Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Story Of A Strong Woman : এগৰাকী আত্মবিশ্বাসী মহিলাৰ কাহিনীৰে

publisher by publisher
December 20, 2022
in News, Assam
Reading Time: 2 mins read
0
Story Of A Strong Woman : এগৰাকী আত্মবিশ্বাসী মহিলাৰ কাহিনীৰে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

HSLC Examination:পলমকৈ পৰীক্ষা আৰম্ভ হোৱাৰ বাবে নিলম্বন প্ৰধান শিক্ষক

Goreswar:গোৰেশ্বৰৰ বাঙালীপাৰাত অঘটন !

আজিও পকীকৰণ নহ’ল মহৰিপাৰা টেঙাঝাৰ গাঁৱৰ পথ আৰু দলং

Story Of A Strong Woman :

মানুহে জীৱন সংগ্ৰাম চলাই নিবলৈ বহু কামেই কৰে। জীৱন-জীৱিকা চলাই নিয়াৰ স্বাৰ্থত পুৰুষৰ সমানে মহিলাইও কোনো ক্ষেত্ৰতে পিছপৰি ৰোৱা নাই।

ADVERTISEMENT

আনকি কিছু-কিছু ক্ষেত্ৰত পুৰুষতকৈ মহিলা অধিক আগবঢ়া। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ এগৰাকী মহিলাৰ কাম কাজেও এতিয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।

গোৰেশ্বৰ ৰাজহ চক্ৰৰ সুৱাগপুৰ অঞ্চলৰ বৰনদীপাৰা চেৰফাংগুৰিৰ এগৰাকী ব্যতিক্ৰমী মহিলা ভণিতা বড়োই ই-ৰিক্সা চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

যিসময়ত বিমান চলোৱাৰ পৰা আৰম্ভ কৰি ৰকেট চলোৱালৈ কোনো ক্ষেত্ৰতে মহিলা পিছপৰি থকা নাই ; তাৰ মাজত ই-ৰিক্সা চলাই জীৱিকা চলাই নিবলৈ চেষ্টা কৰা ভণিতা বড়োৰ কাহিনীয়ে বিশেষ গুৰুত্ব লাভ নকৰিবও পাৰে যদিও জীৱন সংগ্ৰাম চলাই নিবলৈ গ্ৰাম্যাঞ্চলৰ পুৰুষৰ সমানে মহিলাইও যেন সকলো কাম কৰিব পাৰে লগতে সমাজৰ দৃষ্টিভংগী যে কিছুমান ক্ষেত্ৰত সলনি কৰিবৰ হ’ল তাৰেই উদাহৰণ দাঙি ধৰিছে গোৰেশ্বৰৰ ভণিতা বড়োই।

দুই কন্যা সন্তানৰ মাতৃ ভণিতাই বড়োই স্বাবলম্বীতাৰো সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ভণিতা বড়োই অন্য পুৰুষৰ দৰেই নিজৰ পৰিয়ালৰ আৰ্থিক স্থিতি ধৰি ৰাখিবলৈ ঘৰুৱা অন্যন্য কাম-কাজ কৰাৰ লগতে বৰ্তমান ই-ৰিক্সা চলাই পৰিয়াল চলাই নিছে।

তেওঁৰ স্বামী মইনা বড়োই ফাইনেন্সত এখন ই-ৰিক্স ক্ৰয় কৰিছিল প্ৰায় ডেৰ মাহ পূৰ্বে। কিন্তু তেওঁ গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। কোম্পানীত কাম নকৰিলেও ঘৰ নচলে মইনা বড়োৰ।

কিন্তু নিজে ই-ৰিক্সা চলাইও পোহপাল দিব নোৱাৰে এটা পৰিয়াল। ইয়াৰোপৰি আন চালকক ই-ৰিক্সা খন চলাব দিলেও সময়ত কিস্তি মৰাৰো চিন্তা থাকি যায়। সেয়েহে তেওঁৰ পত্নী ভণিতা বড়োই স্বামীক সকাহ দিয়াৰ উদ্দেশ্যে নিজে ই-ৰিক্সাখন চলোৱাৰ কথা ভাবে।

তেনেদৰে যোৱা ডেৰ মাহ ধৰি নাওকাটা-সুৱাগপুৰ-বাঙালীপাৰা চ’কবজাৰ আৰু এলেকাটোত ই-ৰিক্সা চলাই গৈছে ভণিতাই। ই-ৰিক্সাৰ ভাড়া মাৰি পোৱা পইচাৰে পৰিয়ালটোৰ ভৰণ-পোষনৰ কামত নিজে লাগি গৈছে ভণিতা।

সাংবাদিকৰে হোৱা কথোপকথনত ভণিতা বড়োই কয় যে- ঘৰৰ ইটো-সিটো কাম কৰাৰ লগতে যিখিনি সময় পায় তেনে সময়ৰ সৎ ব্যৱহাৰ কৰি চ’ক বজাৰলৈ লৈ যায় ই-ৰিক্সা খন।

নিজে কিবা এটা কৰিব লাগে তাকে ভাবি ভণিতা বড়োই সাহসেৰে অন্যন্যা পৰুষৰ স’তে খোজ মিলাই চলাই গৈছে ই-ৰিক্সা। একাংশ লোকে মহিলা হৈও কিয় ই-ৰিক্সা চলাব লাগে বুলি কটাক্ষ কৰে বুলিও ভণিতা বড়োই উল্লেখ কৰে ।

তাৰ পাছতো গোৰেশ্বৰ -নাওকাটা-বাঙালীপাৰাৰ সচেতন সমাজে ভণিতা বড়োৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে।
ইপিনে দুই কন্যা সন্তানৰ পঢ়া-শুনাৰ দায়িত্বৰ লগতে ঘৰৰ সকলো কাম-কাজ চম্ভালিছে ভণিতাই।

কিন্তু আৰ্থিক দুৰাৱস্থাৰ বাবে প্ৰায়ে থমকি ৰ’ব লগা হয় ভণিতা বড়ো আৰু তেওঁৰ স্বামী মইনা বড়ো। এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিৰ সুদৃষ্টি বিচাৰিছে পৰিয়ালটোৱে। মহিলা স্বাবলম্বীতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা অঞ্চলটোৰ এই খবৰে সকলোকে উৎসাহিত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhanita BoroFemale Autorickshaw DriverGoreswarstoryStrong WomanTamulpur district
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d