Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পহিলা এপ্ৰিলৰ পৰা অতিৰিক্ত ব্যয় বহন কৰিবলৈ সাজু হওক

publisher by publisher
March 20, 2022
in India, News
Reading Time: 1 min read
0
পহিলা এপ্ৰিলৰ পৰা অতিৰিক্ত ব্যয় বহন কৰিবলৈ সাজু হওক
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition:30 September’26

Dainik Agradoot Today’s Edition :30 September’26

Today’s Horoscope:দিনটোৰ ৰাশিফল

কেন্দ্রীয় পথ পব্বিহণ আৰু ঘাইপথ মন্ত্রণালয়ে অহা পহিলা এপ্রিলৰ পৰা গাড়ীৰ গৰাকীৰ বাবে কেতবােৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। এই নিয়মৰ আওতাত, যদি আপােনাৰ গাড়ীখন ১৫ বছৰ বা তাতােকৈ বেছি পুৰণি, তেন্তে আপােনাৰ পকেটত পূর্বতকৈ বহুগুণ বেছি চাপ পৰিব বুলি ধৰি থওক আৰু বৃহৎ পৰিমাণৰ ব্যয় বহনৰ বাবে সাজু হওক।

ADVERTISEMENT

১৫ বছৰতকৈ পুৰণি বাহনৰ পঞ্জীয়নৰ বাবে অধিক ধন ব্যয় কৰিব লাগিব বুলি ইতিমধ্যে ঘােষণা কৰিছে মন্ত্রণালয়ে । অৱশ্যে ভাৰতত পহিলা এপ্রিলৰ পৰা এই নতুন নিয়ম প্রযােজ্য হলেও, ৰাজধানী চহৰ দিল্লীক এই নিয়মৰ অধীনত সামৰি লােৱা নহ’ব।

আনবােৰ চহৰত ১৫ বছৰতকৈ পুৰণি গাড়ী ব্যৱহাৰ কৰিবলৈ হ’লে গৰাকীসকলে পঞ্জীয়ন নৱীকৰণৰ সময়ত বর্তমানে কৰাতকৈ আঠগুণ অধিক ধন ব্যয় কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে মন্ত্রণালয়ে। ভাৰত চৰকাৰে প্ৰদূষণ প্ৰতিৰােধৰ উদ্দেশ্যে এই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।

চৰকাৰী বিবৃতিত প্রকাশিত নতুন নিয়ম অনুসৰি, দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন উভয় ক্ষেত্রতে পঞ্জীয়ন নৱীকৰণৰ ব্যয় বৃদ্ধি কৰা হ’ব।

১৫ বছৰ পুৰণি চাচিকীয়া গাড়ী এখনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ বৰ্তমানৰ ৬০০ টকাৰ বিপৰীতে গৰাকীয়ে পাঁচ হেজাৰ টকা ব্যয় কৰিব লাগিব।

একেদৰে, ১৫ বছৰ পুৰণি বাইক এখনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ ভৰিব লাগিব এহেজাৰ টকা। য’ত নেকি পূর্বতে ইয়াৰ বাবে মাত্র ৩০০ টকা পৰিশােধ কৰিব লগা হৈছিল। আনহাতে, আমদানিকৃত গাড়ীৰ ক্ষেত্ৰত ব্যয় সর্বাধিক বৃদ্ধি পাব।

এই ক্ষেত্ৰত, ১৫বছৰ পুৰণি গাড়ী এখনৰ পঞ্জীয়ন নৱীকৰণৰ বাবে গৰাকীয়ে মুঠ ৪০ হেজাৰ টকা পৰিশােধ কৰিব লাগিব। ইয়াৰ আগতে,আমদানিকৃত বাহনৰ পঞ্জীয়ন নৱীকৰণৰ ব্যয় আছিল মাত্র ১৫হেজাৰ টকা।

আনহাতে, ১৫ বছৰৰ পুৰণি ট্রাক, বাছৰ ক্ষেত্ৰত পূর্বতে ব্যয়ৰ পৰিমাণ ১৫০০ টকা আছিল যদিও পহিলা এপ্রিলৰ পৰা , এই ব্যয় ১২,৫০০ টকালৈ বৃদ্ধি হ’ব।

সৰু যাত্রীবাহী গাড়ীৰ ক্ষেত্ৰত ব্যয় ১৩০০ টকাৰ পৰা ১০হেজাৰ টকালৈ বৃদ্ধি হ’ব। নতুন নিয়ম অনুসৰি, যদি ব্যক্তিগত বাহন এখনৰ পঞ্জীয়ন নৱীকৰণত পলম হয় তেন্তে মালিকে প্রতি মাহে অতিৰিক্ত তিনি হেজাৰ টকাকৈ পৰিশােধ কৰিব লাগিব।

বাণিজ্যিক বাহনৰ ক্ষেত্ৰত, জৰিমনাৰ পৰিমাণ হ’ব প্রতি মাহে ৫০০ টকা। প্রতিজন ১৫ বছৰৰ পুৰণি ব্যক্তিগত বাহনৰ গৰাকীৰ বাবে প্রতি পাঁচ বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰাটো বাধ্যতামূলক হ’ব।

স্মর্তব্য, দিল্লীত ইতিমধ্যে ১০ বছৰ পুৰণি ডিজেল আৰু ১৫ বছৰ পুৰণি পেট্রল বাহনৰ পঞ্জীয়ন বন্ধ কৰা হৈছে। সেয়েহে, এই নতুন নিয়মৰ অধীনত দিল্লীক অন্তর্ভুক্ত কৰা হােৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d