Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

VISA rules : ভিছা নীতি পৰিৱৰ্তন কৰিব ব্রিটেইনে !

publisher by publisher
January 2, 2022
in International, News
Reading Time: 1 min read
0
VISA rules : ভিছা নীতি পৰিৱৰ্তন কৰিব ব্রিটেইনে !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্বৰ বাবে জাৰি কৰা হৈছিল ৮৫ হেজাৰ এইচ১বি ভিছা, চেন্নাইয়ে লাভ কৰিলে ২.২ লাখ

ব্রিটেইনৰ ৮৫ অঞ্চলত সক্রিয় পাকিস্তানী ‘ৰেপ গেং’, নিষ্ক্রিয় আৰক্ষী: দাবী সাংসদৰ

ট্রাম্প প্রশাসনে বাতিল কৰিলে ৬০০০ স্টুডেন্ট ভিছা, সর্বাধিক ক্ষতিগ্রস্ত ভাৰতীয় শিক্ষার্থী

ভাৰতীয়সকলৰ বাবে প্ৰবাসী নীতিত বেচ কিছু শিথিল কৰিব পাৰে ব্রিটেইনে । আজি এটা ব্রিটিছ সংবাদমাধ্যমৰ এক প্রতিবেদনত জনোৱা হয়, ব্রিটেইনৰ বৈদেশিকমন্ত্রী লিজ ট্রাছে বিশ্ব বাণিজ্যমঞ্চত চীনৰ আধিপত্য ৰোধ কৰিবলৈ ভাৰতৰ স’তে নতুন বাণিজ্য নীতি ৰূপায়ণৰ কথা ভাবিছে । সেই লক্ষ্যৰেই প্ৰবাসী আইনত কিছু পৰিৱৰ্তন অনা হ’ব । ইয়াৰ ফলত ব্রিটেইনত অহা ভাৰতীয়সকলেই লাভবান হ’ব ।

ADVERTISEMENT

আগন্তুক সপ্তাহৰ পৰাই ভাৰত-ব্রিটেইন বাণিজ্য বৈঠক আৰম্ভ হোৱাৰ কথা । প্ৰবাসী আইনত পৰিৱৰ্তন আনি বৰিছ জনছন চৰকাৰে, নতুন দিল্লীয়ে ব্রিটেইনৰ স’তে নতুন বাণিজ্য চুক্তি স্বাক্ষৰ কৰাটো বিচাৰিছে । নতুন দিল্লীয়ে বহুদিন ধৰি ব্রিটেইনৰ প্ৰবাসী নীতিত কিছু পৰিৱৰ্তন বিচাৰিছে । জনছন চৰকাৰৰ আশা, এই চুক্তি বাস্তৱায়িত হ’লে ভাৰতীয় ব্যৱসায়ীসকলে অধিক দ্বিপাক্ষিক লেনদেনত অংশত ল’ব । ব্রিটেইনৰ আন্তর্জাতিক বাণিজ্যমন্ত্রী এন-মাৰি ট্রেভেলেনৰ (যাৰ মন্ত্রণালয়ৰ দায়িত্বত আছে অন্যান্য দেশৰ স’তে ব্রিটেইনৰ বাণিজ্যিক সম্পর্ক) চলিত মাহতেই দিল্লী যোৱাৰ কথা । সেই ভ্ৰমণতেই নতুন বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা । আন্তর্জাতিক বাণিজ্যমন্ত্রী আৰু বৈদেশিক মন্ত্রীৰ এই যৌথ প্রচেষ্টাৰ অৱশ্যে বিৰোধিতা কৰিছে এগৰাকী প্রথম শাৰীৰ ব্রিটিছ মন্ত্রী—ভাৰতীয় ব‌ংশোদ্ভূত গৃহমন্ত্রী প্রীতি পেটেলে । প্ৰবাসী আইনত যিকোনো ধৰণৰ পৰিৱৰ্তন অনাৰ তেওঁ ঘূৰ বিৰোধী । প্রীতিৰ দাবী, প্ৰবাসী আইন আৰু শিথিল কৰিলে কর্মসংস্থান আৰু ব্যৱসায়িক দিশৰ পৰা মাৰ খাব ব্রিটেইনৰ নাগৰিকসকলেই ।

প্ৰবাসী নীতিত কেনে ধৰণৰ পৰিৱৰ্তন আনিব বিচাৰিছে বৈদেশিক মন্ত্রীয়ে ? সম্প্ৰতি অষ্ট্ৰেলিয়াৰ স’তে ব্রিটেইনৰ যি ধৰণৰ প্ৰবাসী নীতি আছে, সেই অনুযায়ীয়ে ভাৰতীয়সকলৰ বাবে কিছু নিয়ম জাৰি কৰা হ’ব । যেনে, কমবয়সৰ ভাৰতীয়সকলে ইচ্ছা কৰিলে দেশখনত আহি তিনি বছৰ পর্যন্ত কোনো চাকৰি কৰিব পাৰিব । ইয়াৰ উপৰি, যিসকলে ষ্টুডেন্ট ভিছাত এই দেশত আহি শিক্ষা গ্ৰহণ কৰিব, তেওঁলোকে ডিগ্রী পোৱাৰ পাছত কিছুদিন ব্রিটেইনত থাকি চাকৰি কৰাৰ সুযোগ লাভ কৰিব । তদুপৰি, পর্যটন, বাণিজ্য বা চাকৰি — বিভিন্ন ক্ষেত্রতেই ভিছা মাচুল কম কৰাৰ কথাও ভাবিছে ব্রিটিছ চৰকাৰে ।

এতিয়া যিসকলে চাকৰি কৰিবলৈ ব্রিটেইনলৈ যায়, তেওঁলোকে ৱর্ক ভিছাৰ বাবে ১৪০০ পাউণ্ড মাচুল দিবলগীয়া হয়, ষ্টুডেন্ট ভিছা মাচুল ৩৪৮, পর্যটন ভিছা মাচুল ৯৫ পাউণ্ড । ভাৰতত আহিবলৈ ব্রিটিছসকলে ১১০ পাউণ্ড পর্যটন ভিসা মাচুল দিবলগীয়া হয় আৰু এবছৰৰ বাবে বাণিজ্য ভিছা মাচুল ১৬৫ পাউণ্ড ।

আমেৰিকা বা ইউৰোপীয় ইউনিয়নৰ স’তে ভাৰতৰ কোনো স্বতন্ত্র দ্বিপাক্ষিক চুক্তি নাই । ফলত এই চুক্তি হ’লে লাভবান হ’ব নতুন দিল্লীও‌ । আনহাতে, ব্রেক্সিট-পৰৱর্তী সময়ত বিভিন্ন দেশৰ স’তে নতুনকৈ বাণিজ্য চুক্তি কৰিবলৈ উদ্‌গ্রীৱ লণ্ডন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BritainVisa
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d