Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Interpol : মোদী চৰকাৰৰ আবেদন খাৰিজ ইন্টাৰপ’লত !

খলিস্তানি নেতাৰ বিৰুদ্ধে ‘ৰেড কর্নাৰ ন'টিছ’ জাৰি নহয়

publisher by publisher
October 12, 2022
in International, News
Reading Time: 1 min read
0
Interpol : মোদী চৰকাৰৰ আবেদন খাৰিজ ইন্টাৰপ’লত !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

One car is stolen every five minutes in Canada: কানাডাত প্রতি পাঁচ মিনিটত চুৰি হৈছে এখনকৈ গাড়ী

Khalistan : খলিস্তানি সংযোগ ! কৃষক আন্দোলনৰ সমর্থক নিষিদ্ধ গোষ্ঠীৰ প্রচাৰ কৰি ৰোষত ৱেবছাইট

Interpol : খলিস্তানপন্থী সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছএফজে)-ৰ প্রধান গুৰুপতৱন্ত সিং পন্নুনৰ বিৰুদ্ধে ভাৰতৰ ‘ৰেড কর্নাৰ ন’টিছ’ জাৰি কৰাৰ দাবী খাৰিজ কৰিলে আন্তর্জাতিক আৰক্ষী সংস্থা ইন্টাৰপ’লে । তথ্য অনুসৰি, কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইৰ তৰফৰ পৰা ভাৰতত নিষিদ্ধ ঘোষিত এই সংগঠনৰ প্রধানৰ বিৰুদ্ধে নানা ‘তথ্যপ্রমাণ’ দিয়া হয় যদিও ইন্টাৰপ’ল সন্তুষ্ট নহয় ।

ADVERTISEMENT

২০১৯ৰ জুলাইত ‘শিখ ফৰ জাষ্টিছ’ সন্ত্ৰাসবাদী গোষ্ঠীক ভাৰতত ‘আনল’ফুল এক্টিভিটিজ প্রিভেনছন এক্ট’ (ইউএপিএ) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছিল কেন্দ্র‌ই । ফলত নৰেন্দ্র মোদী চৰকাৰৰ আবেদন খাৰিজ কৰি ইন্টাৰপ’লৰ তৰফৰ পৰা ইউএপিএ অপব্যৱহাৰৰ দিশে ইংগিত দিয়া হ’ল নে নাই, প্রশ্ন উত্থাপন হৈছে । যদিও কে’বাটাও আন্তর্জাতিক সংবাদমাধ্যমে তোলা সেই প্রশ্ন খাৰিজ কৰিছে কেন্দ্র‌ই ।

প্রসংগত, কিছু মাহ পূৰ্বে এটা ভিডিঅ’ বার্তাত (যাৰ সত্যতা পৰীক্ষণ কৰা নাই দৈনিক অগ্ৰদূতে) পন্নুনে দাবী কৰিছিল, পঞ্জাৱত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পার্টি (আপ)-ৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে তেওঁলোকৰ দলৰ বাবে ৬০ লাখ ডলাৰৰো অধিক অনুদান বিচাৰিছিল খলিস্তানপন্থী শিখসকলৰ পৰা ।

চোৰাংচোৱা সূত্রে খবৰ, বিদ্বেষ নিৰ্মূল কৰে এই সংগঠনটোৱে । এছএফজে-ৰ হোৱাটছ‌এপ্ গ্রুপত পাকিস্তানি গুপ্তচৰ সংস্থা আইএছআই এজেন্টসকল সক্রিয় । ভাৰত-বিৰোধী কার্যকলাপত আর্থিক সহায় কৰে এই নিষিদ্ধ সংগঠনে । এনেকি সামাজিক মাধ্যমত ভাৰত বিৰোধী প’ষ্ট দিব পাৰিলে বিদেশৰ কোনো দেশত নাগৰিকত্বৰ ব্যৱস্থা কৰি দিয়াৰ প্রতিশ্রুতি দি যুৱকসকলক প্রভাৱিত কৰাৰ চেষ্টা কৰে ।

সাম্প্রতিক কালত কৃষি আইন বিৰোধী আন্দোলনৰ সমর্থনত কানাডাৰ পৰা একাধিক বিবৃতি দিছিল ভাৰতত নিষিদ্ধ সংগঠন এছএফজে-য়ে । বিগত ছেপ্টেম্বৰত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত বিক্ষোভ কাৰ্যসূচীৰো আহ্বান জনাইছিল তেওঁলোকে । পাছত কেন্দ্রৰ তৰফৰ পৰা খলিস্তান আন্দোলনৰ সমর্থক এই সংগঠনটোৰ কার্যকলাপ নিয়ন্ত্রণৰ বাবে বিভিন্ন আন্তর্জাতিক মঞ্চত সক্রিয়তা আৰম্ভ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: InterpolKhalistan Movementsikh for justice
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d