Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

স্বাধীনতা দিৱস উপলক্ষ্যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সাঁচিপাতৰ দশম নিবেদিত নাট “ত্ৰিমূৰ্ত্তি-৪২” মঞ্চস্থ

samimsultana by samimsultana
August 17, 2022
in Assam, Environment, News
Reading Time: 1 min read
0
স্বাধীনতা দিৱস উপলক্ষ্যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সাঁচিপাতৰ দশম নিবেদিত নাট “ত্ৰিমূৰ্ত্তি-৪২” মঞ্চস্থ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত আত্ম বলিদান দিয়া মৰিগাঁও জিলাৰ তিনিগৰাকী বীৰ শ্বহীদৰ জীৱন আধাৰিত অজয় কুমাৰ ডেকাৰ ৰচনাৰে দেশৰ স্বাধীনতা দিৱসৰ দিনটোত “ত্ৰিমূৰ্ত্তি-৪২” নামৰ নাটক খনি মঞ্চস্থ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সাঁচিপাত, মৰিগাঁৱৰ সহযোগত “স্বাধীনতাৰ অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি মৰিগাঁও চহৰৰ  জিলা পুথিভঁড়াল প্রেক্ষাগৃহত সন্ধ্যা  সাঁচিপাত মৰিগাঁৱৰ শিশু শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰা  “ত্ৰিমূৰ্ত্তি-৪২” ৰ নাটক খনিয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। নাটখনিৰ সহ-পৰিচালক আৰু নৃত্য পৰিচালক হিচাপে সহযোগিতা আগবঢ়োৱা  মৰিগাঁও শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ গুৰুদ্বয় প্ৰসন্ন কুমাৰ মেধি  আৰু  তাপস বৰদলৈৰ লগতে নাটখনিৰ মঞ্চসজ্জা আৰু শিল্পীসকলৰ সাজ-সজ্জাৰ নিৰ্দেশনা কৰে জ্যোতিষা মহন্তই।জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই  বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা নাটক খনি উদ্ধোধনী অনুষ্ঠানত নাটক খনৰ পৰিচালক অজয় কুমাৰ ডেকা সাঁচিপাত মৰিগাঁৱৰ মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা, সভাপতি দেৱেশ্বৰ গোস্বামীকে আদি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জ্যোতিষা মহন্ত আৰু সাঁচিপাত, মৰিগাঁৱৰ সম্পাদক জ্ঞানমোহন ডেকাই আঁত ধৰা অনুষ্ঠানটোত  মঞ্চ সফল নাট “ত্ৰিমূৰ্ত্তি-৪২”ত গুণাভিৰাম বৰদলৈৰ চৰিত্ৰত অভিনয় কৰে অভিজ্ঞান বৰাই, তিলক ডেকাৰ চৰিত্ৰত ৰাজ ডেকাই, হেমৰাম পাতৰৰ চৰিত্ৰত অক্ষজ সিংহ ৰাজাই, মহেন্দ্ৰনাথ হাজৰিকাৰ চৰিত্ৰত ডিউকজিৎ কাশ্যপে, কুটঙীৰ চৰিত্ৰত জিমি ডেকাই, দিনেমাইৰ চৰিত্ৰত জুচিপৰ্ণা ডেকাই, ‘ভাৰত মা’ৰ চৰিত্ৰত শিৱাশ্ৰী মহন্তই। অন্যান্য চৰিত্ৰসমূহত ক্ৰমে টোপাল কাশ্যপ ডেকা, দৰ্পন হাজৰিকা, তুষাঙ্কৰ তামুলী, ড্ৰিম মহন্ত, হিমানজ্যোতি মহন্ত, কৌশিক ডেকা, প্ৰদ্যুম্ন প্ৰতীম ডেকা, ৰিয়ান হাজৰিকা, চিন্ময় ডেকা, জ্যোতিষ্মান ডেকা, দীপ্তাক্ষ সিংহ ৰাজা, শিখি কাকতি, জাহ্নৱী গোস্বামী, নম্ৰতা ডেকা, হৰ্ষিতা ডেকা, বিৰিণা বৰদলৈ, গৰীয়সী বৰা, পাৰিজাত দেৱী, কুমকুম পৰাশৰ ডেকা, জাগৃতি বৰদলৈ, গংগোত্ৰী বৰা, ছায়াস্নিগ্ধা নাথ আৰু ডিম্পী হোকাইয়ে । উল্লেখ্য যে, মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰা ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে উদযাপন কৰা “স্বাধীনতাৰ অমৃত মহোৎসৱ”ৰ অনুষ্ঠানত সাঁচিপাত মৰিগাঁৱৰ আৰু শঙ্কৰী সঙ্গীত বিদ্যালয়, মৰিগাঁৱৰ ৭৫ (পয়সত্তৰ) গৰাকী শিল্পীৰ দ্বাৰা শঙ্কৰী নৃত্য, ভোৰতাল নৃত্য, তিৱা নৃত্য, কাৰ্বি নৃত্য আৰু বিহু নৃত্যৰ মাজেৰে দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰি ভূয়সী প্ৰশংসা লাভ কৰে।###
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Morigaon District Adminstration
samimsultana

samimsultana

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d