Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জৰুৰী সেৱাৰ স’তে জড়িত লোকৰো ৰেহাই নাই, মদনপুৰ টোল গেট কৰ্তৃপক্ষ, কৰ্মচাৰীৰৰ মইমতালি

publisher by publisher
January 20, 2022
in Assam, India, News
Reading Time: 1 min read
0
জৰুৰী সেৱাৰ স’তে জড়িত লোকৰো ৰেহাই নাই, মদনপুৰ টোল গেট কৰ্তৃপক্ষ, কৰ্মচাৰীৰৰ মইমতালি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট

অত্যধিক মূল্যবৃদ্ধি, টোলগেট কৰত জলা-কলা ভ্রাম্যমাণ থিয়েটাৰ

Toll Gates Will be Closed Soon in India:দেশত শীঘ্ৰে বন্ধ হ’ব টোলগেট !

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ টোল গেটত এতিয়াৰ পৰা জৰুৰী সেৱাৰ স’তে জড়িত লোকৰো ৰেহাই নাই । সকলো লোকে ভৰিব লাগিব টোল টেক্স ।টোলগেট কৰ্তৃপক্ষৰ নিৰ্দেশত জৰুৰী সেৱাৰ লগতে সংবাদকৰ্মী সকলকো টোল টেক্স দিবলৈ বাধ্য কৰোৱা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  কামৰূপ জিলাৰ মদনপুৰত স্থাপন কৰা টোল গেটত অত দিনে জিলা প্ৰশাসনৰ নিৰ্দেশত সংবাদ মাধ্যমৰ স’তে জড়িত লোকসকলক ৰেহাই দিয়া হৈছিল । কিন্তু এতিয়াৰ পৰা জৰুৰী সেৱাৰ স’তে জড়িত কোনো লোকক টোল টেক্স ৰেহাই দিয়া নহয় । আনকি আৰক্ষীৰ লোককো ৰেহাই দিয়া নহয় বুলি নানা কটু কথাৰে কে’বাজনো সংবাদকৰ্মীক অপদস্থ কৰাৰ অভিযোগ টোলগেটৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে ।

ADVERTISEMENT

উল্লেখ্য যে যোৱা ২৫ ডিচেম্বৰত মদনপুৰ টোল গেট পৰিচালনাৰ দায়িত্ব সলনি হোৱাৰ লগে লগে ইয়াৰ নীতি নিয়মৰো সলনি কৰিছে টোলগেট কৰ্তৃপক্ষই । যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জৰুৰী সেৱাৰ স’তে জড়িত বিশেষকৈ সংবাদ মাধ্যমৰ লগত জড়িত লোকৰ মাজত । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৫ ডিচেম্বৰত মদনপুৰ টোল গেট পৰিচালনাৰ দায়িত্ব লাভ কৰে ঈগল ইনফাৰ্মা ইণ্ডিয়া লিমিটেড নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৱে । তাৰ পাছতে জৰুৰী সেৱাৰ স’তে জড়িত লোকৰ বাহনৰ পৰা জোৰ-জুলুম কৰি টোল টেক্স সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি দিয়ে ।

অভিযোগ অনুসৰি ৰাজ্যৰ প্ৰতিষ্ঠিত কে’বাখনো বাতৰি কাকতৰ (ছপা) আৰু বৈদ্যুতিক মাধ্যমৰ সংবাদকৰ্মী ইতিমধ্যে যোৱা ২৫ ডিচেম্বৰৰ পৰা কালিলৈ মদনপুৰ টোল গেটত দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে । মন কৰিবলগীয়া যে ইমান দিনে জৰুৰী সেৱাৰ লোকৰ বাহন হিচাপে সংবাদকৰ্মীসকলে টোলগেটত টোল টেক্স ৰেহাই দিয়া হৈছিল । ঈগল ইনফাৰ্মা ইণ্ডিয়া লিমিটেডে মদনপুৰ টোল গেটৰ দায়িত্ব লাভ কৰাৰ পাছত ইয়াত নিয়োজিত একাংশ কৰ্মচাৰীয়ে গুণ্ডাৰাজ আৰম্ভ কৰি দাবী ধমকিৰে কে’বাজনো সংবাদ কৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । আমি সেইবোৰ নাজানো সংবাদিক কিয় আৰক্ষীৰ লোকেও এতিয়াৰ পৰা টোল গেটত টেক্স দিব লাগিব বুলি নানা কটু কথাৰে টোলগেটত টেক্স দিবলৈ বাধ্য কৰায় ছপা আৰু বৈদ্যুতিক মাধ্যমৰ কে’বাজনো প্ৰতিষ্ঠিত সংবাদ কৰ্মীক ।

এতিয়া প্ৰশ্ন উঠিছে টোলগেটৰ উঠি ৰজা বহি ৰজা কৰ্মচাৰীসকলক কোনে নাকি লগাব । কৰ্তৃপক্ষৰ নিৰ্দেশ নাপালে সংবাদকৰ্মীক দুৰ্ব্যৱহাৰৰ কৰাৰ সাহস কৰিব নোৱাৰিলেহেতেন কৰ্মচাৰীসকলে ? এনে নানা প্ৰশ্নৰ উদয় হৈছে সংবাদকৰ্মীৰ মাজত। এই ক্ষেত্ৰত কামৰূপ জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে জিলাখনৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: toll gate
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d