Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

উচ্চ ৰক্তচাপৰ পৰা নিজকে মুক্তি কৰিব কেনেকৈ

publisher by publisher
November 7, 2021
in Lifestyle
Reading Time: 1 min read
0
উচ্চ ৰক্তচাপৰ পৰা নিজকে মুক্তি কৰিব কেনেকৈ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

★ দুশ্চিন্তা মুক্ত জীৱন-যাপন কৰিলে অতিৰিক্ত মানসিক হেঁচাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। যিমানেই মানসিক অস্থিৰতাৰ হেতুকে কোনো কামেই স্বাভাৱিকভাৱে কৰিব নোৱাৰি। যেতিয়া সময়ত শেষ কৰিবলগীয়া কামখিনি সময়মতে কৰিব নোৱাৰে তেতিয়া চাপ বৃদ্ধি পায়। এনেদৰে সদায় অতিৰিক্তভাৱে কামৰ হেঁচা ল’বলগীয়া হ’লে ৰক্তচাপ বৃদ্ধি পাব। উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰথমতে দুশ্চিন্তাবোৰৰ পৰা মুক্ত হ’বই লাগিব। অৱশ্যে এইখিনিতে উল্লেখ কৰিব খুজিছো যে দৈনন্দিন জীৱন-যাপনত কোনো ব্যক্তিয়ে নিজকে সম্পূৰ্ণৰূপে চাপমুক্ত কৰি ৰখাটো সম্ভৱ নহয়। সেই বাবে অতিৰিক্ত চাপৰ বোজাহে পাতলোৱাৰ ওপৰতহে গুৰুত্ব প্রদান কৰা উচিত।

ADVERTISEMENT

★ অতিৰিক্ত চাপৰ পৰা মুক্তি লাভ কৰিবলৈ প্রত্যেকে এখন দৈনন্দিন কর্ম তালিকা প্রস্তুত কৰিব লাগে। যিবোৰ কাম খুব জৰুৰী সেইবোৰ প্ৰথমতে সম্পাদন কৰাৰ বাবে চেষ্টা কৰা উচিত।

★ দিনটোৰ সকলো সময়তে কাম কৰি থাকিলেও এনে সমস্যাৰ পৰা হাত সাৰিবলৈ নিৰ্দিষ্ট সময়ৰ অন্তৰত জিৰণি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। নির্দিষ্ট সময়ৰ অন্তৰালত জিৰণি গ্রহণ কৰিলে শৰীৰৰ অংগ-প্রত্যংগসমূহে আৰাম অনুভৱ কৰে আৰু সতেজ হ’বলৈ সুযোগ পায় ।

★নির্দিষ্ট সময়ত টোপনি যোৱা আৰু সময়মতে বিছনাৰ পৰা উঠি অহাৰ স’তেও স্বাস্থ্য ৰক্ষা বিষয়টো জড়িত হৈ থাকে। যদিহে টোপনি ভাল নহয় তেতিয়া স্নায়ুতন্ত্রই স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে। আমাৰ সকলোবোৰ কাৰ্য নিয়ন্ত্রিত হয়। শৈশৱৰে পৰা ব্যায়াম কৰাৰ অভ্যাস গঢ়িব লাগে। কাৰণ নিয়মীয়াকৈ ব্যায়াম কৰিলে শৰীৰৰ অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব পাৰে। মাখন, পশুৰ খাদ্য আদি কম পৰিমাণে খাব লাগিব।

★নিতৌ প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত। এগৰাকী ব্যক্তিৰ বাবে কিমান পানীৰ প্ৰয়োজন সেয়া নিৰ্ভৰ কৰিব ব্যক্তিগৰাকীৰ উচ্চতা, শৰীৰৰ ওজন সর্গ আদিৰ ওপৰত। আনহাতে, কায়িক শ্ৰমৰ ওপৰতো ভালেখিনি নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে এগৰাকী ৰদত কাম কৰা লোকৰ বাবে যিমান পানীৰ প্রয়োজন, এগৰাকী শীততাপ নিয়ন্ত্রিত ব্যক্তিৰ বাবে যিমান প্রয়োজন নহ’বও পাৰে।

★কেতিয়াও অৱসাদ গ্রস্ততাত ভুগিব নালাগে। কাৰণ অৱসাদ গ্ৰস্ততাই মানুহৰ মনত সদায় নেতিবাচক দিশটোহে উদঙাই দিয়ে। যিমানে মনটো নেতিবাচক চিন্তা-ভাবনাৰে ভাৰাক্ৰান্ত হয় সিমানেই উদ্বিগ্নতা বৃদ্ধি পায়।

★উচ্চ ৰক্তচাপত আক্রান্তসকলে কেঁচা নিমখ কম পৰিমাণে খাব লাগে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰাটো জৰুৰী।

★ হাই-কাজিয়া আদিৰ পৰা বিৰত থকাটোৱে মংগলজনক। কাৰণ যিমানেই উত্তেজনা বৃদ্ধি পাব যিমানেই ৰক্তচাপো বৃদ্ধি হোৱাৰ আশংকা থাকে। যিসকলে দিনটোৰ অধিকাংশ সময় হাই-কাজিয়া আদিত লিপ্ত হয় ।তেওঁলোকৰ ৰক্তচাপ তুলনামূলকভাবে বেছি। হাই-কাজিয়া হোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা থাকিলে তেনে পৰিস্থিতি উদ্ভৱ হোৱাৰ পূৰ্বে নিজে আঁতৰি অহাটো মংগলজনক।

★ শৰীৰৰ ওজন যাতে স্বাভাবিক ওজনতকৈ বৃদ্ধি নাপায় সেই বিষয়ে সতর্কতা অৱলম্বন কৰা উচিত। কাৰণ শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে মেদবহুল লোকৰ উচ্চৰক্ত চাপ হোৱাৰ প্ৰবণতা বেছি। মেদবহুল শিশুৰো এনে ধৰণৰ সমস্যাই সোনকালে গা কৰি উঠে।

★ডায়েবেটিছত আক্রান্তসকলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব। কাৰণ উচ্চৰক্তচাপ আৰু ডায়েবেটিছৰ মাজত ওতঃপ্রোত সম্পর্ক আছে। এবিধৰ প্ৰভাৱ আনবিধৰ ওপৰত পৰে।

★মাদক দ্রব্য সেৱনৰ পৰা বিৰত থাকিব লাগে। চিগাৰেট, মদ আদি সেৱনৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিলে এনে সমস্যাৰ পৰা মুক্তি পোৱাটো অসম্ভৱ।

★ দৈনন্দিন খাদ্য তালিকাত সেউজীয়া শাক-পাচলিৰ লগতে ফলমূলো অন্তর্ভুক্ত কৰিব লাগে। কিয়নো এনে ধৰণৰ সুষম খাদ্যইহে সুস্বাস্থ্য ৰক্ষা কৰিব পাৰে। ফাষ্ট ফুড, জাংক ফুড আদি খোৱাৰ পৰা বিৰত থাকিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HealthHigh Blood Pressure
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d