Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিত মুকলি মঞ্চত অশ্লীল নৃত্যঃ নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন

যাদু খেলৰ নামত প্ৰশাসনৰ অনুমতি লৈ অশ্লীলতাৰ পোহাৰ

publisher by publisher
November 26, 2021
in Assam, India, News
Reading Time: 1 min read
0
ওদালগুৰিত মুকলি মঞ্চত অশ্লীল নৃত্যঃ নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

ওদালগুৰি চহৰৰ সমীপৱৰ্তী ভুটুনীদোভাত সংঘটিত হৈছে লজ্জাজনক ঘটনা । মুকলি মঞ্চত অশ্লীল নৃত্য পৰিৱেশনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ওদালগুৰি জিলাৰ ওদালগুৰি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সাপমাৰী আৰক্ষী চকী এলেকাৰ ভুটুনীদেভা গাঁৱত সংঘটিত হৈছে এই লজ্জাজনক আৰু ভয়ংকৰ ঘটনা । অঞ্চলটোৰ স্থানীয় ভুটুনীদোভা যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীৰ মুকলি মঞ্চত এনে অশ্লীল নৃত্যৰ পয়োভৰ চলাৰ অভিযোগ উত্থাপিত হৈছে ।

ADVERTISEMENT

ইতিমধ্যে এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাও দেখিবলৈ পোৱা গৈছে । কিন্তু আশ্চৰ্যজনকভাৱে যুৱক সংঘৰ নেতৃত্ব‌ই জিলা প্ৰশাসনক ভুল তথ্য প্ৰদান কৰি যাদু খেল অনুষ্ঠিত কৰাৰ অনুমতি লৈ মঞ্চত মুকলিকৈ এনে অশ্লীল নৃত্য পৰিৱেশন কৰে । ঘটনা অনুসৰি সংঘটোৰ উদ্যোগত ভুটুনীদুবা বিলপাৰ চ’কত যাদু খেল অনুষ্ঠিত কৰাৰ বাবে সংঘৰ সভাপতি-সম্পাদক ক্ৰমে এইছ আলী আৰু ৰেজাউল হকে বিগত ১৫ নৱেম্বৰ তাৰিখে জিলা উপায়ুক্তলৈ অনুমতিৰ বাবে এক আৱেদন জনাইছিল ।আৱেদনখনত স্পষ্টভাৱে লিখা আছিল যে ২২ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ উক্ত অঞ্চলটোত যাদু খেল অনুষ্ঠিত কৰা হ’ব । কিন্তু জিলা প্ৰশাসনৰ পৰা যাদুখেলৰ অনুমতি লৈ ২৫ নৱেম্বৰৰ নিশা চিত্ৰহাৰ অনুষ্ঠিত কৰাৰ নামত মুকলি মঞ্চত এনে ধৰণৰ উদ্যম অশ্লীল নৃত্য পৰিৱেশন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

কেৱল এয়াই নহয় এই নৃত্য চাই উপস্থিত একাংশ দৰ্শকে উদ্যত চিঞৰ দিয়াৰ লগতে উদযাপন সমিতিৰ বিষয়-ববীয়াইও মাইকযোগে বিভিন্ন অসামাজিক আচৰণৰ ভাষ্য প্ৰদান কৰা দেখা গৈছে । উল্লেখ্য যে যাদু খেল চাবৰ বাবে কাৰ্যসূচীস্থলীত সমবেত কণকণ শিশুসকলৰ সন্মুখত মুকলি মঞ্চত এনে অশ্লীল নৃত্য প্ৰদৰ্শন কৰা কাৰ্যক সৰ্বত্ৰে একেমুখে ধিক্কাৰ দিছে ।

ইয়াৰ পাছতো সমীপতে থকা সাপমাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে নেদেখা ভাও জুৰি থকা ঘটনাই জিলাবাসীৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । এই ক’ভিড মহামাৰীৰ সময়ছোৱাত নিশা পৰ্যন্ত অনুষ্ঠিত কৰা এনে তথাকথিত অশ্লীল সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ পাছতো স্থানীয় আৰক্ষী প্ৰশাসনে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে । জিলা প্ৰশাসনৰ পৰা যাদু খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি লৈ এনেধৰণৰ অশ্লীল নৃত্য অনুষ্ঠিত কৰাৰ পাছতো উদ্যোক্তাসকলৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

সূত্ৰ অনুসৰি, উদ্যোক্তাই ইতিমধ্যে অনুষ্ঠানৰ মঞ্চখন উক্ত স্থানৰ পৰা আঁতৰাই দিয়ে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এনে নৃত্য চলি থকা সন্দৰ্ভত অৱগত হৈ আমছুৰ শিৱপুৰ লাউদং আঞ্চলিক সমিতিয়ে সাপমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোনযোগে অৱগত কৰি কাৰ্যসূচী বন্ধ কৰিবলৈ আহ্বান জনাইছিল । সংগঠনটোৰ অভিযোগৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে অনুষ্ঠানটো বন্ধ কৰাৰ আশ্বাস দিও চলি থকাৰ অভিযোগ উত্থাপন কৰি জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Udalguri
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d