Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

 কিয় বিবাহিত পুৰুষৰ প্ৰতি অধিক আকৰ্ষিত হয় নাৰী: গৱেষণাত ওলাল কাৰণ

publisher by publisher
December 18, 2021
in International, News
Reading Time: 1 min read
0
 কিয় বিবাহিত পুৰুষৰ প্ৰতি অধিক আকৰ্ষিত হয় নাৰী: গৱেষণাত ওলাল কাৰণ
18
SHARES
177
VIEWS
ShareShareShareShare

RelatedPosts

একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

প্রাক-বিবাহ অনুষ্ঠানত আনন্দত শূণ্যলৈ গুলী !

বিয়া ভাঙিলে মান্ধনাই! সামাজিক মাধ্যমত স্মৃতি মান্ধনাৰ বিশেষ পোষ্ট

অবিবাহিত নহয়, বিবাহিত পুৰুষৰ প্রতিহে অধিক আকর্ষিত হয় নাৰী। শেহতীয়া এক গৱেষণামূলক অধ্যয়নত মহিলাৰ পুৰুষ প্ৰেমৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে।

ADVERTISEMENT

অধ্যয়নটো চলােৱা গৱেষকৰ দাবী অনুসৰি, প্রায় ৯০ শতাংশ নাৰীয়ে এনে পুৰুষক অধিক পছন্দ কৰে, যিসকলে ইতিমধ্যে কোনাে মহিলাৰে একে স্থায়ী সম্পৰ্কত আছে অর্থাৎ বিবাহিত। এই অধ্যয়নৰ সবিশেষ তথ্য প্রকাশ পালে জাৰ্ণেল অৱ হিউমেন নেচাৰ নামৰ বিজ্ঞান বিষয়ক পত্রিকাখনত।

সংগী নির্ণয়ৰ অনুকৰণ তত্ত্ব অনুসৰি গৱেষকে নাৰীৰ পুৰুষপ্রীতিৰ সন্দৰ্ভত এক ব্যাখ্যা আগবঢ়াইছে। এই তত্ত্ব অনুসৰি অনেক ক্ষেত্ৰত এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক অনুকৰণ কৰে।

সাধাৰণতে কম, বয়সীয়া নাৰীয়ে বিবাহিত বা অন্য নাৰীৰে সম্পৰ্কত থকা পুৰুষক অভিজ্ঞ আৰু সুৰক্ষিত গণ্য কৰে বুলি এই গৱেষণাত গৱেষকে তথ্য নিশ্চিত কৰিছে।

গৱেষকৰ মতে, শাৰীৰিক আকর্ষণতকৈও নাৰীয়ে মানসিক আকর্ষণক অধিক গুৰুত্বপূৰ্ণ গণ্য কৰে। কিয় অবিবাহিত যুৱকৰ পৰিৱর্তে বিবাহিত পুৰুষৰ প্রতি নাৰী সহজে, আকর্ষিত হয় তাৰ কাৰণসমূহ গৱেষকে এইদৰে ব্যাখ্যা কৰিছে।

প্ৰথমতে, এজন পুৰুষ যেতিয়া এগৰাকী মহিলাৰ সন্মুখত আকর্ষণীয় হৈ উঠে, তেতিয়া সেই পুৰুষক আন মহিলায়ে আকর্ষণীয় গণ্য কৰে। অন্য এক নাৰীৰ অভিজ্ঞতাই সেই পুৰুষজন সম্পর্ক গঢ়াৰ বাবে উপযুক্ত বুলি প্রতিভাত কৰে। এয়া গৱেষকৰ মত।

দ্বিতীয়তে, অংগীকাৰ আৰু প্রতিশ্রুতি ৰক্ষাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা আন কোনাে নাৰীৰ স’তে সম্পৰ্কত থকা পুৰুষ অধিক নিৰ্ভৰযােগ্য বুলি গণ্য কৰে অধিকাংশ নাৰীয়ে।

কিয়নাে ইতিমধ্যে সেই পুৰুষে এটি সম্পর্কৰ জৰিয়তে তেওঁৰ নিৰ্ভৰযােগ্যতা প্রমাণ কৰিছে বুলি ধাৰণা কৰে সৰহ সংখ্যক নাৰীয়ে।

গৱেষকৰ মতে, অধ্যয়নত লাভ কৰা তথ্যত এই কথা জানিব পৰা গৈছিল যে যি সকল নাৰী সম্পর্কবিচ্ছিন্না তেওঁলােকৰ মাজত বিবাহিত পুরুষৰে প্ৰেমৰ সম্পর্ক গঢ়াৰ প্ৰৱণতা অধিক হয়। তৃতীয়তে, ইতিমধ্যে সম্পৰ্কত থকা পুৰুষৰ অভিজ্ঞতা আৰু পৰিপক্ক মানসিকতাই বহু ক্ষেত্ৰত নাৰীক সহজে আকৃষ্ট কৰে।

সম্পর্ক দেখা দিয়া ঘাত-প্রতিঘাতৰ সমাধানত বিবাহিত পুৰুষসকল অবিবাহিতৰ তুলনাত অধিক সক্ষম বুলি অধিকাংশ নাৰীয়ে ধাৰণা কৰে। এই মতাে গৱেষকৰ।

চতুর্থত, বিবাহিত বা ইতিমধ্যে এবাৰ কোনাে মহিলাৰে সম্পৰ্কত জড়িত পুৰুষে পুনৰ সম্পৰ্কত আবদ্ধ হ’বলৈ দ্বিধাবােধ কৰে। ফলত এনে পুৰুষৰ স’তে কোনাে নাৰীয়ে পুনৰ সম্পর্ক গঢ়িব পাৰিলে সেয়া স্থায়ী হােৱাৰ সম্ভাৱনা থাকে।

অবিবাহিত পুৰুষৰ অধিক চঞ্চলতা বহু ক্ষেত্ৰত নাৰীয়ে পছন্দ নকৰে। পঞ্চমতে, বিবাহিত পুৰুষৰ পক্ষে পৰকীয়া সম্পৰ্কত জড়িত হােৱাটো যথেষ্ট আশংকাজনক কার্য।

যেতিয়া কোনাে বিবাহিত পুৰুষে পৰকীয়াত লিপ্ত হয় তেতিয়া তেওঁ এই কথা প্রমাণ কৰে যে তেওঁ দ্বিতীয় গৰাকী প্ৰেমিকাৰ বাবে সকলাে ধৰণৰ প্ৰত্যাহ্বান বা শংকা বহন কৰিবলৈ সাজু আছে।

এই নিষিদ্ধ আকর্ষণে সেয়েহে বহু নাৰীক সন্মােহিত কৰে বিবাহিত পুৰুষৰ প্রতি। অৱশ্যে, মনত ৰখা ভাল হ’ব যে এইবােৰ হৈছে গৱেষকৰ তত্ত্ব কথা, বাস্তৱ জীৱনত পুৰুষ-মহিলাৰ এক নির্দিষ্ট সম্পর্ক ৰসায়ন নির্ভৰ কৰে সেই সম্পর্কত থকা ব্যক্তিৰ ওপৰতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LoveManMarriage
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d