Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

শৰীৰত নানা ৰত্নখচিত প্ৰচুৰ সােণৰ গহনাৰে বিশেষ পৰিচিতি

বাপ্পী লাহিড়ীৰ স্বর্ণপ্রীতিৰ আঁৰত

publisher by publisher
February 17, 2022
in Entertainment, News
Reading Time: 1 min read
0
শৰীৰত নানা ৰত্নখচিত প্ৰচুৰ সােণৰ গহনাৰে বিশেষ পৰিচিতি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিৰিৰ দেহাৱসান

নাছিৰুদ্দিন আৰু বাপ্পী লাহিড়ীৰ স্বাস্থ্যক লৈ ছ’চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ,সুস্থ আছে দুয়ো

বলিউডৰ অন্যতম জনপ্রিয় সুৰকাৰ,গীতিকাৰ, গায়ক বাপ্পী লাহিড়ীৰ শৰীৰত সর্বদা শােভাবর্ধন কৰিছিল নানা অলংকাৰে। তেওঁৰ স্বর্ণপ্রীতিৰ কথা কাৰাে অবিদিত নহয়। সকলাে সময়তে প্ৰচুৰ সােণৰ গহনা পৰিধান কৰিবলৈ তেওঁ ভাল পাইছিল। তেওঁ কৈছিল, ‘মােৰ ভগৱানৰ নাম সােণ।’ সােণৰ গহনাৰ প্রতি তেওঁৰ এই আকর্ষণ কিয়?

ADVERTISEMENT

তেওঁৰ গীত-সুৰৰ দৰেই চমকদাৰ আছিল পৰিধান। সােণৰ গহনা অবিহনে বাপ্পী। লাহিড়ী যাৰ জনপ্রিয় নাম বাপ্পী দা, তেওঁৰ পৰিচয় ভাবিব নােৱাৰি। মেদ বহুল, চুটি-চাপৰ চেহেৰা আছিল শৰীৰ ভর্তি সােণৰ গহনা। ডিঙিত সােণৰ একাধিক গধুৰ চেইন তাত ওলমি থাকে বিভিন্ন ধৰণৰ ৰত্নখচিত লকেট। ইয়াৰ দ্বাৰা এক স্বকীয় ভাৱমূর্তি গঢ়ি তুলিছিল প্রয়াত শিল্পীয়ে।

তেওঁৰ হাতৰ প্ৰতিটো আঙুলিতে শােভাবর্ধন কৰিছিল সােণ, ৰূপহীৰাৰ আঙঠি। তাত থাকে বহুমূলীয়া পাথৰ। হাতৰ বাহুবন্ধনী, হাতবন্ধনী, ডাঙৰ আকৃতিৰ খাৰুৰ পৰা আৰম্ভ কৰি কাণৰ লতিও বাদ পৰা নাছিল। বিভিন্ন আকৃতিৰ কাণফুলিও পৰিধান কৰিছিল এইগৰাকী শিল্পীয়ে।

তেওঁৰ শেষ জন্মদিনত নিজে নিজকে উপহাৰ দিছিল সােণৰ পিয়লা। নিজকে সােণেৰে আৱৰি ৰখা অভ্যাস হৈ পৰিছিল বাপ্পী দাৰ। সােণ আছিল তেওঁৰ বাবে সৌভাগ্যৰ প্রতীক। সেয়েহে প্ৰতিটো অলংকাৰ যাতে সযত্নে ৰখা হয় তাৰ বাবে গহনাৰ ৰক্ষণাবেক্ষণ কৰিবলৈ এজন লােক তেওঁ নিয়ােগ কৰিছিল।

এই সহকাৰীজনৰ কাম আছিল নিয়মিত গহনাসমূহৰ চোৱাচিতা কৰা। চর্চা অনুসৰি এটা এলবাম মুক্তিৰ পাছতে তেওঁ এটা সােণ বা হীৰাৰ গহনা ক্রয় কৰিছিল। তেওঁৰ বিশ্বাস আছিল যে ইয়াৰ দ্বাৰা তেওঁৰ গান সকলােৰে হৃদয়ত সােণৰ দৰে চিকমিকাই উঠিব। প্রতিটো গহনাৰ বাবে তেওঁৰ আছিল পৃথক বাকচ।

দিনৰ অন্তত পৰিচ্ছন্ন কৰি এইবােৰ ৰাখি থােৱা হৈছিল নিজ নিজ স্থানত। তেওঁৰ প্রিয় অলংকাৰবােৰ আন কোনােৱে যাতে স্পর্শ কৰিব নােৱাৰে তাৰ প্রতিও সজাগ আছিল। গহনা আনে স্পর্শ কৰাটো তেওঁ সহ্য কৰিব নােৱাৰিছিল। আনকি তাৰ ফটোও তুলিলে ভাল পােৱা নাছিল। সাধাৰণতে নতুন গহনা দেখিলে চুই চোৱাৰ বিভিন্নজনৰ অভ্যাস থাকে।

সেই কাৰ্যটো বাপ্পী দাৰ আপত্তি আছিল। আনকি তাৰ বাবে বিভিন্নজনৰ পৰা দূৰত্ব তেওঁ বজাই ৰখা বুলিও কোৱা হয়। যােৱা নিশা তেওঁৰ প্রয়াণৰ অন্তত বহুতৰে মনত প্রশ্ন হৈছে যে এই গহনাবােৰ এতিয়া কাৰ সম্পত্তি হ’ব। পৰিয়ালৰ সূত্ৰত প্রকাশ যে তেওঁৰ দুই সন্তান বাপ্পা আৰু ৰেমাই পিতৃৰ আন সামগ্ৰীৰ দৰে গহনাবােৰ সংৰক্ষণ কৰিব।

এইবােৰ দুটা ভাগত তেওঁলােকে ৰাখিব। সদায় পৰিধান কৰা আৰু মাজে মাজে পৰিধান কৰা গহনাবােৰ বিভিন্ন স্থানত ৰাখিব। এবাৰ ইণ্ডিয়ান আইডল শীর্ষক টেলিভিছনৰ ৰিয়েলিটি শ্ব’ত বিচাৰকৰ আসনত বহি থকা বাপ্পী লাহিড়ীক এজন প্রতিযােগী ডানিছে কৈছিল, ‘আপােনাৰ ষ্টাইল আৰু সােণৰ গহনা বৰ ভাল লাগে।

ইয়াৰ আঁৰত কাৰ অনুপ্ৰেৰণা আছে।’উত্তৰত অকপতে প্রয়াত শিল্পীজনে কৈছিল, ‘মােৰ প্রথম ছবি ‘জখমি’ অতি সফল হৈছিল। তেতিয়া মায়ে মােক এডাল সােণৰ হাৰ উপহাৰ দিছিল। তাৰ পাছৰ পৰাই সােণ মােৰ বাবে যেন সৌভাগ্যৰ প্ৰতীক হৈ পৰিছিল। ‘তেওঁৰ গাভর্তি সােণৰ গহনাৰ আঁৰত ৰ’ক এণ্ড ৰ’ল’ খ্যাত জনপ্রিয় শিল্পী এলভিছ। প্ৰেছলিৰ অৱদান আছে বুলিও কোৱা হয়।

এইগৰাকী আন্তর্জাতিক শিল্পীৰ ডিঙিত ওলমি থাকে এডাল সােণৰ গধুৰ ক্ৰছ আৰু এইটোৱে এটা সময়ত তেওঁৰ নিজস্ব ষ্টাইলৰূপে পৰিচিত হৈ পৰে। এইজন শিল্পীক নিজৰ অনুপ্ৰেৰণা বুলি ভবা বাপ্পী দাই কৈছিল, ‘এলভিছ প্ৰেছলিয়ে যিদৰে নিজৰ ভাবমূর্তি গঢ়ি তুলিছিল তাত মই একেবাৰে মুগ্ধ আছিলাে।

ভাবিছিলাে মােৰাে এক নিজস্ব পৰিচিতি গঢ়ি তুলিব লাগিব। ‘তেওঁ কৈছিল যে হাতলৈ ধন আহিলে এলভিছৰ দৰে ডিঙিত গধুৰ সােণৰ গহনা পৰিধানৰ প্রবল ইচ্ছা আছিল। ২০১৪ত লােকসভাৰ প্ৰাৰ্থীৰূপে থিয় দিয়াৰ সময়ত দাখিল কৰা শপতনামাত তেওঁ জনােৱা মতে ৭৫৪ গ্রামৰ সােণৰ আৰু ৪.৬২ কিলােগ্রাম ৰূপৰ গহনা আছে তেওঁৰ।

চাৰি লক্ষ টকা মূল্যৰ এটা হীৰাৰ আঙঠিও আছে। ইয়াৰ পাছত আঠ বছৰ বাগৰিল। নিশ্চয় গহনাৰ সংখ্যাও বাঢ়িল। ইয়াৰ উপৰি তেওঁৰ চুলিৰ ষ্টাইলাে আছিল চকুত পৰা। পৰিধান কৰা ছানগ্লাছাে তেওঁৰ এক পৰিচয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bappi Lahiri
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d