Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Agnipath Scheme : অগ্নি-বিক্ষোভ হাৰিয়ানাত, গুৰুগ্রামত ১৪৪ ধাৰা ! ফৰিদাবাদত বন্ধ ইন্টাৰনেট, মোবাইল

publisher by publisher
June 17, 2022
in India, News
Reading Time: 1 min read
0
Agnipath Scheme : অগ্নি-বিক্ষোভ হাৰিয়ানাত, গুৰুগ্রামত ১৪৪ ধাৰা ! ফৰিদাবাদত বন্ধ ইন্টাৰনেট, মোবাইল
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

বিহাৰ, ৰাজস্থান, উত্তৰ প্রদেশ, তেলেংগানাৰ পাছত এইবাৰ হৰিয়ানা । নৰেন্দ্র মোদী চৰকাৰৰ ‘চুক্তিভিত্তিক সেনা’ নিয়োগৰ সিদ্ধান্তৰ প্রতিবাদত ক্রমশ বিক্ষোভ আৰম্ভ হৈছে কে’বাখনো ৰাজ্যত । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অগ্নিপথ প্রকল্পত নিয়োজিত ‘অগ্নিবীৰ’সকলক চাৰি বছৰৰ ম্যাদ শেষৰ পাছত ৰাজ্য চৰকাৰৰ চাকৰিত নিয়োগৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়াৰ কথা কৈছে হৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰে ।

ADVERTISEMENT

কিন্তু বিক্ষোভ নিয়ন্ত্ৰণ নোহোৱাত এইবাৰ গুৰুগ্রামসহ কে’বাখনো অঞ্চলত জাৰি কৰা হ’ল ১৪৪ ধাৰা ।গুৰুগ্রামৰ লগতে, আগন্তুক ২৪ ঘণ্টাৰ বাবে ফৰিদাবাদৰ বল্লভগড়ত সমস্ত ধৰণৰ জনসমাগম নিষিদ্ধ কৰা হৈছে । ২৪ ঘণ্টাৰ বাবে বন্ধ কৰা হৈছে মোবাইল, ইন্টাৰনেট সেৱা ।

প্রসংগত, পালৱালত বিক্ষোভকাৰীসকলে বৃহস্পতিবাৰে চৰকাৰী গাড়ীত জুই লগাই দিয়ে । ডেপুটি কমিছনাৰৰ বাসগৃহত শিল দলিওৱা হয় বুলি অভিযোগ । আন্দোলনকাৰীসকলৰ দাবী, হাৰিয়ানাৰ জাঠ জনগোষ্ঠীৰ যুৱকসকলক চাকৰিৰ বৃহৎ ভৰসা হ’ল ভাৰতীয় সেনা । চাকৰিত স্থায়িত্বৰ বাবে দুখীয়া আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালৰ যুৱকসকলে সেনাৰ চাকৰিকে বাছি লয় । কিন্তু অগ্নিপথ প্রকল্পত নিয়োজিত চুক্তিভিত্তিক ‘অগ্নিবীৰ’সকলে চাকৰি পোৱাৰ চাৰি বছৰৰ ভিতৰতেই অৱসৰ ল’ব লাগিব । এককালীন কিছু টকা পালেও নাথাকিব পেনছনৰ ব্যৱস্থা । সেই ক্ষেত্রত তেওঁলোকে পুনৰ নতুনকৈ চাকৰিৰ সন্ধান কৰিব লাগিব । অনিশ্চিত হৈ পৰিব ভৱিষ্যৎ ।

উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত হাৰিয়ানাৰ যুৱকসকলক সেনাত যোগদানৰ হাৰ যথেষ্ট কম । তাতো আন্দোলন আৰম্ভ হ’ব পাৰে বুলি শংকা কৰিছে । ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনকালতেই ‘যোদ্ধা জাতি’ হিচাপে স্বীকৃতি পাইছিল জাঠসকলে । ১৭৯৫ত গঠিত জাঠ ৰেজিমেন্টৰ অন্তর্গত বেটেলিয়নবোৰত পশ্চিম উত্তৰ প্রদেশ হাৰিয়ানাৰ বহু যুৱক আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agnipath SchemeHaryanaIndian ArmySection 144
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d