Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Sri Lanka President: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত ৰনিল বিক্রমসিংঘে

publisher by publisher
July 20, 2022
in International, News
Reading Time: 1 min read
0
Sri Lanka President: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত ৰনিল বিক্রমসিংঘে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

শ্ৰীলংকাত আবদ্ধ হৈ থকা ৩০০ৰো অধিক ভাৰতীয়ক উদ্ধাৰ বায়ুসেনাৰ

শ্রীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হ’ল ৰনিল বিক্রমসিংঘে । এমাহ পূৰ্বে তেওঁক দ্বীপৰাষ্ট্রৰ প্রধানমন্ত্রী নিৰ্বাচিত কৰিছিল দেশৰ তৎকালীন ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষ‌ই । সম্প্রতি তেওঁ পদত্যাগ কৰাত বিক্রমসিংঘেয়ে অস্থায়ী ৰাষ্ট্ৰপতি হিচাপেও দায়িত্ব পালন কৰিছিল । এইবাৰ তেওঁকেই শ্রীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত কৰা হ’ল ।

ADVERTISEMENT

বুধবাৰে শ্রীলংকাৰ ৰাষ্ট্ৰপতি নির্বাচন আছিল । ইয়াৰ পূৰ্বে শ্রীলংকাত ৰাষ্ট্ৰপতি নির্বাচনৰ নতুন নিয়ম জাৰি কৰা হয় । ৰাষ্ট্ৰপতি পদপ্রার্থী আৰু সেই সময়ৰ প্রধানমন্ত্রী বিক্রমসিংঘেৰ চৰকাৰে জনাই দিয়ে যে আগৰ দৰে জনসাধাৰণৰ সমর্থনত (পপুলাৰ ভোট) নহয়, দেশৰ সংসদৰ সদস্যসকলৰ ভোটতেই ২০ জুলাইত নির্বাচিত হ’ব পৰৱর্তী ৰাষ্ট্ৰপতি । সেই নিয়ম মানিয়ে জয়ী হ’ল বিক্রমসিংঘে ।

শ্রীলংকা ইউনাউটেড নেছনেল পার্টিৰ সদস্য ৭৩ বছৰীয়া ৰনিল বিক্রমসিংঘে । ২০২০ত শ্রীলংকাৰ সাধাৰণ নির্বাচনত জয়ী হৈ মাহিন্দা ৰাজাপক্ষে ক্ষমতা দখল কৰাৰ পূৰ্বে তেঁৱেই দ্বীপৰাষ্ট্রৰ প্রধানমন্ত্রী আছিল । শ্রীলংকাৰ ছবাৰৰ প্রধানমন্ত্রী তেওঁ ।

অৱশ্যে বিক্রমসিংঘে যে এই ৰাষ্ট্ৰপতি ভোটত জয়ী হ’ল হয়, সেয়া এক প্ৰকাৰে অনুমান কৰা হৈছিল । ২২৫ জনীয়া সদস্যৰ শ্রীলংকা সংসদত ৰাজাপক্ষেৰ দল এছএলপিপি-ৰ ১০০ জন সদস্যৰ অনেকেই প্রকাশ্যত বিক্রমসিংঘেক সমর্থনৰ কথা ঘোষণা কৰে । বৃহত্তম তামিল দল টিএনএ-ৰ ১০জন সদস্যৰ সমর্থনো তেওঁৰ লগতে আছিল । এনে পৰিস্থিতিত অন্য সৰু দল আৰু ৪৫ জন নির্দল সদস্যৰ সমর্থন নির্ণায়ক হ’ব বুলি অনুমান কৰিছিল ৰাজনৈতিক বিশ্লেষকসকলে । বুধবাৰৰ নিৰ্বাচনত বিক্রমসিংঘেৰ জয়ৰ পাছত অনুমান কৰা হৈছে, নির্দলীয় সমর্থন বিক্রমসিংঘেৰ পক্ষেতে আছে ।

যোৱা এপ্রিলৰ পৰা চৰম অর্থনৈতিক সমস্যাত জর্জৰিত শ্রীলংকাত ক্রমশ ক্ষোভ বাঢ়িছিল ৰাজাপক্ষেৰ বিৰুদ্ধে । জনসাধাৰণে এই চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামে । নতুন চৰকাৰ গঠনৰ দাবীও জনায় । ইয়াৰ মাজতেই বিগত মাহৰ ১২ মে’ত শ্রীলংকাৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত হয় বিক্রমসিংঘে । তাৰ এমাহৰ ভিতৰতেই অৱশ্যে তেওঁৰ দায়িত্ব সলনি কৰা হয় ।

উল্লেখ্য, পলাতক গোতাবায়াই পদত্যাগ কৰাৰ পাছত ৰাষ্ট্ৰপতিৰ আসন দখলৰ যুঁজত বিক্রমসিংঘেৰ উপৰিও আছিল আৰু তিনিজন — সংসদৰ বিৰোধী দল নেতা তথা সমগি জন বলবেগয়া (এছজেবি)-ৰ প্রতিষ্ঠাতা-প্রধান ছাজিথ প্রেমদাসা, প্রবীণ সাংবাদিক তথা ৰাজাপক্ষৰ দল শ্রীলংকা পৰুজনা পেৰমুনা (এছএলপিপি)-ৰ সংসদ সদস্য ডলাস অলহাপেৰুমনা আৰু সিংহলী জাতীয়তাবাদী বামপন্থী দল জনতা বিমুক্তি পেৰামুনা (জেভিপি)-ৰ নেতা আনুৰা কুমাৰা দিছানায়েক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: President ElectionRanil WickremesingheSri Lankasri lanka crisis
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d