Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা স্থানেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

publisher by publisher
June 7, 2022
in Assam, Education, India, News
Reading Time: 1 min read
0
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা স্থানেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দৰিদ্ৰতা বাধা নহয়, ৮৮.৮৩% নম্বৰে উজ্বলিল নলবাৰীৰ জাহানাৰা আখতাৰা

মেট্ৰিকৰ ফলাফলত প্ৰথম স্থান দখল আমিষী শইকীয়াৰ

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

বজালী সদৰ পাঠশালাৰ পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগৰখনৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ মুঠ চাৰিগৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষৰ ১০টাৰ ভিতৰত স্থান দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ দুগৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ লগতে পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলৰো দুগৰাকী শিক্ষাৰ্থীয়ে স্থান দখল কৰি সমগ্ৰ বজালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষন হয় ৷

ADVERTISEMENT

আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষাৰ্থী তথা পাঠশালা নগৰৰ তিনি নং ৱাৰ্ড নিৱাসী ব্যৱসায়ী ৰঞ্জিত কলিতা আৰু গৃহিনী নিৰু কলিতাৰ পুত্ৰ স্বপ্নৰাজ কলিতাই ৰাজ্যখনৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা স্বপ্নৰাজে অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৭ আৰু কম্পিউটাৰ বিজ্ঞানত ১০০ নম্বৰৰে মুঠ ৫৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ দৈনিক আঠ-ন ঘন্টা অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত গান শুনি ভাল পোৱা স্বপ্নৰাজে এই সাফল্যৰ বাবে পিতৃ-মাতৃ, শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকা, অধ্যক্ষ নন্দিতা বৰ্মন ডেকাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা স্বীকাৰ কৰে ৷

শিক্ষানুষ্ঠানখনৰ পৰা সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হোৱা পাটাছাৰকুছি নগৰ নিৱাসী তথা টিহু চিকিৎসালয়ৰ উপ অধীক্ষক ডা: তপন তালুকদাৰ আৰু গৃহিনী সীমা তালুকদাৰৰ পুত্ৰ জ্যোতিপল তালুকদাৰে অসমীয়াত ৯৩, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, উচ্চ গণিতত ১০০ নম্বৰৰে মুঠ ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা জ্যোতিপলে আজৰি সময়ত কেৰম, ডবা খেলৰ লগতে জুবিন গাৰ্গৰ গান শুনি ভাল পায় ৷ আনন্দৰাম বৰুৱা একাডেমিতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দি একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে যিকোনো কামতে সফলতা লাভ কৰিব পাৰি বুলি মন্তব্য কৰে ৷ দৈনিক সাত-আঠ ঘন্টাকৈ অধ্যয়ন কৰা জ্যোতিপলে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা যথেষ্ট সুবিধা পাইছিল বুলি উল্লেখ কৰি এই সফলতাৰ বাবে বিশেষকৈ পিতৃ-মাতৃ, আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শলাগ লয় ৷

ফল ঘোষণাৰ পাছতে দুয়োগৰাকী শিক্ষাৰ্থীক লৈ শিক্ষানুষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে শিক্ষাৰ্থী দুগৰাকীক লৈ সমগ্ৰ পাঠশালা নগৰৰ মাজেৰে এক শোভাযাত্ৰা উলিওৱা হয় ৷ আনহাতে, পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ পৰাও দুগৰাকী ছাত্ৰই স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ক্ৰমে হৰ্ষিত বৰ্মনে অষ্টম আৰু ডিভাইন এ.পি. শৰ্মাই নৱম স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ খ্যাতি কঢ়িয়াই আনে ৷

WhatsApp Image 2022 06 07 at 4.23.55 PM

হৰ্ষিতে অসমীয়াত ৯৬, ইংৰাজীত ১০০, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৬, উচ্ছ গণিতত ১০০ মুঠ ৫৯০ আৰু ডিভাইন এ.পি. শৰ্মাই অসমীয়াত ৯৭, ইংৰাজীত ১০০, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৪, উচ্ছ গণিতত ১০০ মুঠ ৫৮৯ নম্বৰ পাবলৈ সক্ষম হয় ৷

নলবাৰী জিলাৰ টিহু নগৰ নিৱাসী ৪ নং ৱাৰ্ডৰ জিতেন বৰ্মন আৰু গীতিকা কলিতাৰ পুত্ৰ হৰ্ষিত বৰ্মনে গীত গাই আৰু ছবি আঁকি ভাল পায় ৷ মাতৃ টিহু হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক আৰু সংগীত শিল্পী পিতৃয়ে পুত্ৰৰ সাফল্যত যথেষ্ট আনন্দ প্ৰকাশ কৰে ৷ হৰ্ষিতে ভৱিষ্যতে নীট আৰু জেইই পৰীক্ষা দি চিকিৎসক নাইবা অভিযন্তা হোৱাৰ সপোন দেখিছে ৷

WhatsApp Image 2022 06 07 at 4.23.56 PM

আনহাতে, নৱম স্থানপ্ৰাপ্ত বজালী জিলাৰ ভোগপুৰ নিৱাসী তথা অকয়া হাইস্কুলৰ সহকাৰী বিজ্ঞান শিক্ষক প্ৰশান্ত শৰ্মা আৰু মাতৃ কবি, লেখিকা অনু দেবীৰ পুত্ৰ ডিভাইন এ পি শৰ্মাই ভৱিষ্যতে এগৰাকী সৎ চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷ ডিভাইন এ.পি. শৰ্মাই আজৰি সময়ত ছবি আঁকি, গান শুনি, ভায়লিন বজাই ভাল পায় ৷

আজিৰ এই সাফল্যত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ ড৹ ৰণজিৎ ডেকা, ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ নন্দিতা বৰ্মন, শীক্ষাপীঠৰ প্ৰধান শিক্ষক উৎপল বৰকাকতিসহ শিক্ষক-শিক্ষয়িত্ৰীসকলে সন্তোষ প্ৰকাশ কৰি শিক্ষাৰ্থীসকলক অভিনন্দন জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam HSLC  ResultPathsalaজ্যোতিপল তালুকদাৰডিভাইন এ পি শৰ্মাস্বপ্নৰাজ কলিতাহৰ্ষিত বৰ্মন
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d