Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Dominique Lapierre : ৯১ বছৰ বয়সত দেহাৱসান ফৰাচী সাহিত্যিক দোমিনিক লপিয়েৰৰ

publisher by publisher
December 5, 2022
in News, International
Reading Time: 1 min read
0
Dominique Lapierre : ৯১ বছৰ বয়সত দেহাৱসান ফৰাচী সাহিত্যিক দোমিনিক লপিয়েৰৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Dominique Lapierre :

প্রয়াত হ’ল ‘চিটি অৱ জয়’ গ্রন্থৰ লিখক দোমিনিক লপিয়েৰ । সংবাদ সংস্থা এএফপি-য়ে লপিয়েৰৰ পত্নীক উদ্ধৃত কৰি জনায়, যোৱা চাৰি ডিচেম্বৰত প্রয়াত হৈছে ৯১ বছৰৰ ফৰাচী সাহিত্যিকগৰাকীৰ ।

ADVERTISEMENT

জন্মসূত্রে ফৰাচী লেখকগৰাকীয়ে ভাৰতৰ প্রতি অমোঘ টান অনুভৱ কৰিছিল । কলকাতা চহৰত এজন ৰিক্সাচালকৰ জীৱনসংগ্রামক লৈ তেওঁ লিখিছিল ‘চিটি অৱ জয়’ । এই উপন্যাসে একেনিশাতে খ্যাতি আনি দিছিল তেওঁক । পাছত এই উপন্যাসৰ আধাৰত ছবিও নিৰ্মাণ হয় ।

RelatedPosts

৩০ বছৰ বয়সতে সকলো শেষ ! 

সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

গহপুৰ ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সভাপতি গোপাল দে’ৰ পৰলোকপ্ৰাপ্তি

১৯৩১ৰ ৩০ জুলাই ফ্রান্সৰ ছাতেলাইলোঁ প্লাজ চহৰত জন্ম লপিয়েৰৰ । এসময়ত আমেৰিকান সাহিত্যিক লেৰি কলিন্সৰ স’তে যৌথভাৱে ৰচিত তেওঁৰ উপন্যাস ‘দ্য ফিফথ হৰ্ছমেন’ বেষ্ট ছেলাৰ হৈছিল । তেওঁৰ ছখন গ্ৰন্থৰ পাঁচ কোটি কপি নিমিষতে বিক্রী হৈ গৈছিল ।

হিটলাৰে জার্মানী ফ্রান্স দখল কৰাৰ পাছত ফৰাচীসকলৰ জীৱনযাপন কেনেদৰে সলনি হৈছিল, তাক লৈ লপিয়েৰৰ লিখা তেওঁৰ বিখ্যাত গ্রন্থ ‘ইজ পেৰিছ বার্নিং?’ । সমকালৰ নানা ঘটনাই বাৰে বাৰে তেওঁক বিচলিত কৰিছে ।

অৱশ্যে বাতানুকূল ঘৰ বা গজদন্তমিনাৰত বহি সমকালক জৰীপ কৰা নাই তেওঁ । ইয়াতেই হয়তো তেওঁৰ বিশিষ্টতা । ১৯৮৪ৰ ভূপাল গেছ দুর্ঘটনাৰ পাছত স্থানীয় লোকৰ জীৱনত কি প্রভাৱ পৰিল, তাক লৈ গৱেষণা কৰিবলৈ তিনি বছৰ মধ্যপ্রদেশৰ এই চহৰত কটাই দিছিল তেওঁ ।

যিসকল লোক গেছ দুর্ঘটনাৰ বলি হৈছিল, তেওঁলোকৰ ভাষ্যত প্রাণ পাই উঠিছিল ‘ফাইভ পাষ্ট মিডনাইট ইন ভূপাল’ । এই ইতিহাস-ভিত্তিক গ্রন্থৰ অৱশ্যে সহলেখক আছিল লপিয়েৰ ।

গোটেই জীৱনৰ যাৱতীয় সঞ্চয় তেওঁ উজাৰি দিছিল যক্ষ্মা আৰু কুষ্ঠৰোগীসকলৰ চিকিৎসাৰ বাবে । তেওঁ এক সাক্ষাৎকাৰত জনাইছিল, গ্ৰন্থ বিক্রীৰ বাবদ পোৱা টকাখিনিৰে ২৪ বছৰচ শতাধিক ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ বাবে তেওঁৰ পাঠকসকলক ধন্যবাদো জনাইছিল তেওঁ । তেওঁৰ সাহিত্যজীৱনক স্বীকৃতি জনাবলৈ ২০০৮ত লপিয়েৰক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে ভাৰত চৰকাৰে ।

তেওঁৰ বিখ্যাত গ্রন্থসমূহৰ ভিতৰত ‘ফ্রিডম এট মিডনাইট’, ‘অৰ আই উইল ড্রেছ ইউ ইন মোর্নিং’, ‘অ’ জেৰুছালেম’, বিশেষ উল্লেখযোগ্য । এই কামবোৰে সমগ্ৰ বিশ্বত তেওঁক খ্যাতিৰ চূড়াত উপনীত কৰিছিল ।

অৱশ্যে ইয়াৰ উপৰিও এগৰাকী ফৰাচীৰ ভাৰবৰ্ষৰ প্ৰতি ভালপোৱা, গংগাৰ ঘাটত ভাবুক হৈ বহি থকা এক আন্তর্জাতিক সাহিত্যিকৰ অভাৱ অনুভৱ কৰিব বিশ্বৰ পাঠক সমাজে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dominique LapierreFrench authorpassed away
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d