Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰষুণৰ অভাৱত গোৱালপাৰাৰ খেতি-পথাৰত চিৰাল ফাঁট : কৃষকৰ মাজত হাহাকাৰ

publisher by publisher
July 17, 2022
in Assam, India, News
Reading Time: 1 min read
0
বৰষুণৰ অভাৱত গোৱালপাৰাৰ খেতি-পথাৰত চিৰাল ফাঁট : কৃষকৰ মাজত হাহাকাৰ
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

Accident:গোৱালপাৰাৰ জলেশ্বৰত ৰাজপথত ই- ৰিক্সাৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ

বতৰৰ প্ৰতিকুল প্ৰভাৱৰ বাবেই সম্প্রতি গোৱালপাৰা জিলাৰ খেতি-পথাৰ সমূহত চিৰাল ফাঁট মেলাত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিশেষকৈ এফালে চলা অত্যাধিক খৰাং পৰিস্থিতি আৰু আনফালে বৰষুণৰ অভাৱত খেতি-পথাৰ সমূহত পানী জমা নথকা বাবেই চিৰাল ফাঁট মেলিছে ।

ADVERTISEMENT

উল্লেখ্য যে কৃষিপ্ৰধান জিলাখনৰ ৰাইজে বিশেষকৈ শালি ধানৰ খেতিক অগ্রাধিকাৰ দি আহিছে । ইপিনে, যোৱা মাহত হোৱা প্ৰচুৰ বৰষুণৰ ফলত পানীৰ তলত বুৰ গৈছিল গোৱালপাৰাৰ খেতি-পথাৰ সমূহ । কিন্তু কঠিয়া ৰোৱাৰ উপযুক্ত সময় হৈছে যদিও এতিয়া খৰাং পৰিস্থিতিয়ে কৃষক ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে ।

উল্লেখ্য যে গোৱালপাৰা জিলাত থকা জলসিঞ্চন আঁচনিসমূহ কেৱল কাগজে-কলমেহে চলিছে । জিলাখনৰ অধিকাংশ জলসিঞ্চন আঁচনি বিকল হৈ থকাৰ বাবে একাংশ স্বচ্ছল কৃষকে ব্যক্তিগতভাৱে শ্বেলো পাম্প বহুৱাই খেতি-পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছে । কিন্তু সাম্প্ৰতিক খৰাং পৰিস্থিতিৰ বাবে শ্বেলো পাম্পসমূহত পানী নুঠাৰ বাবে বিপাঙত পৰিছে খেতিয়কসকল ।

ওৰে বছৰটো পৰিয়াল পোহপাল দিয়াৰ বাবে মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰি কঠিয়া পেলাইছিল যদিও আজি কিছুদিনৰ পৰা খৰাং হোৱাৰ বাবে কঠিয়া মৰহি যোৱাৰ উপক্ৰম হৈছে । তদুপৰি কৃষকসকলে পানীৰ অভাৱত বহু খেতিত এতিয়ালৈকে কঠিয়া পেলাব পৰা নাই ।

কেৱল কঠিয়াতলিতে নহয় খেতি-পথাৰ সমূহত পানী শুকাই চিৰাঁল ফাট মেলাৰ বাবে পথাৰ সমূহত হাল বাই প্ৰস্তুত কৰিব পৰা নাই । এতিয়া কৃষকসকলে এক প্ৰকাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে ।কেৱল কঠিয়াৰ ক্ষেত্ৰতে নহয় পানীৰ অভাৱত জিলাখনৰ বিভিন্ন প্ৰান্তত শাক-পাচলিৰ খেতিসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে‌ ।

এফালে, বানপানীৰ তাণ্ডৱ আনফালে পানীৰ অভাৱত খেতিত চিৰাঁল ফাট মেলাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । সেয়ে অতি শীঘ্ৰে গোৱালপাৰা জিলাত থকা জলসিঞ্চন আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কৃষক ৰাইজে দাবী জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DroughtGOALPARA
publisher

publisher

Related Posts

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d