Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

কানাডাত প্ৰথমবাৰলৈ জলবায়ু পৰিবৰ্তনত আক্ৰান্ত বুলি অভিহিত কৰিলে বিজ্ঞানীয়ে

জলবায়ু পৰিৱৰ্তনৰ ফলত ৰোগাক্ৰান্ত মহিলা

publisher by publisher
November 11, 2021
in International, News
Reading Time: 1 min read
0
কানাডাত প্ৰথমবাৰলৈ জলবায়ু পৰিবৰ্তনত আক্ৰান্ত বুলি অভিহিত কৰিলে বিজ্ঞানীয়ে

google

2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

কানাডাৰ বিদ্যালয়ত ভয়াবহ গুলিচালনা,নিহত ১০ জন !

জলবায়ু পৰিৱৰ্তনৰ ফলত শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হ’ল কানাডাৰ ব্রিটিছ কলম্বিয়া প্রদেশৰ এগৰাকী মহিলা চিকিৎসক। স্বাস্থ্য বিজ্ঞানীসকলে চিকিৎসকগৰাকীৰ শ্বাস-প্রশ্বাসজনিত ৰােগৰ কাৰক হিচাপে জলবায়ু পৰিৱৰ্তনক দোষাৰােপ কৰি এই বিশ্বত জলবায়ু পৰিৱৰ্তনৰ ফলত প্রথমবাৰলৈ কোনাে ব্যক্তি প্রত্যক্ষভাৱে শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হ’ল বুলি অভিহিত কৰিছে।

ADVERTISEMENT

শেহতীয়াভাৱে ক’টেনেজ অঞ্চলত হােৱা বনজুইৰ ঘটনাৰ পাছৰে পৰা হাঁপানী ৰােগত আক্রান্ত চিকিৎসক ৰােগীগৰাকীয়ে শ্বাস-প্রশ্বাসৰ সমস্যাত আক্রান্ত হৈছিল। কানাডাৰ পৰা প্ৰকাশিত ‘টাইমছ কল’নিষ্ট” নামৰ সংবাদপত্ৰত এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ব্রিটিছ কলম্বিয়া প্রদেশৰ ক’টেনেজ অঞ্চলত চলিত বিত্তীয় বৰ্ষত ১,৬০০ৰাে অধিক বনজুইৰ ঘটনা সংঘটিত হৈছিল।

জলবায়ু পৰিৱৰ্তনৰ ফলত এইদৰে অঞ্চলটোত সঘনে অৰণ্য অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। ক’টেনেজ লেক হাস্পতালৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী ডাঃ কাইল মেৰিটে প্রকাশ কৰা অনুসৰি শেহতীয়াভাৱে উক্ত অঞ্চলত মধুমেহ, হৃদপিণ্ড বিকলৰ দৰে স্বাস্থ্যজনিত সমস্যা যথেষ্ট বৃদ্ধি পাইছে।

শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হােৱা উক্ত মহিলা চিকিৎসকগৰাকী মধুমেহ ৰােগত আক্রান্ত হােৱাৰ লগতে পূর্বে হৃদপিণ্ডৰ সমস্যাতে আক্রান্ত হৈছিল। গ্রীষ্ম প্রবাহ আৰু বায়ু প্ৰদূষণৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলতাে এই অঞ্চলৰ বাসিন্দাসকলৰ মাজত অকাল মৃত্যু আৰু জটিল ৰােগৰ প্রকোপ বৃদ্ধি পাইছে বুলি ডাঃ মেৰিটে জানিবলৈ দিয়ে।

প্রিন্স জর্জ, কামল’পছ, ভেংক’ভাৰ আৰু ভিক্টৰিয়াৰ দৰে প্রতিবেশী প্রদেশসমূহতাে এই ধৰণৰ স্বাস্থ্যজনিত সমস্যা মূলত জলবায়ু পৰিৱর্তনৰ ফলত বাঢ়িবলৈ ধৰিছে বুলি ডাঃ মেৰিটে প্রকাশ কৰিছে। যােৱা জুনৰ পৰা ব্রিটিছ কলম্বিয়াৰ লিটন অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ ফলত শতাধিক লোকৰ মৃত্যু হৈছে।

যােৱা ২৯ জুনত উক্ত অঞ্চলত তাপমাত্রা সর্বকালৰ সৰ্বাধিক ৪৯.৬ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছিল। ডাঃ মেৰিটে লগতে কয় যে চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত কৰ্মৰত হােৱা হেতুকে তেওঁলােকে প্রতিদিনে বহু ৰােগীক লগ পাই আহিছে, যিসকলে মূলত জলবায়ু পৰিৱর্তনৰ ফলত নানা ৰােগত আক্ৰান্ত হৈছে।

চিকিৎসকজনে লগতে কয় যে তেওঁলােকে ৰােগৰ কাৰণ নির্ণয়ত বিশেষ সময় ব্যয় কৰিব নােৱাৰে, কিয়নাে চিকিৎসক হিচাপে তেওঁলােকৰ দায়িত্ব হৈছে উপসর্গৰ প্ৰতি লক্ষ্য ৰাখি ৰােগীক সঠিক চিকিৎসা প্রদান কৰা। কিন্তু ইয়াৰ মাজতাে ৰােগীৰ স’তে হােৱা কথা-বতৰাৰ জৰিয়তে কিদৰে আৰু কেনেকৈ তেওঁ ৰােগাক্রান্ত হ’ল সেই তথ্য জনাটো সম্ভৱ হয় বুলি ডাঃ মেৰিটে মন্তব্য কৰে।

ক’ভিড-১৯ৰ দৰে অতিমাৰীৰ লগতে সাম্প্রতিক বিশ্বত গ্রীষ্ম প্রবাহ, বনজুই আৰু বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ প্রতি সর্বাধিক ভাবুকিৰ সৃষ্টি কৰিছে বুলিও ডাঃ মেৰিটে জানিবলৈ দিয়ে। উল্লেখ্য যে সদ্যসমাপ্ত গ্লাছগ’ৰ কপ ২৬ সন্মিলনতাে জনস্বাস্থ্য আৰু জলবায়ু সংকটৰ সম্পৰ্কৰ সন্দৰ্ভত বিশদভাৱে আলােচনা কৰা হৈছিল।

ইমানদিনে বিশ্বত প্ৰদূষণৰ ফলত লাখ লাখ লোক প্রাণহানি হৈ আহিছে যদিও এইসমূহ মৃত্যুক জলবায়ুৰ পৰিৱৰ্তনৰ ফলত হােৱা মৃত্যু বুলি বিজ্ঞানীসকলে অভিহিত কৰা নাছিল। কিন্তু এয়ে প্রথমবাৰলৈ কানাডাৰ ব্রিটিছ কলম্বিয়া প্ৰদেশৰ এগৰাকী মহিলা চিকিৎসক ৰােগত আক্রান্ত হােৱা ঘটনাক স্বাস্থ্য বিজ্ঞানীয়ে জলবায়ুৰ পৰিৱর্তনৰ ফলত হােৱা বিশ্বৰ প্ৰথমটো ৰােগ বুলি অভিহিত কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CanadaClimate Changecovid19
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d