Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mount Kailash : নিষিদ্ধ এই পৰ্বতত গ’লে বৃদ্ধি পাই বয়স !আজিও ৰহস্যময় ‘কৈলাশ’

publisher by publisher
January 28, 2022
in India, News
Reading Time: 1 min read
0
Mount Kailash : নিষিদ্ধ এই পৰ্বতত গ’লে বৃদ্ধি পাই বয়স !আজিও ৰহস্যময় ‘কৈলাশ’
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

কৈলাশ ‘শিৱৰ বাসস্থান’। হিন্দুসকলৰ বিশ্বাস কৈলাশ পৰ্বতত সপৰিয়ালে বাস কৰে শিৱ । কৈলাশক লৈ আছে বহুতো ৰহস্য, কাহিনী আৰু বিশ্বাসেৰে । এই ৰহস্যময় পৰ্বতটোৰ বিষয়ে বহুতো বস্তু এতিয়াও মায়াময় হৈ আছে। এতিয়ালৈকে কোনেও এই পৰ্বতৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হোৱা নাই।

ADVERTISEMENT

তিব্বতীয় মালভূমিৰ পৰা ২২হেজাৰ ফুট ওপৰত অৱস্থিত, কৈলাশক হিন্দুসকলৰ লগতে বৌদ্ধ আৰু জৈনসকলে পবিত্ৰ বুলি গণ্য কৰে। প্ৰচলিত বিশ্বাস, যে যিহেতু কৈলাশত দেৱ-দেৱী বাস, সেয়ে সেই ঠাইলৈ কোনো ব্যক্তিয়ে যাব নোৱাৰে। তাত উঠাৰ অৰ্থ হৈছে দেৱতাৰ ৰোষত পৰা। আনকি এই মৃত্যু পৰ্যন্ত হ’ব পাৰে

হিন্দুৰ মতে, কৈলাশ মেৰু পৰ্বতৰ এটা অংশ। তিব্বতীয় পৰম্পৰা অনুসৰি, ১১ শতিকাত মিলাৰেপা নামৰ এজন ব্ৰজজানী বৌদ্ধ সন্ন্যাসীয়ে এই পৰ্বতৰ শীৰ্ষৰ ওচৰলৈ উঠিবলৈ সক্ষম হৈছিল। তেওঁ তাৰ পৰা উভতি আহি সকলোকে সতৰ্ক কৰি দিছিল যে ঈশ্বৰৰ ঘৰলৈ নোযোৱাই ভাল।

তাৰ পাছত, বহুলোকে তালৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোক হয় বিপথে গৈছিল, বা প্ৰতিকূল বতৰৰ বাবে মৃত্যুবৰণ কৰিছিল।

কৈলাশ পৰ্বত এটা পিৰামিডৰ দৰে। বহুতে ইয়াক “পৃথিৱীৰ কেন্দ্ৰ” বুলি কয়। ইয়াক ‘কছমিক এক্সিছ’ বা ‘ৱৰ্ল্ড পিলাৰ’ বুলিও কোৱা হয়। বিশ্বাস কৰা হয় যে কৈলাশৰ স্বৰ্গ আহি পৃথিৱীলৈ মিলিছে।

কোৱা হয় যে কৈলাশ পৰ্বতৰ পৰা উভতি অহাৰ পাছত, হঠাতে নখ বা চুলি ডাঙৰ হৈ যায়। শুনিব পোৱা মতে কেইজনমান চাইবেৰিয়ান পৰ্বতাৰোহী কৈলাশ পৰ্বতৰ ‘নিষিদ্ধ’ অঞ্চললৈ গৈছিল।

সেই সময়তে, তেওঁলোকৰ বয়স কেবা দশক বৃদ্ধি হৈ গৈছিল । অৱশ্যে, ইয়াৰ সত্যতা পৰীক্ষা কৰিব পৰা নগ’ল। ফলস্বৰূপে, এইটো বিশ্বাস কৰা হয় যে কাহিনীৰ সীমাত আৱৰি থকা কৈলাশ পৰ্বতটো ৰহস্যত আছে।

কৈলাস পৰ্বতৰ পাদদেশত মানস সৰোবৰ আৰু ৰাক্ষসতল আছে। ১৪হেজাৰ ফুট উচ্চতাত অৱস্থিত, মানসৰোবৰ হৈছে পৃথিৱীৰ সৰ্বোচ্চ মিঠা পানীৰ হ্ৰদ।

আশ্চৰ্যজনকভাৱে, বতাহ যিমানেই জোৰেৰে নহওঁক কিয়, মানস সৰোবৰৰ পানী সদায় শান্ত থাকে। কিন্তু ৰাক্ষসতলৰৰ পানী সকলো সময়তে অশান্ত হৈ থাকে। প্ৰচলিত বিশ্বাস যে, শিৱক প্ৰসন্ন কৰাৰ বাবে ৰাক্ষ‍্যসৰাজ ৰাৱণে যি তপস্যা কৰিছিল ,তাৰ পৰাই ৰাক্ষ‍্যতলৰ সৃষ্টি ।সেই কাৰণেই এই হ্ৰদৰ পানী অশান্ত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mount KailshMystery
publisher

publisher

Related Posts

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d