Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

RAJU SRIVASTAV : মৃত্যু শৰ্য্যাত থকা সময়ত ‘ দ্য়া কিং অৱ কমেডি ‘ খ্যাত ৰাজু শ্ৰী বাস্তৱলৈ মেগাষ্টাৰ অমিতাভ বচ্চনে কি ভইচ বাৰ্তা পঠাইছিল ?

publisher by publisher
September 24, 2022
in India, News
Reading Time: 1 min read
0
RAJU SRIVASTAV : মৃত্যু শৰ্য্যাত থকা সময়ত ‘ দ্য়া কিং অৱ কমেডি ‘ খ্যাত ৰাজু শ্ৰী বাস্তৱলৈ মেগাষ্টাৰ অমিতাভ বচ্চনে কি ভইচ বাৰ্তা পঠাইছিল ?
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

সকলোকে হঁহুৱাই অৱশেষত কন্দুৱাই নীৰৱে গুচি গ’ল কমেডি কিং ৰাজু শ্ৰীবাস্তৱ

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা সংকটজনক

RAJU SRIVASTAV : দিল্লীৰ এইমছ হাস্পাতালত মৃত্যু শৰ্য্যাত থকাৰ সময়ত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱলৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে দিয়া এটা ভইচ মেচেজে দেশজুৰি চৰ্চা লাভ কৰিছে ।  সমগ্ৰ দেশৰ লগতে বলীউডত শোকৰ ছাঁ পেলাই ‘কি অৱ কমেডি’ খ্যাত ৰাজু শ্ৰীবাস্তৱে এই জীৱনৰ পৰা মেলানি মাগিছিল । এই বিখ্যাত কৌতুক অভিনেতা গৰাকীয়ে বলীউডৰ বহু দ্বিগজ অভিনেতাৰ মিমিগিৰি কৰি সমগ্ৰ দেশতে হাঁহিৰ খোৰাক যোগাইছিল ।

ADVERTISEMENT

মেগাষ্টাৰ অমিতাভ বচ্চনৰ মিমিগিৰি কৰা প্ৰয়াত অভিনেতাজনৰ সেই দুৰ্দান্ত অভিনয় আজিও সকলোৰে মনত সজীৱ হৈ আছে । আগষ্ট মাহৰ ১০ তাৰিখে হঠাৎ এই কমেডিয়ান গৰাকী পুৱা শাৰীৰিক ব্যায়াম কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰিছিল । এই যে ঢলি পৰিল আৰু উভতি নহা বাটেৰে গুচি গ’ল প্ৰসিদ্ধ অভিনেতা গৰাকী । সুদীৰ্ঘ ডেৰ মাহ ধৰি দিল্লীৰ এইমছ হাস্পাতালত মৃত্যুৰ সৈতে যুঁজ দি আই চি ইউত ভৰ্তি হৈ থকা অভিনেতা গৰাকীৰ কাৰণে দেশৰ সকলো গুণমুগ্ধই প্ৰাৰ্থনা কৰিছিল যে পুনৰ অভিনেতা গৰাকী বলীউডলৈ ঘূৰি আহক ।

উল্লেখযোগ্য যে , বিগ বি অমিতাভ বচ্চনেই মৃত্যুশৰ্য্যাত থকা সময়ত অভিনেতা জনক জগাই তুলিবলৈ এটা ভইচ মেচেজ পঠাইছিল । এই কথা অভিনেতা জনৰ মৃত্যুৰ পিছত বিগ বিয়ে নিজৰ ব্লগত উল্লেখ কৰি প্ৰয়াত অভিনেতা জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজু শ্ৰী বাস্তৱ বিগ বিৰ এজন ডাঙৰ ফেন আছিল । যাৰবাবে তেওঁ হয়তো বিগ বিৰ মিমিগিৰি কৰি সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি দুয়োজনৰ অন্য এটা বান্ধোনো আছিল । দুয়োজন অভিনেতাই মূলতে উত্তৰ প্ৰদেশৰ আছিল আৰু বিগ বি পৰিয়ালো পূৰ্বতে শ্ৰীবাস্তৱ পৰিয়ালক প্ৰতিনিধিত্ব কৰিছিল ।

নিজৰ ব্লগত বিগ বিয়ে উল্লেখ কৰিছে যে, যেতিয়া তেওঁ এইমছৰ আই চি ইউত শৰ্য্যাগত হৈ আছিল মই তেওঁক জগাবলৈ এটা ভইচ মেচেজ পঠাইছিলো । মই ভাবিছিলো মোৰ মেচেজটো শুনি তেওঁ সাৰ পাই উঠিব । অৱশ্যে বচ্চনে অভিনেতাজনৰ নামটো উল্লেখ নকৰাকৈয়ে অভিনেতাজনৰ প্ৰতি এই সহমৰ্মিতা প্ৰকাশ কৰিছিল । যেতিয়া এইমছৰ চিকিৎসক সকল প্ৰসিদ্ধ কমেডিয়ান গৰাকীক পুনৰ জীৱনলৈ ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰি আছিল ,সেই সময়তে বিগ বিয়ে জনপ্ৰিয় ছবি , ‘’ আনন্দ’’ত বলীউডৰ প্ৰথমজন চুপাৰষ্টাৰ ৰাজেশ খান্নাই কৰাৰ দৰে কমেডি কিং ৰাজুক জগাই তুলিবলৈ এই মেচেজ প্ৰেৰণ কৰিছিল । বিগ বিৰ কণ্ঠ শুনি যাতে কমেডিয়ান গৰাকী পুনৰ চকু মেলি চায় ।

কেৱল ভইচ মেচেজ দিয়াই নহয় , বিগ বিয়ে এই বুলিও উল্লেখ কৰে যে , সময় উপযোগী ৰাজুৰ অভিনয় সদায় মোৰ লগত থাকিব । তেওঁ আছিল অতুলনীয় । এতিয়া তেওঁ স্বৰ্গত ভগৱানৰ লগত থাকি হাঁহিৰ খোৰাক যোগাই আছে । একেদৰে বিগত দিনত ৰাজু শ্ৰীবাস্তৱেও এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে , মই মেগাষ্টাৰ অমিতাভ বচ্চনৰ ‘দীৱাৰ’ ছবিখন চাইয়েই অভিনেতাজনৰ জীৱনজোৰা বন্ধু হৈ পৰিছিলো । তেতিয়াৰ পৰাই মই তেওঁৰ প’ষ্টাৰ মোৰ ঘৰৰ বেৰত আঁৰি থৈছিলো আৰু তেওঁৰ চুলিৰ ষ্টাইল অনুকৰণ কৰিছিলো ।

এই প্ৰসিদ্ধ অভিনেতাজনক ১০ আগষ্টৰ দিনা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্স চমুকৈ এইমছত ভৰ্তি কৰোৱা হৈছিল । সেইদিন ধৰি ক’মা অৱস্থাত থকা অভিনেতা গৰাকী ২১ ছেপ্টেম্বৰৰ দিনা সকলো গুণমুগ্ধক কন্দুৱাই জীৱন নাটৰ সামৰণি মাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Raju srivastavVOICE NESSAGE IN AMTABH BACHCHAN
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d