Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পর্বতসম সম্পত্তিৰ অধিকাৰী হৈও সাধাৰণ স্কুটাৰত ঘূৰিছিল ব্যৱসায়ী পীযূষ জৈনে

publisher by publisher
December 28, 2021
in India, News
Reading Time: 1 min read
0
পর্বতসম সম্পত্তিৰ অধিকাৰী হৈও সাধাৰণ স্কুটাৰত ঘূৰিছিল ব্যৱসায়ী পীযূষ জৈনে
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

বিতৰ্কৰ মাজতে পুনৰ পথৰকুকুৰৰ আক্ৰমণ! 

Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !

Telengana : তেলেংগানাৰ এই ব্যৱসায়ীয়ে হেলিকপ্টাৰ ক্রয় কৰি মন্দিৰত কৰালে পূজা

দেশৰ আয়কৰ বিভাগৰ ইতিহাসত সর্ববৃহৎ নগদ ধন জব্দৰ ঘটনাত অৱশেষত গ্রেপ্তাৰ হ’ল কানপুৰস্থিত ব্যৱসায়ী পীযূষ জৈন। সুদীর্ঘ ৫০ ঘণ্টাৰ জেৰাৰ অন্তত কৰ ফাকি দিয়াৰ অভিযােগত ব্যৱসায়ী জৈনক সোমবাৰে গ্রেপ্তাৰ কৰা হয়।

ADVERTISEMENT

ইতিমধ্যে তেওঁক ১৪ দিনৰ বাবে কৰ বিভাগৰ জিম্মাত লােৱা হৈছে। শীঘ্ৰেই জেৰাৰ বাবে জৈনক আহমেদাবাদলৈ নিয়া হ’ব। জৈনৰ কানপুৰস্থিত সুদৃশ্য দালানৰ পৰা আয়কৰ বিভাগে জব্দ কৰিছে মুঠ ২৮৪ কোটি নগদ টকা। ইয়াৰ উপৰি সােণ, চন্দন তেলকে ধৰি প্রায় ১৭ কোটিৰ সামগ্রীও জব্দ কৰা হৈছে।

উল্লেখ্য যে ধৃত জৈনৰ বাসগৃহত জব্দকৃত ধন আয়কৰ বিভাগৰ বিষয়াই টকাৰ দ’মৰ ওপৰত বহি হিচাপ কৰাৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। বিভাগীয় সূত্রই জনােৱা মতে, সুদীর্ঘ ১২০ ঘণ্টা ধৰি চলােৱা তালাচীৰ অন্তত জব্দকৃত টকাখিনি হিচাপ কৰাৰ বাবে তিনিটা টকা গন্তি কৰা যন্ত্রত দুদিন সময়ৰ প্রয়ােজন হয়।

যােৱা সপ্তাহৰ পৰাই আয়কৰ বিভাগৰ তালাচী অভিযান আৰম্ভ হয়। প্রথম দিনাই জৈনৰ বাসগৃহৰ পৰা ১৫০ কোটিৰ নগদ ধন জব্দ কৰা হৈছিল। প্রায় ছদিনৰ তালাচী অভিযানত জৈনৰ কানপুৰস্থিত বাসগৃহ আৰু কণৌজস্থিত কাৰখানাৰ পৰা মুঠ ২৮৪ কোটি টকা উদ্ধাৰ হয়।

ইয়াৰ উপৰি তেওঁৰ বাসগৃহৰ পৰা অভিযানকাৰী দলে প্রায় ১১ কোটি টকা মূল্যৰ ২৩ কেজি সােণ, যাৰ অধিকাংশই বিদেশত ক্ৰয় কৰা আৰু কাৰখানাৰ পৰা প্রায় ছয় কোটি মূল্যৰ ছশ কেজি চন্দনৰ তেল জব্দ কৰা হয়।

চন্দনৰ তেলসমূহ কাৰখানাৰ ভূ-তল মহলত গােপনে মজুত কৰি ৰখা হৈছিল। কেন্দ্রীয় আয়কৰ বিভাগৰ তৰফৰ পৰা সদৰী কৰিছে। যে বিভাগটোৰ ইতিহাসত প্ৰথমবাৰলৈ কোনাে এজন লােকৰ জিম্মাৰ পৰা সবাতােকৈ অধিক সংখ্যক নগদ ধন জব্দ কৰা হ’ল।

লক্ষ্যণীয়ভাৱে বিপুল সম্পত্তিৰ অধিকাৰী হােৱা সত্ত্বেও অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছিল জৈনে। প্রকৃততে কণৌজৰ বাসিন্দা যদিও সম্প্রতি তেওঁ কানপুৰত নিগাজিকৈ থাকি ব্যৱসায় অব্যাহত ৰাখিছে। জৈন আৰু তেওঁৰ ভ্রাতৃ অম্বৰীশ জৈনে যৌথভাৱে চলাই আছে সুগন্ধি দ্রব্যৰ ব্যৱসায়।

বিশেষকৈ পান মছলা কোম্পানীসমূহক সুগন্ধি যােগান ধৰিয়ে তেওঁলােকৰ ব্যৱসায়ে বিয়াগােম ৰূপ ধাৰণ কৰে। আয়কৰ বিভাগৰ সূত্রই জনােৱা মতে, শিখৰ নামৰ গােটখা কোম্পানীৰ এজন প্রস্তুতকাৰকক বিভাগটোৱে জালত পেলাইছিল।

তেতিয়াই জৈনৰ তথ্য বহির্ভূত বিপুল সম্পত্তিৰ বিষয়টো পােহৰলৈ আহে। সুগন্ধি দ্রব্যৰ উপৰি তেওঁৰ পেট্রল পাম্প, পান মছলা আদি একাধিক ব্যৱসায় আছে। অধিকাংশ ক্ষেত্ৰতে তেওঁ নগদ ধনৰ লেনদেন কৰিছিল। বিপুল পৰিমাণৰ জিএছটি ফাকি দিয়াৰ বাবেই নগদ ধনৰ লেনদেন কৰিছিল বুলি সন্দেহ কৰা হৈছে।

আয়কৰ বিভাগে জনাইছে যে অতি সাধাৰণভাৱে থাকিলেও ব্যৱসায়ী জৈনৰ ডুবাইত দুটা বিলাসী বাসভৱন আছে। আন দেশতাে সম্পত্তি থকাৰ সন্দেহ কৰা হৈছে। কানপুৰ আৰু কণৌজকে ধৰি আছে মুঠ সাতটাকৈ দালান। ইয়াৰে দুটা মুম্বাইত আৰু এটা দিল্লীত আছে।

অভিযানকাৰী দলে ইতিমধ্যে ধৃত জৈনৰ কণৌজৰ পিতৃগৃহত ১৮টা আলমিৰাৰাে সন্ধান পাইছে। লগতে পাইছে পাঁচটা চাবি। সেই চাবিসমূহেৰে আলমিৰাকেইটা খুলি তালাচী চলােৱাৰ বাবেও আয়কৰ বিভাগ সাজু হৈছে।

আয়কৰ বিভাগে জনােৱা মতে, ধৃত জৈনে কানপুৰতে তেওঁৰ সুগন্ধিৰ ব্যৱসায় আৰম্ভ কৰিছিল। সুগন্ধি তৈয়াৰ কৰাত তেওঁৰ দক্ষতা আছিল আৰু সেই শিক্ষা আহৰণ কৰিছিল পিতৃৰ পৰা। বিগত ১৫টা বছৰত তেওঁ নিজৰ ব্যৱসায় দেশৰ বিভিন্ন প্রান্তলৈ সম্প্ৰসাৰণ কৰে।

শেহতীয়াকৈ মুম্বাই আৰু গুজৰাটতাে তেওঁ নিজৰ ব্যৱসায় প্রতিষ্ঠা কৰিছিল। ব্যৱসায়ত উন্নতিৰ লগে লগে জৈন ভ্রাতৃদ্বয়ে তেওঁলােকৰ কণৌজৰ বাসগৃহটো সাতশ বর্গ ফুটৰ বিলাসী দালানলৈ ৰূপান্তৰিত কৰিছিল। তৎসত্ত্বেও তেওঁ অতি সাধাৰণ জীৱন অতিবাহিত কৰিছিল।

ধৃত জৈনে সততে এখন পুৰণি মাৰুতি গাড়ীহে ব্যৱহাৰ কৰিছিল। স্থানীয় লােকে জনােৱা মতে, কণৌজৰ গৃহলৈ আহিলে তেওঁক এখন পুৰণি স্কুটাৰ চলাই ঘূৰি ফুৰা দেখা গৈছিল আৰু অতি সাধাৰণভাৱে কটাইছিল। সেইবাবেই জৈনৰ জিম্মাৰ পৰা বিয়াগােম পৰিমাণৰ নগদ ধন জব্দ হােৱা ঘটনাই স্থানীয় লােককো স্তম্ভিত কৰি তুলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: businessmankanpurPiyush Jain
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d