Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন বাগসাৰ মায়ংপাৰাৰ বীৰেন বসুমতাৰী

এশ বিঘা মাটিত গঢ়ি তুলিছে ৰবৰ গছৰ বাগান, সংস্থাপন দিছে ১০টাকৈ পৰিয়ালক

publisher by publisher
December 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন বাগসাৰ মায়ংপাৰাৰ বীৰেন বসুমতাৰী
স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন বাগসাৰ মায়ংপাৰাৰ বীৰেন বসুমতাৰী
1
SHARES
13
VIEWS
ShareShareShareShare

ৰবৰ গছৰ বাগানেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বাগসাৰ শালবাৰীৰ এগৰাকী লোকে ৷ শালবাৰীৰ মায়ংপাৰাৰ বীৰেন বসুমতাৰী নামৰ লোকজনে নিজৰ প্ৰচেষ্টাত নিজৰ এশ বিঘা মাটিত গঢ়ি তুলিছে ৰবৰ গছৰ এক বৃহৎ বাগান ৷ বীৰেনে ৰবৰ গছৰ পৰা উৎপাদিত হোৱা আঠা গুৱাহাটীলৈ ৰপ্তানি কৰি নিজে আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে আন ১০ গৰাকী লোকৰ পৰিয়ালক এই ব্যৱসায়ৰ জৰিয়তে পোহপাল দি আহিছে ৷

ADVERTISEMENT

এশ বিঘা মাটিত ৰবৰ গছৰ বাগান গঢ়ি তোলা বীৰেনে কিন্তু আবেদন কৰাৰ পাছতো আজি পৰ্যন্ত চৰকাৰীভাৱে কোনো ধৰণৰ সুবিধা পাবলৈ সক্ষম ন’হল ৷ বিগত ১০ বছৰে ৰবৰ গছৰ বাগানৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱা বীৰেনে এতিয়া আন বহু নিবনুৱাৰ প্ৰতি আদৰ্শ স্বৰূপ হৈ পৰিছে ৷

RelatedPosts

Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ

Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !

তেওঁ জানিবলৈ দিয়া মতে, প্ৰথমে নাৰ্চাৰীৰ লগত যোগাযোগ কৰি ৰবৰ বাগান গঢ়ি তোলাৰ কথা চিন্তা-চৰ্চা কৰে আৰু সেই মতে কামত আগবাঢ়ে ৷ বঙাইগাঁৱৰ কাজলগাঁৱৰ পৰা ৰবৰ গছৰ পুলি ক্ৰয় কৰি আনি এতিয়া বীৰেনে গঢ়ি তুলিছে এখন সুন্দৰ সেউজ বৃহৎ ৰবৰ গছৰ বাগান ৷

উৎকট গৰমৰ দিনত ৰবৰ গছৰ ছাঁত ক্ষন্তেক জিৰণি ল’বলৈ বিভিন্ন প্ৰান্তৰ লোকে ঢাপলি মেলি আহে বুলিও জানিবলৈ দিয়ে বীৰেনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Biren BasumataryRubber PlantationSalbari
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d