Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Worship Law : উপাসনাস্থল আইন পৰিৱৰ্তনৰ পথ প্ৰশস্ত

publisher by publisher
May 22, 2022
in India, News
Reading Time: 1 min read
0
Worship Law : উপাসনাস্থল আইন পৰিৱৰ্তনৰ পথ প্ৰশস্ত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Allahabad High Court Orders Resumption Of Survey At Gyanvapi Mosque:জ্ঞানব্যাপী মছজিদত পুনৰ জৰীপ আৰম্ভ কৰাৰ নিৰ্দেশ এলাহবাদ উচ্চ ন্যায়ালয়ৰ

Gyanvapi Masjid : জ্ঞানবাপী গোচৰৰ ৰায় বাৰাণসী আদালতত

Gyanvapi Mosque : জ্ঞানবাপী মছজিদৰ ‘শিৱলিংগৰ’ কার্বন ডেটিং পৰীক্ষাত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

অযোধ্যাত ৰামমন্দিৰ-বাবৰি মছজিদ বিবাদত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ পক্ষত ৰায় দিলেও উপাসনাস্থল ৰক্ষা আইনৰ গুৰুত্বৰ কথা জনাইছিল । যি আইনত কোৱা হৈছে, অযোধ্যা একমাত্র ব্যতিক্রম । বাকী অন্য ক্ষেত্রত য’ত যি মন্দিৰ, মছজিদ বা গির্জা আছিল, সেয়াই থাকিব লাগিব । তাৰ চৰিত্র বদল নচলিব । মছজিদক মন্দিৰ কৰা নহ’ব । কিন্তু বাৰাণসীৰ জ্ঞানবাপী মছজিদক লৈ বিতর্কত উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে যি অৱস্থান লৈছে, তাত বিৰোধী শিবিৰৰ প্রশ্ন, ইয়াৰ পাছতেই উপাসনাস্থল সুৰক্ষা আইনেৰে মছজিদক মন্দিৰ কৰাৰ দাবী ৰোধ কৰিব পৰা যাব নে ? নে মোদী চৰকাৰেই উপাসনাস্থল সুৰক্ষা আইন পৰিৱৰ্তন কৰিব ?

ADVERTISEMENT

পাঁচগৰাকী হিন্দু মহিলাই বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদত মা শৃংগাৰ গৌৰীস্থলত পূজাৰ অনুমতি বিচাৰি গোচৰ ৰুজু কৰিছিল । শুকুৰবাৰে শীৰ্ষ ন্যায়ালয়ত ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্রচূড়ৰ বেঞ্চে কয়, ১৯৯১-ৰ উপাসনাস্থল ৰক্ষা আইন বা ‘প্লেচেছ অৱ ৱৰশ্বিপ (স্পেচিয়েল প্রভিছন) এক্ট’-ত ধর্মস্থানৰ চৰিত্র নির্ধাৰণত বাধা নাই । উচ্চতম ন্যায়ালয়ে এই যুক্তিতেই শুনানিত স্থগিতাদেশ জাৰি কৰা নাই ।

কংগ্রেছ আৰু অন্যান্য বিৰোধী দলে প্ৰত্যক্ষভাৱে জ্ঞানবাপী মছজিদত পূজাৰ দাবীৰ বিৰোধিতা কৰা নাই । সেয়া কৰিলে বিজেপি-আৰএছএছৰ মেৰুকৰণতেই সুবিধা হ’ব বুলি কংগ্রেছে কেৱল উপাসনাস্থল ৰক্ষা আইনৰ কথা মনত পেলাই দিছে । কিন্তু উচ্চতম ন্যায়ালয়ৰ বক্তব্যত বিৰোধী শিবিৰৰ প্রশ্ন, জ্ঞানবাপী মছজিদৰ আদিপ্রকৃতি যদি হিন্দু মন্দিৰৰ বুলি নির্ধাৰিত হয়, তেনেহ’লে মছজিদ ভাঙি মন্দিৰ নিৰ্মাণৰ দাবী ৰোধ কৰিব পৰা যাব নে ?

দিল্লী বিশ্ববিদ্যালয়থ সমাজতত্ত্বৰ অধ্যাপক নন্দিনী সুন্দৰে আজি প্রশ্ন উত্থাপন কৰিছে, ‘‘উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰায়চ একেই কাঠামোতে দুই ধর্মৰ সহাৱস্থানৰ কথা কৈছিল । তাৰ পাছত এটা ধর্মৰ পক্ষত ৰায় দিছিল । ন্যায়াধীশ চন্দ্রচূড়ে এই পথ অৱলম্বন কৰাৰে ইংগিত দিছে নেকি ?’’

শীর্ষ আদালতৰ প্রধান ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত যি পাঁচ ন্যায়াধীশৰ বেঞ্চে অযোধ্যাত ৰাম মন্দিৰৰ পক্ষত ৰায় দিছিল, ন্যায়াধীশ চন্দ্রচূড় তাৰ সদস্য আছিল । ৰায়ত উল্লেখ নাথাকিলেও তাৰ লিখাৰ ধৰণ আৰু শব্দচয়ন দেখি অধিবক্তাসকলে অনুমান কৰিছিল, ন্যায়াধীশ চন্দ্রচূড়েই ৰায় লিখিছিল । এইবাৰ তেওঁৰ বেঞ্চেই জ্ঞানবাপী মছজিদৰ গোচৰৰ শোনানি কৰিব । নন্দিনীৰ মন্তব্য, ‘‘ইতিহাসৰ পুনৰাবৃত্তি হ’লে, প্রথমবাৰ সেয়া ট্রেজেডি আছিল । দ্বিতীয়বাৰ আইন প্রহসনত পৰিণত হ’ব ।’’

বিজেপি আৰু সংঘ পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে দাবী উঠিছে, ১৯৯১-ৰ উপাসনাস্থল ৰক্ষা আইন বা ‘প্লেচেছ অৱ ৱৰশ্বিপ (স্পেচিয়েল প্রভিছন) এক্ট’ ৰখাৰেই প্ৰয়োজন নাই । অযোধ্যাত ৰাম মন্দিৰ আন্দোলনৰ সময়ত পি ভি নৰসিং ৰাওৰ চৰকাৰে এই আইন আনিছিল । য’ত কোৱা হৈছিল, ১৯৪৭ত মন্দিৰ, মছজিদ, গির্জাৰ দৰে ধর্মস্থান য’ত যেনেকে আছে, তেনেকৈয়ে ৰাখিব লাগিব । উদ্দেশ্য আছিল, ভৱিষ্যতে কাশী-মথুৰাতো মছজিদ ভাঙি মন্দিৰ নিৰ্মাণৰ বাবে সংঘ পৰিয়ালৰ দাবী সমূলী বিনাশ কৰা ।

বিজেপি নেতা সুব্রহ্মণ্যম স্বামীৰ বক্তব্য, প্রধানমন্ত্রী নৰোন্দ্র মোদীয়ে ইমান দিনে এই আইন প্রত্যাহাৰ কৰি পেলাব বুলি আশা আছিল । বিগত আঠ বছৰত লোকসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা আৰু ৰাজ্যসভাত কার্যত সংখ্যাগৰিষ্ঠতা থকা সত্বেও তেওঁ এই কামত ব্যর্থ । প্রধানমন্ত্রীক এই দাবীত পত্ৰ লিখা, শীৰ্ষ ন্যায়ালয়ত গোচৰ ৰুজু কৰা ইত্যাদিও আগতেই সমাপন কৰিছে স্বামীয়ে । তেওঁৰ দাবী, এই আইন সংবিধান প্রদত্ত পূজা-অৰ্চনাৰ দৰে ধৰ্মাচৰণৰ অধিকাৰৰ বিৰোধী ।

বিজেপি নেতাসকলে উল্লেখ কৰিছে যে, এই আইনে পূৰ্বতে দলৰ বিৰোধিতা কৰিছিল । লালকৃষ্ণ আদ্‌বাণীৰ নেতৃত্বত বিজেপি লোকসভাত ইয়াৰ বিৰোধিতা কৰি ৱাক-আউট কৰে । আদ্‌বাণীর অভিযোগ আছিল, ইয়াৰ ফলত য’ত সমস্যা নাই, তাতেই বিবাদ সৃষ্টি হ’ব । উমা ভাৰতীয়ে কৈছিল, ঔৰংগজেবে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰিলেও, মছজিদত ইচ্ছাকৃতভাৱে হিন্দু ধর্মৰ চিহ্ন এৰি গৈছিল । যি দেখি পৰৱর্তী কালতো হিন্দুসকলৰ দুর্ভাগ্য আৰু মুছলিমসকলৰ ক্ষমতাৰ কথা মনত পৰে ।

বাৰাণসী আৰু মথুৰাৰ গোচৰত প্রধান উদ্যোক্তা, অধিবক্তা বিষ্ণুশংকৰ জৈনৰ বক্তব্য, ‘‘১৯৯১-ৰ উপাসনাস্থল আইনৰ চাৰি নম্বৰ ধাৰা এতিয়াই প্রত্যাহাৰ কৰা উচিত ।’’ এই চাৰি নম্বৰ ধাৰাত কোৱা হৈছে, উপাসনাস্থলৰ ধর্মীয় চৰিত্র ১৯৪৭-ৰ ১৫ আগষ্টত যেনেকুৱা আছিল, তেনেকুৱাই থাকিব । মন্দিৰ-মছজিদৰ চৰিত্র পৰিৱৰ্তনক লৈ কোনো পুৰণি গোচৰ নাথাকিব, নতুন কোনো গোচৰো ৰুজু কৰিব নোৱাৰিব । এই আইন মৰ্মেই শীৰ্ষ ন্যায়ালয়ে মছজিদ পৰিচালনা কর্তৃপক্ষৰ অধিবক্তা হুজেফা আহমদিয়ে কৈছে, বাৰাণসীৰ গোচৰ প্রথমতেই খাৰিজ হৈ যোৱা উচিত । উচ্চতম ন্যায়ালয়ে সেয়া মানি নলয় ।

মথুৰাৰ শ্বাহি ঈদগাহত কৃষ্ণ জন্মভূমিৰ দাবীত গোচৰত মথুৰাৰ স্থানীয় আদালতে আকৌ বৃহস্পতিবাৰে কৈছে, ১৯৯১-ৰ আইন কৃষ্ণ জন্মভূমি-শ্বাহি ঈদগাহ বিতর্কত মান্য নহয় । কাৰণ, আইন পাছৰ আগতে দুই পক্ষৰ মাজত আপোচ কৰি বিতর্কিত চুক্তি হৈছিল ।

অযোধ্যাত অন্যতম মধ্যস্থতাকাৰী, অধিবক্তা শ্রীৰাম পাঞ্চুৱে সম্প্রতি কৈছে, ১৯৯১-ৰ আইন সংবিধানৰ মূল কাঠামোৰ অংশ । শীৰ্ষ ন্যায়ালয়ে, প্রথমেই মন্দিৰ-মছজিদক লৈ যাৱতীয় গোচৰ প্ৰত্যাহাৰ কৰা উচিত আছিল । প্রবীণ অধিবক্তাসকলৰ বক্তব্য, ২০১৯-ত অযোধ্যাত ৰায়ত শীর্ষ আদালতে কৈছিল, ধর্মীয় উপাসনাস্থল ৰক্ষা ধর্মনিৰপেক্ষ ৰাষ্ট্রৰ দায়িত্বৰ স’তে জড়িত । সকলো ধর্মৰ সমান অধিকাৰৰ প্রতি ভাৰতৰ দায়ৱদ্ধতাৰ প্রতিফলন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gyanvapi MosqueWorship Law
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d