Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Business

মাত্ৰ এক লাখ টকাৰে আৰম্ভ কৰক এই উদ্যোগ

প্ৰতি মাহে ৪০ হেজাৰ টকাতকৈও অধিক হ'ব লাভ !

publisher by publisher
May 15, 2022
in Business, India, News
Reading Time: 1 min read
0
মাত্ৰ এক লাখ টকাৰে আৰম্ভ কৰক এই উদ্যোগ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Business :  ঘৰতে বহি মাত্ৰ পাঁচ হেজাৰ টকাৰে আৰম্ভ কৰক এই লাভজনক ব্যৱসায় : মাহত আয় হ’ব লাখ টকা —-

Share Market : এক লাখ টকাৰ বিনিয়োগত ১০ বছৰতে হ’ব কোটিপতি !

এইবাৰ দেশৰ ‘চিমেন্ট কিং’ হ’ব আদানী, ১০.৫ বিলিয়ন ডলাৰত ক্রয় অম্বুজা-এচিচি

প্ৰায় প্ৰতি মাহৰ মূৰে মূৰে এতিয়া নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি পাইছে । ইয়াৰ ফলত স্বাভাৱিকতে সাধাৰণ মানুহৰ দুৰ্দশা হৈছে । অলপীয়া উপাৰ্জনেৰে বাজেট মিলাব নোৱাৰি এনে পৰিস্থিতিত বহুলোকে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । পিছে সমস্যাটো হৈছে কম প্ৰাৰম্ভিক মূলধনেৰে কম সময়তে থিতাপি লগাব পৰা ব্যৱসায় বিচাৰি উলিওৱাটোহে ।

ADVERTISEMENT

কৰ’না আৰু তলাবন্ধত আৰ্থিক স্বচ্ছলতা হেৰুৱাই পেলোৱা বহুলোকৰ এতি‌য়া নতুন ব্যৱসায় কৰো বুলিলেও মূলধনৰ অভাৱ । এনে স্থলত কেন্দ্ৰীয় চৰকাৰৰ মুদ্ৰা আঁচনিৰ অধীনত কেনেদৰে লাভজনক ব্যৱসায় কৰিব পাৰি সেই বিষয়ে স্বয়ং কেন্দ্ৰ‌ই মুকলি কৰা প্ৰকল্প প্ৰতিবেদন পঢ়িলে উপকৃত হ’ব পাৰিব এই ধৰণৰ ব্যৱসায় কৰাৰ বাবে আগ্ৰহীসকলে । চৰকাৰৰ দ্বাৰা প্ৰকাশিত এই প্ৰকল্প প্ৰতিবেদনত লাভজনক ব্যৱসায় হিচাপে স্বীকৃতি দিয়া হৈছে বেকাৰী উদ্যোগক ।

বেকাৰী উদ্যোগৰ দ্বাৰা স্বনিৰ্ভৰশীলতা

এই ব্যৱসায় মাত্ৰ এক লাখ টকাৰে আৰম্ভ কৰিব পাৰি আৰু ইয়াৰ পৰা প্ৰতি মাহে ৪০ হেজাৰ টকাতকৈও অধিক লাভ আদায় কৰিব পৰা যায় । যদি কোনোবাই মুদ্ৰা আঁচনিৰ অধীনত এই ব্যৱসায় আৰম্ভ কৰে তেন্তে নামমাত্ৰ মূলধন বিনিয়োগ কৰিব লাগিব । বিস্কুট হৈছে এনে এক সামগ্ৰী যাৰ সকলো সময়তে বজাৰত চাহিদা থাকে । বিস্কুটৰ লগতে বজাৰত কেক, পেষ্ট্ৰি, পাউৰুটী আদিৰো চাহিদা প্ৰচুৰ । এই ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা গোট স্থাপন কৰিও বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিব পাৰে ইচ্ছুক ব্যৱসায়ীয়ে ।

বেকাৰী উদ্যোগ এটা খুলিবলৈ বিচাৰিলে আজিৰ তাৰিখত মোদী চৰকাৰৰ পৰা অৰ্থ সাহায্য লাভ কৰিব পাৰে এজন ব্যক্তিয়ে । মুদ্ৰা আঁচনিৰ নিয়ম অনুসৰি, এই ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰয়োজন হোৱা মুঠ ব্যয়ৰ ৮০ শতাংশলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে । এই ব্যৱসায় কৰিবলৈ চৰ্ত মাথোঁ এটাই । সেইটো হৈছে – উদ্যোগটো গঢ়িবলৈ প্ৰয়োজন হোৱা ভূমিৰ ব্যৱস্থা নিজেই কৰিব লাগিব ব্যৱসায়ীয়ে । নিজা ভূমি নাথাকিলে ভাড়া কোঠালী লৈ হ’লেও প্ৰকল্পৰ ফাইলত সেই বিষয়ে উল্লেখ কৰিব লাগিব ।

ম্যাদী ঋণ আৰু কাৰ্যকৰী মূলধন ঋণ পাব

চৰকাৰী হিচাপ মতে, এই ধৰণৰ উদ্যোগ এটা স্থাপন কৰোতে গোটেই প্ৰকল্পটোৰ মুঠ ব্যয় হয় প্ৰায় ৫.৩৬ লাখ টকা । ইয়াৰ ভিতৰত ব্যৱসায়ীজনে কেৱৰ এক লাখ টকাহে নিজৰ পৰা বিনিয়োগ কৰিব লাগিব বাকীখিনি খৰচ চৰকাৰে বহন কৰিব । অৱশ্যে ইয়াৰ বাবে ব্যক্তিজন মুদ্ৰা আঁচনিৰ নিয়ম অনুসৰি বাছনি হ’ব লাগিব; তেহে ২.৮৭ লাখ টকাৰ ম্যাদী ঋণ আৰু ১.৪৯ লাখ টকাৰ কাৰ্যকৰী মূলধন ঋণ পাব কেন্দ্ৰৰ পৰা ।

এই ব্যৱসায় কৰাৰ বাবে আবেদনকাৰী ব্যক্তিৰ নিজাকৈ কমেও ৫০০ বৰ্গফুট ভূমি থাকিব লাগিব । অন্যথা ভাড়াৰ খৰচ নিজেই বহন কৰিব লাগিব ব্যৱসায়ীজনে ।

লাভৰ পৰিমাণ

চৰকাৰে প্ৰস্তুত কৰা প্ৰকল্প প্ৰতিবেদনত উল্লেখ কৰা মতে, গোটেই বৰ্ষৰ বাবে এই ব্যৱসায়ত উৎপাদন ব্যয় যদি প্ৰায় ৪.২৬ লাখ টকা হয় তেন্তে উক্ত মূল্যত উৎপাদিত বিস্কুট, পাউৰুটী আদি বিক্ৰী কৰি বছৰটোত প্ৰায় ২০.৩৮ লাখ টকা উপাৰ্জন কৰিব পৰা যায় । এবছৰত এই ধৰণৰ উদ্যোগৰ আনুমানিক মুঠ অপাৰেটিং লাভ ৬.১২ লাখ টকাৰ আশে-পাশে থাকে ।

অৱশ্যে উদ্যোগটোৰ পৰিচালনা, বিক্ৰী সামগ্ৰীৰ পৰিবহণ ব্যয় আৰু অন্যান্য কামত প্ৰায় ১,৯০,০০০ টকা অতিৰিক্তকৈ ব্যয় হয় । গতিকে এবছৰত মুঠ লাভ প্ৰায় ৪.২ লাখ টকা বুলি ধৰিব পাৰি ।

আবেদনৰ প্ৰক্ৰিয়া

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত যিকোনো বেংকত আবেদন কৰিব পাৰে । ইয়াৰ বাবে প্ৰথমে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । এই প্ৰ-পত্ৰত নাম, ঠিকনা, ব্যৱসায়, শিক্ষা বৰ্তমানৰ উপাৰ্জনকে ধৰি কে’বাটাও গুৰুত্বপূৰ্ণ তথ্য দিব লাগিব । ইয়াৰ বাবে কোনো প্ৰচেছিং মাচুল বা গেৰাণ্টি মাচুল পৰিশোধ কৰাৰো প্ৰয়োজন নহ’ব । ঋণৰ ধন পাঁচ বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bakery BusinessBusinessPradhan Mantri MUDRA Yojana
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d