Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Plane Crash: আমেৰিকাৰ আকাশত দুই বিমানৰ সংঘৰ্ষ !

publisher by publisher
November 13, 2022
in International, News
Reading Time: 1 min read
0
Plane Crash: আমেৰিকাৰ আকাশত দুই বিমানৰ সংঘৰ্ষ !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি: আমেৰিকা–ইৰান সংঘাতত তীব্ৰ সামৰিক অভিযান

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Plane Crash :

মাজ আকাশত দুই বিমানৰ সংঘৰ্ষ । ফলত মাটিত আহি পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমান । ঘটিল বিস্ফোৰণো । আমেৰিকা (US)ত এটা এয়াৰ শ্ব’ৰ চলাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

ADVERTISEMENT

ছয়জন লোকৰ মৃত্যুহোৱাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি ছয়জন বিমানৰ ক্ৰু সদস্য । সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

দুই বিমান পাইলটৰ খবৰ এতিয়াও জানিবলৈ পোৱা হোৱা নাই । প্ৰকৃততে কি ঘটিছিল? টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত এটা এয়াৰ শ্ব’ চলি আছিল । হঠাতে, এখন সৰু বিমান উৰণীয়া বোয়িং বি-১৭ বোমাৰু বিমানৰ ওচৰলৈ অহা দেখা যায়।

OMG – two planes collided at ‘Wings Over Dallas’ air show today

This is crazy

pic.twitter.com/CNRCCnIXF0

— James T. Yoder (@JamesYoder) November 12, 2022

পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে কোনো চালকৰ বাবে সংঘৰ্ষ এৰাই চলাটো সম্ভৱ নহয়। দেখা গৈছে যে সৰু বিমানখন তললৈ পৰি গৈছে । বোয়িং বিমানখনো জ্বলন্ত অৱস্থাত দূৰলৈ গৈ চিটিকি পৰে । এটা ভয়ংকৰ বিস্ফোৰণ হয় । দুৰ্ঘটনাটোৰ বিৱৰণ এতিয়াও কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই।

ডালাছৰ মেয়ৰ এৰিক জনছনে টুইটাৰত পোষ্ট কৰিছে , ” আপোনালোকে সকলোৱে দেখিছে যে আমাৰ চহৰত এটা এয়াৰ শ্ব’ৰ সময়ত কি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । এতিয়ালৈকে আমাৰ ওচৰত বিস্তাৰিত বিৱৰণ আহি পৰা নাই। ”

As many of you have now seen, we have had a terrible tragedy in our city today during an airshow. Many details remain unknown or unconfirmed at this time. The @NTSB has taken command of the crash scene with @DallasPD and @DallasFireRes_q continuing to provide support.

— Mayor Eric L. Johnson (@Johnson4Dallas) November 12, 2022

তথ্য অনুসৰি বোয়িং বিমানখনৰ এক ঐতিহাসিক গুৰুত্ব আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, এই বিমানখনে জাৰ্মানীৰ স’তে যুদ্ধত জয়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পৰৱৰ্তী সময়ত, এনে বোমাৰু বিমান বৃহৎ পৰিমাণত নিৰ্মাণ কৰা হৈছে।

আনখন বিমান, অৰ্থাৎ পি-৬৩ কিংকোব্ৰা ৰাষ্ট্ৰীয় বিমান, দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে আত্মপ্ৰকাশ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: plane crashUS
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d