Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

The Kashmir Files : ছবি মুক্তিক লৈ তীব্র বিতর্ক নিউজিলেণ্ডত, সৰৱ পিটাৰ্ছ

publisher by publisher
March 21, 2022
in Entertainment, India, International, News
Reading Time: 1 min read
0
The Kashmir Files : ছবি মুক্তিক লৈ তীব্র বিতর্ক নিউজিলেণ্ডত, সৰৱ পিটাৰ্ছ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Oscar Award : অস্কাৰ ২০২৩ ৰ মনোনয়ন তালিকাত অন্তৰ্ভু্ত হ’ল ‘ দ্য কাশ্মীৰ ফাইলছ ‘

ছিংগাপুৰত নিষিদ্ধ হ’ল বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’

এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক প্রশংসা অভিষেক বচ্চনৰ

মুক্তিৰ পাছৰ পৰাই বিতর্কৰ কেন্দ্রবিন্দু হৈ আহিছে ‘দ্য কাশ্মীৰ ফাইলছ’ । চলচ্চিত্ৰৰ বিষয়বস্তুক লৈ নানা মত দেখা গৈছে । এইবাৰ নিউজিলেণ্ডত ছবি মুক্তিক লৈও আৰম্ভ হৈছে বিতৰ্ক । ছবিখনক ইয়াৰ আগতে অনুমোদন দিয়ে যদিও কিছুসংখ্যকৰ আপত্তিত পুনৰ ছবিখনৰ সম্পর্কে পুনর্বিবেচনাৰ সিদ্ধান্ত লৈছে নিউজিলেণ্ডৰ ছেন্সৰ বোর্ডে । ছবিৰ মুক্তি সম্প্ৰতি স্থগিত কৰি দিয়াত ছেন্সৰ বোর্ডৰ তীব্র সমালোচনা কৰিছে নিউজিলেণ্ডৰ প্রাক্তন উপ-প্রধানমন্ত্রী উইনষ্টন পিটাৰ্ছে ।

ADVERTISEMENT

ইয়াৰ আগতে ছবিখন মুক্তি দিবলৈ অনুমোদন দিয়ে যদিও ছেন্সৰ বোর্ডৰ তৰফৰ পৰা ‘এ’ চার্টিফিকেট দিয়া হয় । কোৱা হৈছিল, ১৬ বছৰৰো অধিক বয়সৰসকলে এই ছবি চোৱাৰ অনুমতি পাব ।

প্রসংগত ছবিখনত দেখুওৱা হৈছে, কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত বিচ্ছিন্নতাবাদীসকলৰ আক্রমণ আৰু উপত্যকাৰ পৰা তেওঁলোকক নিৰ্বাসিত কৰা বিষয়টো । যোৱা ১১ মার্চত মুক্তিৰ পাছৰ পৰাই বিতর্ক আৰম্ভ হয় । নিউজিলেণ্ডতো এটা সম্প্রদায়ৰ প্রতিনিধিসকলে এই ছবিৰ প্রদর্শনক লৈ আপত্তি কৰিছে । নিউজিলেণ্ডৰ অন্যতম ৰাজনৈতিক দল ‘নিউজিলেণ্ড ফাৰ্ষ্ট’ৰ নেতা তথা প্রাক্তন উপ-প্রধানমন্ত্রী পিটাৰ্ছৰ বক্তব্য, এই ছবিখনক ছেন্সৰ কৰা, দেশৰ জনসাধাৰণৰ স্বাধীনতাৰ ওপৰত আক্রমণ । ছবিখন আমেৰিকা, অষ্ট্ৰেলিয়া, ভাৰতসহ বহু দেশৰ লোকে ইতিমধ্যে চাইছে । তেওঁৰ মতে, ছেন্সৰ বোর্ডৰ এই সিদ্ধান্ত ১৫ মার্চত ক্রাইষ্টচার্চৰ মছজিদত আক্ৰমণ বা আমেৰিকাত ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য আৰু চিত্র মানুহৰ মনৰ পৰা মছি পেলোৱাৰ দৰে ।

লগতে পিটাৰ্ছে জনাইছে, নিউজিলেণ্ডৰ উপৰিও, সমগ্ৰ বিশ্বৰ মূলধাৰাৰ মুছলিমসকলে ইছলামৰ নামত সন্ত্রাসৰ নিন্দা কৰে । ইছলাম বিদ্বেষৰ বিৰুদ্ধে কৰা পদক্ষেপসমূহ ভুলৱশত সন্ত্রাসবাদীসকলৰ ঢাল হৈ উঠা উচিত নহয় । ফেচবুকত পিটাৰ্ছৰ এই মন্তব্যৰ পাছতেই তেওঁক ধন্যবাদ জনাইছে ‘দ্য কাশ্মীৰ ফাইলছ’-ৰ পৰিচালক বিবেক অগ্নিহোত্রীয়ে ।

টুইটাৰত পৰিচালকৰ দাবী, ছবিখনত নিষেধাজ্ঞা আৰোপ কৰিবৰ বাবে কিছু সাম্প্রদায়িক গোষ্ঠীৰ তৰফৰ পৰা নিউজিলেণ্ড ছেন্সৰ বোর্ডৰ ওপৰত চাপ দিয়া হৈছে ।

যদিও স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, ছবিখনৰ ওপৰত এতিয়াও কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । কিছু লোকৰ আপত্তিৰ বাবে ছবিখনৰ প্রদর্শনৰ বিষয়ত পুনর্বিবেচনাৰ সিদ্ধান্ত লোৱা হৈছে । ছেন্সৰ বোর্ডৰ প্রধান ডেভিছ ছেংকছে জনাইছে, মুছলিম সম্প্রদায়ৰ কিছু লোকে তেওঁক জনাইছে, এই ছবিখন মুছলিম-বিৰোধী ভাবাবেগত উচতনি দিব পাৰে । যাৰ ফলত বিদ্বেষৰ সৃষ্টি হ’ব পাৰে ।

আনহাতে, নিউজিলেণ্ডত ছবিখন মুক্তিৰ দাবীতো পিটিছন জমা হৈছে । পিটিছনত কোৱা হৈছে, ছবিখনৰ বিষয়বস্তু বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি নির্মিত । সমগ্ৰ বিশ্বত চলচ্চিত্র মাধ্যম ব্যৱহাৰ কৰি যন্ত্রণাদায়ক অভিজ্ঞতা দাঙি ধৰা হয় । লগতে ইসলাম বিদ্বেষৰ অভিযোগ নাকচ কৰি এই পিটিছনত কোৱা হৈছে, সমগ্ৰ বিশ্বত লক্ষাধিক লোকে ছবিখন চাইছে । তাৰ পাছতো ক’তো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই ।

নিউজিলেণ্ডত ছবিখনৰ প্রদর্শন স্থগিত ৰখাৰ তুমুল বিৰোধিতা কৰিছে পৰিচালকে । সমস্ত ভাৰতীয়ক জোঁটবদ্ধ হৈ এই অগণতান্ত্রিক কৌশলৰ বিৰোধিতা কৰাৰ অনুৰোধো কৰিছে বিবেকে । যদিও তেওঁৰ মন্তব্যৰ পাছতেই নেটনাগৰিকৰ কোনো কোনোৱে ‘পৰজানিয়া’ সম্পৰ্কত বিতর্কৰ বিষয়টো উত্থাপন কৰিছে । ২০০২ত গুজৰাট সংঘৰ্ষৰ পাছত এহাল পাৰচী দম্পতিয়ে সন্তানক বিচাৰি উলিওৱাৰ বিষয়টোক লৈ ‘পৰজানিয়া’ তৈয়াৰ কৰিছিল ৰাহুল ঢোলাকিয়াই । সেই ছবিৰ ওপৰত অলিখিত নিষেধাজ্ঞা জাৰি হৈছিল গুজৰাতত । শাসক দল বিজেপিৰ কোপত যাতে পৰিবলগীয়া নহয়, সেয়ে ছবিখন প্রদর্শনত অমান্তি হৈছিল ৰাজ্যৰ বহু ছবিগৃহ স্বাত্বাধিকাৰী ।

বিবেকক এজনৰ প্রশ্ন, ‘‘সেই ঘটনাটো আপুনি অগণতান্ত্রিক নাভাবে ?’’ আকৌ বহু লোকেই বিবেক আৰু তেওঁৰ ছবিৰ লগত থকাৰ বার্তা দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: The Kashmir FilesVivek Agnihotri
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d