Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ককায়েকৰ দায়িত্ব পালন চিআৰপিএফ জোৱানৰ,শ্বহীদ সহকর্মীৰ ভগ্নীক ধুমধামেৰে দিলে বিয়া

publisher by publisher
December 15, 2021
in India, News
Reading Time: 1 min read
0
ককায়েকৰ দায়িত্ব পালন চিআৰপিএফ জোৱানৰ,শ্বহীদ সহকর্মীৰ ভগ্নীক ধুমধামেৰে দিলে বিয়া
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

ভগ্নীয়ে যাতে ককায়েকৰ অভাৱ অনুভৱ নকৰে সেয়ে পৰিয়ালৰ কাষত থিয় দিলে শ্বহীদ সহকৰ্মীৰ ভগ্নীক ধুমধাম কৰি বিয়া দিলে চিআৰপিএফ জোৱানসকলে । ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত ।

ADVERTISEMENT

২০২০ ত শ্বহীদ হৈছিল চিআৰপিএফ জোৱান শৈলেন্দ্ৰ প্ৰতাপ সিং । তেওঁৰ এগৰাকী ভগ্নী আছে। শৈলেন্দ্ৰৰ সপোন আছিল তেওঁৰ ভনীয়েকক অতি ধুমধামেৰে বিয়া কৰাই দিয়া। কিন্তু তাৰ আগতে তেওঁ সন্ত্ৰাসবাদীৰ স’তে সংঘৰ্ষত নিহত হৈছিল।

কিন্তু শৈলেন্দ্ৰৰ সহকৰ্মীসকলে তেওঁৰ সপোন পূৰণ কৰাৰ বাবে ককায়েকৰ দায়িত্ব পালন কৰিলে। তেওঁলোকে দুখৰ সময়ত লগত থকাৰ লগতে ভনীয়েকক বিয়া কৰোৱাৰ দায়িত্ব পালনতো কোনো ক্ৰুটি এৰা নাই তেওঁলোকে ।

সম্প্ৰতি শৈলেন্দ্ৰৰ ভনীয়েকৰ বিবাহ সম্পন্ন হয় গৈছে । বিয়াৰ যাৱতীয় আয়োজনৰ পৰা আৰম্ভ কৰি বিয়াৰ কইনা বিদায়লৈকে-সকলো কৰিছে জোৱানসকলে ।

বিগত সোমবাৰে বিয়াত সকলোকে আচৰিত কৰি উপস্থিত হৈছিল শৈলেন্দ্ৰৰ সহকৰ্মীসকল। তাত দেখা গৈছে , শৈলেন্দ্ৰৰ পৰিয়ালৰ লগতে বিয়াৰ অতিথিসকলো আৱেগিক হৈ পৰিছিল।

চিআৰপিএফৰ এজন বিষয়াৰ মতে, “জোৱানসকলে এজন ভাতৃৰ দায়িত্ব পালন কৰিছিল। শৈলেন্দ্ৰৰ অভাৱ যাতে তেওঁৰ ভগ্নীয়ে আৰু পৰিয়ালৰ সদস্যই অনুভৱ নকৰে তাৰ বাবে তেওঁলোকৰ কাষত থিয় দিছো আমি থিয় দিছোঁ ।”

বিয়াখনৰ এটা ভিডিঅ’ও বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাত, জোৱানসকলে তেওঁলোকৰ পোছাক পৰিধান কৰি শৈলেন্দ্ৰৰ ভগ্নীক মণ্ডপলৈ লৈ যোৱা দেখা গৈছে ।

These men walking with the bride are central reserve police force officers. The bride is the sister of late Shailendra Pratap Singh who was martyred in 2020. The marriage ceremony was solemnised in Rae Bareli, Uttar Pradesh
Vc #Faiz_Abbas pic.twitter.com/wnhQHBzB4e

— Saurabh Sharma (TRAVEL. REPORT. REPEAT) (@saurabhsherry) December 14, 2021

শৈলেন্দ্ৰৰ পিতৃয়ে এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয়, “মোৰ পুত্ৰ এতিয়া এই পৃথিৱীত নাই, কিন্তু এতিয়া মোৰ বহুতো পুত্ৰ আছে। তেওঁলোক সদায় আমাৰ সুখ আৰু দুখত কাষত আছে। ” চিআৰপিএফ জোৱানসকলৰ এই কৰ্মক প্ৰশংসাৰে উপচাই তুলিছে সামাজিক মাধ্যম ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CRPF jawanMarriagesUttar Pradesh
publisher

publisher

Related Posts

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d