Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Ginger : অত্যাধিক আদা ব্যৱহাৰ কৰে ? সাৱধান হওঁক এইসমূহ ৰোগী

publisher by publisher
December 18, 2022
in Lifestyle
Reading Time: 1 min read
0
Ginger : অত্যাধিক আদা ব্যৱহাৰ কৰে ? সাৱধান হওঁক এইসমূহ ৰোগী
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Ginger :

ৰন্ধনৰ উপাদান আৰু ঔষধ হিচাপে প্রায় পাঁচ হেজাৰ বছৰ আগৰে পৰাই আদা ব্যৱহাৰ হৈ আহিছে। আদাৰ ঔষধি গুণাগুণৰ বাবে বিশ্বৰ বহুল ব্যৱহৃত ভেষজসমূহৰ ভিতৰত ই অন্যতম।

ADVERTISEMENT

লগতে আদা আয়ুর্বেদিক সংস্কৃতি আৰু ঐতিহ্যৰ মাজত বিশুদ্ধ মছলা হিচাপেও বিবেচিত। কিন্তু যিকোনো কাৰ্যকৰী তথা শক্তিশালী ঔষধৰে পাৰ্শ্বপ্রতিক্রিয়া আছে, আৰু আদাও ইয়াৰ ব্যতিক্রম নহয়।

অত্যধিক পৰিমাণে আদা খালে পেটৰ বিষ, পেট ফুলা, বমি ভাব, বুকু জ্বলা-পোৰা কৰা বা গেছৰ সমস্যা আদি হোৱাৰ আশংকা থাকে। লগতে ৰক্তপাতৰ সম্ভাৱনাও বৃদ্ধি কৰে। সেয়ে ভেষজবিদসকলে অত্যধিক পৰিমাণে আদা খোৱা বাৰণ কৰিছে।

কাৰ বাবে অনুপযোগী

ব্লিডিং ডিজ’ৰ্ডাৰ*হেম’ফিলিয়া ৰোগী : আদাই ৰক্ত সঞ্চালনক উদ্দীপিত কৰাৰ মাধ্যমেৰে ৰক্ত প্রবাহ বন্ধ কৰি তেজ জমা হোৱাত বাধা প্ৰদান কৰে। ফলত ৰক্তপাতৰ গতি বৃদ্ধি পাব পাৰে।

যাৰ পিত্তস্থলীত পাথৰ আছে : আদাই পিত্তস্থলীত অৱস্থিত বাইল ছল্টৰ উৎপাদনক উদ্দীপ্ত কৰে। সেয়ে উক্ত সমস্যা থকা সকলে আদা একেবাৰে খাব নালাগে।

যাৰ জ্বলা-পোৰা ঘা আছে : যাৰ খাদ্যনলীৰ নিম্নাংশত বাধা, ঘা বা আন কোনো ধৰণৰ জ্বলা-পোৰাৰ সমস্যা আছে; তেওঁলোকৰ ক্ষেত্ৰত অত্যধিক পৰিমাণে সতেজ আদা খালে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। আনকি খাদ্যনলীৰ নিম্নাংশত বাধাৰো সৃষ্টি হ’ব পাৰে।

গৰ্ভৱতী মহিলা : আদাৰ ৰক্ত সঞ্চালন বৃদ্ধিকাৰী বৈশিষ্ট্যৰ বাবে গৰ্ভৱতী মহিলাই এইবিধ ভেষজ নোখোৱাই ভাল। ই জৰায়ু সংকোচন কৰে তথা আয়ৰণ আৰু পানীত দ্ৰৱণীয় ভিটামিনবোৰ শোষণত বাধা দিয়ে। অত্যধিক পৰিমাণৰ আদাই গর্ভপাতৰ আশংকা বৃদ্ধি কৰে। তথাপি যদি খাবই লাগে; তেন্তে অভিজ্ঞ চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লৈ ডায়েটেৰী ছাপ্লিমেন্ট কেপচুল*টেবলেট হিচাপে আদা খাব পাৰে। কিন্তু গৰ্ভাৱস্থাৰ অন্তিম পৰ্যায়ৰ সপ্তাহবোৰত কোনোপধ্যেই আদা খাব নালাগে। মধুমেহ আৰু উচ্চ ৰক্তচাপ থকাসকলে নিয়মিতভাৱে আদাৰ চাহ খালে বিভিন্ন ঔষধৰ স’তে মিহলি হৈ ৰক্তচাপ আৰু ৰক্ত শৰ্কৰা হ্ৰাসত সহায় কৰে। কিন্তু যিসকলে এস্পিৰিণ আৰু ৱাৰফিন জাতীয় ৰক্ত সংকোচন আৰু তৰলীকৰণৰ ঔষধ সেৱন কৰে, তেওঁলোকে আদা খোৱা ভাল নহয়। কাৰণ ইয়াৰ পৰিণাম বিপৰীত হ’ব পাৰে।

অস্ত্রোপচাৰৰ পূৰ্বে :অস্ত্রোপচাৰৰ পূৰ্বে আদা খালে অত্যধিক ৰক্তপাতৰ আশংকা থাকে। সেয়ে যিকোনো অস্ত্রোপচাৰৰ কমেও দুসপ্তাহৰ অঅগৰ পৰাই আদা খোৱা বন্ধ কৰিব লাগে।

সম্ভাৱ্য ভেষজ ক্রিয়া-প্রতিক্ৰিয়াৰ বাবে : হালধি, নহৰু, গিংকো বিল’বা, জিনছেং আদি ভেষজবোৰে তেজ গোট মৰা কাৰ্যক মন্থৰ আৰু সংকুচিত কৰে। কিন্তু সেইবোৰৰ স’তে আদাৰ মিশ্ৰণ ঘটিলে সেইবোৰৰ গুণাগুণ বৃদ্ধি পায়; ফলত ৰক্তপাতৰ আশংকাও থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GingerHealthSide Effects
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d