Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Wildlife

Snake : বাংলাদেশত পোৱা গৈছে বিৰল প্ৰজাতিৰ ঢোৰাসাপ 

publisher by publisher
December 2, 2022
in International, News, Wildlife
Reading Time: 1 min read
0
Snake : বাংলাদেশত পোৱা গৈছে বিৰল প্ৰজাতিৰ ঢোৰাসাপ 
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Snake :

এটা নতুন প্ৰজাতিৰ ঢোৰাসাপ পোৱা গৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ।

ADVERTISEMENT

ইতিপূৰ্বে বাংলাদেশৰ গৱেষকে দেশখনৰ সমতল, নদী-বিল-জলাশয়, সামুদ্ৰিক অঞ্চলকে আদি কৰি বিভিন্ন ঠাইত ৯৩ বিধ সাপৰ বিচৰণৰ ৰেকৰ্ড কৰাৰ পিছতে এই নতুন প্ৰজাতিৰ সাপৰ উপস্থিতি ধৰা পৰাৰ পিছত এই সংখ্যা ৯৪ টালৈ বৃদ্ধি পালে বুলি সদৰী কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি , ডিপ ইক’লজি এণ্ড স্নেক ৰেচকিউ ফাউণ্ডেশ্যনৰ ৰিচাৰ্ড এণ্ড পাৱলিকেশ্যন উইংকৰ চাৰ্জন গৱেষকে এই গৱেষণা সম্পন্ন কৰি এইকথা উল্লেখ কৰিছে । ইতিমধ্যে বাংলাদেশৰ কে’বাখনো সংবাদ পত্ৰত এই বিষয়ে বিস্তৃত লিখনী প্ৰকাশ হৈছে ।

এই সন্দৰ্ভত গৱেষক দলটোৰ অন্যতম গৱেষক তথা বন্যপ্ৰাণী আলোকচিত্ৰ শিল্পী আদনান আজাদে কয় যে , বাংলাদেশত এক নতুন প্ৰজাতি সাপ উদ্ধাৰ হৈছে । ইয়াৰ নাম হৈছে ,’দাগিঘাড়-ঢোঁৰা ।‘

যাৰ ইংৰাজী নাম হৈছে ,’Bar-Necked Keelback’ । দেশখনে এই বিৰল প্ৰজাতিৰ সাপটোৰ তথ্য প্ৰকাশ কৰিবলৈ প্ৰায় ডেৰ বছৰ সময় লৈছিল । ইতিমধ্যে গৱেষকসকলে সাপটোৰ বাইটকেচ হিষ্ট্ৰি লিপিবদ্ধ কৰিছে ।

এই বিৰল সাপটোৰ সন্ধানত গৱেষকৰ দলটোৱে দেশখনৰ ১৬ খন জিলাৰ নদী ও জলাশয় পৰ্যবেক্ষণ কৰিছিল । য’ত এই বিৰল সাপটো কে’বাবাৰো গৱেষকসকলে দেখিবলৈ পাইছিল ।

সাপটো দেখিবলৈ সাধাৰণ ঢোৰা সাপৰ দৰে লাগিলেও বিশেষত এই সাপটোৰ গাত এটা দাগ আছিল । যিটো দাগৰ পৰাই গৱেষকসকল নিশ্চিত হয় যে , বাংলাদেশত নতুনকৈ উদ্ধাৰ হোৱা ই এটা বিৰল প্ৰজাতিৰ ঢোৰাসাপ ।

দেশত প্ৰথিতযশা বন্যপ্ৰাণী গৱেষক তথা আলোকচিত্ৰ শিল্পী প্ৰফেচৰ ড : মনিৰুল খানে কয় যে , এই সাপটো দেশখনৰ কম সংখ্যক ঠাইতহে পোৱা গৈছে । কিন্তু মোৰ মনে কৈছে এই বিৰল সাপ দেশখনৰ সকলো ঠাইতে বিচৰণ কৰি আছে ।

ইফালে এই বিৰল ঢোৰাসাপটো অন্য সাধাৰণ ঢোৰাসাপৰ দৰে লাগিলেও প্ৰকৃতিত ইয়াৰ উপস্থিতি কিছু বেলেগ । প্ৰজাতিৰ পাৰ্থক্যৰ বাবেই ইয়াৰ আৱিষ্কাৰ এক বিৰল ঘটনা ৰূপে পৰিগণিত হৈছে ।

ই খাদ্য হিচাপে সৰু মাছ , বেং , এন্দুৰৰ দৰে ক্ষতিকাৰক প্ৰাণী খায় খাদ্য় শংখলত এক অসাধাৰণ ভূমিকা পালন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHSnake
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d