গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদ মেল ।ঘোষণা কৰা হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন । ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।
ADVERTISEMENT
ইয়াৰ পাছতে ২১ এপ্ৰিলত হ’ব ভোটগণনা। ৬০টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন । পৌৰ নিগমৰ নিৰ্বাচনৰ মুঠ ভোটাৰ সাত লাখ ৯৬ হেজাৰ ৮২৯ গৰাকী। মুঠ ভোটকেন্দ্ৰৰ থাকিব ৭৮৯টা। মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ।






























