Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Viral : ধ্বংসস্তূপত সোণালী পোহৰ, আফগানিস্তানৰ ভূমিকম্পত পৰিয়ালৰ সকলোকে হেৰুওৱা শিশুৰ ছবি ভাইৰেল

publisher by publisher
June 24, 2022
in International, News
Reading Time: 1 min read
0
Viral : ধ্বংসস্তূপত সোণালী পোহৰ, আফগানিস্তানৰ ভূমিকম্পত পৰিয়ালৰ সকলোকে হেৰুওৱা শিশুৰ ছবি ভাইৰেল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত ৫.২ প্ৰাবল্যৰ ভূমিকম্প, অসমসহ উত্তৰ-পূৰ্বত কম্পন অনুভূত

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

কম্বলত লেপেট খাই আছে শ শ মৃতদেহ । ঘৰ বুলিবলৈ কেৱল শিলৰ ঢাপ দেখা যায় । ভূমিকম্পত কার্যত খণ্ডহৰত পৰিণত হৈছে আফগানিস্তান (Afghanistan) । মূলত সেই দেশৰ পূৱ প্রান্ততেই সৰ্বাধিক কৰুণ অৱস্থা । ভূমিকম্পৰ (Earthquake) ফলত প্রবল বৃষ্টিৰ বাবে বানপানীও হৈছে বহু অঞ্চলত । ফলত ব্যাহত হৈছে উদ্ধাৰকাৰ্য । কিন্তু ধ্বংসস্তূপৰ মাজতেই সন্ধান পোৱা গৈছে এটি শিশুৰ । তাৰ পৰিয়ালৰ আৰু কোনো জীয়াই থকা নাই বুলি ধাৰণা কৰা হৈছে । কিন্তু ভাগ্যৱশতঃ শিশুটি ৰক্ষা পৰিছে ।

ADVERTISEMENT

আফগানিস্তানৰ সাংবাদিক ছইদ জিয়াৰমল হাচেমিয়ে টুইটাৰত শ্বেয়াৰ কৰিছে শিশুটিৰ ছবি । লিখিছে, “এই শিশুটি সম্ভৱত তাৰ পৰিয়ালৰ একমাত্র জীৱিত সদস্য । স্থানীয়সকলৰ এই দাবী । দেখি এনে লাগিছে শিশুটিৰ বয়স তিনি বছৰ হ’ব ।” ইয়াৰ পাছতেই শিশুটিৰ হাস্যমুখৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । তাৰ সৰলতাৰে ভৰা হা‍ঁহি দেখি বুজিব পৰা নাযায় যে তাৰ আপোন বুলিবলৈ পৃথিৱীত কোনো নাই । সি ইমানেই সৰু যে তাৰ বাবে এয়া বুজি পোৱাও সম্ভৱ নহয় । বহু নেটিজেনে শিশুটি তুলি লোৱাৰো ইচ্ছা প্রকাশ কৰিছে ।

This little child is probably the only remaining alive member of her family. Locals say they couldn’t find any alive member of her family. She looks like a 3 years old baby.#Afghanistan #AfghanistanEarthquake pic.twitter.com/6mJdiuvOCS

— Sayed Ziarmal Hashemi (@ziarmal1992) June 22, 2022

মঙলবাৰে পুৱাই প্রচণ্ড ভূমিকম্পত কঁপি উঠে আফগানিস্তান । ২০০২ৰ পাছত এয়ে প্রথম ৰিখটাৰ স্কেলত ৬.১ মাত্রাৰ ভূমিকম্পৰ সাক্ষী দেশ । ইতিমধ্যে মৃত্যুৰ সংখ্যা প্রায় হেজাৰ হৈছে । উদ্ধাৰকাৰ্য আৰম্ভ হৈছে যদিও অনেকেই ধ্বংসস্তূপত আবদ্ধ হৈ আছে বুলি খবৰ । এনে পৰিস্থিতিতে বৰষুণ আৰম্ভ হৈছে । ইয়াৰ ফলত উদ্ধাৰকাৰ্য প্রবলভাৱে ব্যাহত হৈছে । আবদ্ধ হৈ পৰা আফগানসকলক ত্রাণসামগ্রী দিব পৰা নাই । ক্রমশ প্রতিকূল হৈছে পৰিস্থিতি ।

মঙলবাৰে সন্ধিয়াৰ পৰাই আৰম্ভ হৈছে বৰষুণ । নিশা বৰষুণৰ পৰিমাণ আৰু বাঢ়ে । ভূমিকম্পৰ ফলত বহু ঠাইত পথ ভাঙি পৰিছে । খহনীয়াও হৈছে । তাৰ মাজতে বানপানীৰ ফলত পৰিস্থিতি আৰু বেয়া হৈছে । তালিবানৰ আমোলত দেশখনৰ দৰিদ্রতা চৰম অৱস্থা পাইছে । এনে পৰিস্থিতিত ভূমিকম্প আৰু তাৰ পাৰ্শ্ববৰ্তী বানে জনজীৱন প্রৱলভাৱত ক্ষতিগ্রস্ত হ’ল বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanEarthquakeViral Photo
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d