Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মঙলদৈ প্রেছ ক্লাৱৰ সম্বৰ্ধনা, অনুষ্ঠান ভাৱা পাৰামানৱিক গৱেষণা কেন্দ্ৰৰ যুৱ- বিজ্ঞানী মঙলদৈৰ মৃদুস্মিতা শৰ্মা সম্বৰ্ধিত

publisher by publisher
August 26, 2022
in Assam, India, News
Reading Time: 1 min read
0
মঙলদৈ প্রেছ ক্লাৱৰ সম্বৰ্ধনা, অনুষ্ঠান  ভাৱা পাৰামানৱিক গৱেষণা কেন্দ্ৰৰ যুৱ- বিজ্ঞানী মঙলদৈৰ মৃদুস্মিতা শৰ্মা সম্বৰ্ধিত
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

MANGALDOI PRESS CLUB:মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত ‘মঙলদৈ গ্রন্থমেলা-২০২২

মনৰ দৃঢ়তা আৰু প্ৰৱল ইচ্ছা শক্তি থাকিলে , উত্তৰণৰ বাবে ধাউতি থাকিলে লক্ষ্য প্ৰাপ্তিত অঞ্চল বা মাধ্যম অন্তৰায় হ’ব নোৱাৰে।আমাৰ অসমীয়া যুৱক-যুৱতীৰ মাজত প্ৰতিভাৰ অভাৱ নাই, অভাৱ আছে আগ্ৰহ বা ইচ্ছাৰ।আমাৰ মানুহে কেতিয়া,কেনেকৈ ,কি কৰিব লাগে নাজানে।তাৰ ফলত বহু সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হয়—এনেদৰে মন্তব্য কৰিছে ভাবা পাৰামানৱিক গৱেষণা কেন্দ্ৰত যুৱ- বিজ্ঞানী হিচাপে কৰ্মৰত আৰু ক্ৰমে মঙলদৈ বামুণপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা,মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, মঙলদৈ মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত ২০২১ বৰ্ষত উক্ত গৱেষণা কৃন্দ্ৰত যুৱ-বিজ্ঞানী হিচাপে সংস্থাপিত হৈ মাতৃভাষা আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰে শিক্ষিত এগৰাকী শিক্ষাৰ্থী হিচাপে এনে উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হোৱা মৃদুস্মিতা শৰ্মাই।

ADVERTISEMENT

আজি মঙলদৈ প্ৰেছ ক্লাৱৰ দ্বাৰা আয়োজিত অভিনন্দন অনুষ্ঠানত সম্বৰ্দ্ধিত যুৱ বিজ্ঞানী গৰাকীয়ে অসম আৰু অসমীয়াৰ প্ৰতি থকা টানৰ কথা উল্লেখ কৰি কয় যে তেওঁ তাত লগ পোৱা বহু মানুহৰ মাজত অসমীয়া মানুহ বিচাৰি থাকে।এজনো অসমীয়া মানুহ পালে ঘৰৰ মানুহ পোৱাৰ দৰে আনন্দ লাভ কৰাৰ কথা তেওঁ দোহাৰে। মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া,দৰং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ,মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ড০ চহিৰ ভূঞা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক শশাঙ্ক হাজৰিকা,মানুহে মানুহৰ বাবে,দৰঙৰ সভাপতি আনোৱাৰ হুছেইন, দৰঙৰ পৰা প্রকাশিত দৌৰাংগ বাৰ্তালোচনীৰ সম্পাদক শঙ্কৰ কাকতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী,অসম বাৰ্তাজীৱি সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা,অৱসৰী কৃতী প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰুৱা,আছুৰ বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰি যুৱ-বিজ্ঞানী গৰাকীক উৎসাহ আৰু অভিনন্দন জনোৱা অনুষ্ঠানটিৰ আঁত ধৰে মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক লক্ষীনন্দন কলিতাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: mangaldoi press club
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d