Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Omicron : অ’মিক্রনৰ দ্রুত মিউটেছন নিষ্ক্রিয় কৰিব পাৰে নতুন এন্টিবডি চিকিৎসা পদ্ধতিয়ে

publisher by publisher
December 9, 2021
in International, News
Reading Time: 1 min read
0
Omicron : অ’মিক্রনৰ দ্রুত মিউটেছন নিষ্ক্রিয় কৰিব পাৰে নতুন এন্টিবডি চিকিৎসা পদ্ধতিয়ে
6
SHARES
60
VIEWS
ShareShareShareShare

দক্ষিণ আফ্রিকাৰ এক গৱেষণাত দেখা গৈছে, ফাইজাৰৰ প্রতিষেধকৰ ব্যৱহাৰেৰে ক’ভিড-১৯ৰ অ’মিক্রন ৰূপক কিছু ৰোধ কৰিব পাৰি । যদিও লগতে এইটোও দেখা গৈছে, ‘বুষ্টাৰ’ বা টিকা লোৱা থাকিলে অ’মিক্রনৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰে ফাইজাৰৰ প্রতিষেধকে । সম্প্রতি গ্লেক্সোস্মিথক্লাইনে দাবী কৰিছে, তেওঁলোকৰ নতুন এন্টিবডি নির্ভৰ চিকিৎসাৰ পদ্ধতিয়ে অ’মিক্রনৰ যাৱতীয় মিউটেছনৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছে ।

ADVERTISEMENT

ব্রিটেইনৰ ঔষধ প্রস্তুতকাৰী সংস্থা গ্লেক্সোই মঙলবাৰে জনাইছে, মিছা ভাইৰাছৰ বিৰুদ্ধে ইন-ভার্ট্রো পৰীক্ষাত অ’মিক্রনৰ দৰে এক ছিনথেটিক ৰূপ তৈয়াৰ কৰা হয় ছট্রোভিমব-ত (নতুন এন্টিবডি ট্রিটমেন্ট) । কেৱল মূল মিউটেছন নহয়, অ’মিক্রনৰ স্পাইক প্র’টিনত যি ৩৭ ধৰণৰ মিউটেছন হোৱা দেখা গৈছে, গ্লেক্সোৰ চিকিৎসা পদ্ধতিয়ে, তাৰ প্রতিটোৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম । এই পর্যন্ত এই ৩৭ ধৰণৰ মিউটেছনয় কথা জানিব পৰা গৈছে অ’মিক্রনৰ ।

RelatedPosts

Coronavirus : চীনৰ পূৰ্বে বিগত দুবছৰত ৯১খন দেশত সংক্ৰমিত কৰ’নাৰ নতুন উপৰূপ ! দাবী বিশেষজ্ঞৰ

COVID-19 : দেশত নিম্নমুখী ক’ভিড গ্ৰাফ

Omicron : ভাৰতত কৰ’নাৰ নতুন প্রজাতি, দীপাৱলীৰ পূৰ্বে বৃদ্ধি সংক্রমণৰ হাৰ

অ’মিক্রন ৰূপ ধৰা পৰাৰ পাছৰ পৰাই বিশ্বজুৰি হৈ-চৈৰ সৃষ্টি হয় ‌। এই পর্যন্ত কৰ’নাৰ যিসমূহ প্রতিষেধক বা ঔষধে বজাৰত স্বীকৃতি পাইছে, সেইসমূহ কোনটো নতুন ৰূপৰ ক্ষেত্রত কিমান কার্যকৰী, তাক লৈ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে । যিহেতু অ’মিক্রনৰ স্পাইক প্র’টিনৰ ইমান ধৰণৰ মিউটেছন ধৰা পৰিছে, সেয়ে যথেষ্ট উদ্বেগ সৃষ্টি হৈছে । কাৰণ, অধিকাংশ চিকিৎসা পদ্ধতি এই স্পাইক প্র’টিন মিউটেছন ৰোধ কৰিবলৈ সক্ষম ।

গ্লেক্সোৰ তৰফৰ পৰা জর্জ স্কেংগোছে কয়, ‘‘পৰীক্ষাত দেখা গৈছে আমাৰ চিকিৎসাত অ’মিক্ৰনৰ স্পাইক প্র’টিন মিউটেছনৰ নিষ্ক্রিয়কৰণ প্ৰায় তিনগুণ বৃদ্ধি হৈছে । সেয়ে প্ৰথমাৱস্থাতে অ’মিক্রন ধৰি পৰিলে ছট্রোভিমবে যে দ্রুত চিকিৎসা আৰম্ভ কৰি ভাইৰাছৰ প্রকোপ বহু পৰিমাণে হ্ৰাস কৰিব পাৰিব, তাক লৈ আমি আত্মবিশ্বাসী ।’’

৭৯ শতাংশ পৰীক্ষাত দেখা গৈছে ছট্রোভিমবে ব্রিটেইনৰ কৰ’না ৰোগীৰ মৃত্যু বা হাস্পাতালত ভর্তিৰ হাৰ যথেষ্ট কম কৰিছে । অৱশ্যে প্রত্যেকৰেই কৰ’নাৰ মৃদুৰ পৰা মজলীয়া উপসর্গ আছিল ।

শৰীৰত এন্টিবডি ইনজেক্ট কৰা বহু চিকিৎসা পদ্ধতিৰ ভিতৰত ই অন্যতম । অন্যান্য চিকিৎসাৰ উপায় আছে যদিও, যিসকলৰ ইমিউনো-ডেফিচিয়েন্সি আছে, তেওঁলোকৰ ক্ষেত্ৰত কৰ’নাৰ প্রভাৱ গুৰুতৰ হৈ উঠাত বাধা দিবলৈ এই পদ্ধতি যথেষ্ট কার্যকৰী । যিসকলৰ আগৰ পৰাই অন্য কোনো দীর্ঘ অসুস্থতা আছে, তেওঁলোকৰ শৰীৰত কৰ’নাৰ প্রভাৱ হ্ৰাস কৰিবলৈও কার্যকৰী হ’ব পাৰে এন্টিবডি ট্রিটমেন্ট । গ্লেক্সোৰ ছট্রোভিমবৰ সম্পর্কে বিশেষজ্ঞসকলৰ মত, এই পর্যন্ত ইয়াক লৈ আৰু পৰীক্ষা কৰা প্রয়োজন । বিশেষকৈ ঔষধৰ পৰিমাণ বৃদ্ধি কৰিলে শৰীৰত কেনে ধৰণৰ প্রক্রিয়া হ’ব পাৰে, সেয়া এতিয়াও পৰ্যবেক্ষণৰ বিষয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GlaxoSmithKlineOmicronSotrovimab
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d