিপল ৰকেট লঞ্চাৰ পিনাকা । ডিআৰডিঅ’ই এইটো তৈয়াৰ কৰিছে । মাত্র ৪৪ ছেকেণ্ডত একলগে ৭২টা ক্ষেপনাস্ত্র নিক্ষেপ কৰিবলৈ সক্ষম পিনাকা ।

এটা স্থানৰ পৰা অন্য স্থানত সহজে লৈ যাবৰ বাবে এইটো এটা ট্রাকৰ ওপৰত ৰখা থাকে । সেই ট্রাক চলাই ইয়াৰ স্থানান্তৰ কৰা হয় ।

সময়ৰ লগে লগে এই ৰকেট লঞ্চারৰৰ শক্তি বৃদ্ধি পাইছে । ডিআৰডিঅ’ৰ আৰু উন্নত সংস্কৰণ ভাৰতীয় সেনাবাহিনীৰ হাতত তুলি দিছে ।

১৯৮৬ৰ ডিচেম্বৰৰ পৰা এই ৰকেট লঞ্চাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় । বাজেট আছিল ২৬,৫০০ কোটি টকা ।

১৯৯২ৰ ডিচেম্বৰত ইয়াৰ কাৰ্য সম্পন্ন হয় । স্বয়ংক্রিয়ভাৱে, ৰিম’ট কন্ট্ৰ’লৰ জৰিয়তে কাম কৰিবলৈ সক্ষম এইটো ।

২০১৯ ত ইয়াৰ সর্বশেষ সংস্কৰণ আনে ডিআৰডিঅ’ই । ইয়াৰ পৰিসৰ আছিল ৯০ কিলোমিটাৰ ।

ইয়াৰ আৰু উন্নত সংস্কৰণ আনিবলৈ ইতিমধ্যে কাম আৰম্ভ কৰিছে ডিআৰডিঅ’ই । ইজৰায়েল মিলিটাৰী ইণ্ডাষ্ট্ৰিছ-ৰ স’তে যৌথভাৱে ইয়াৰ উন্নয়নত কাম কৰিছে ডিআৰডিঅ’ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kargil WarMissilePinaka Multi Barrel Rocket Launcher
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d