Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

The kylian mbappe :অপাৰেজয়, অপৰাজিত এমবাপ্পে : বিশ্ব ফুটবলৰ নতুন মহানায়কৰ জন্ম

publisher by publisher
December 21, 2022
in News, International, Sports
Reading Time: 2 mins read
0
The kylian mbappe :অপাৰেজয়, অপৰাজিত এমবাপ্পে : বিশ্ব ফুটবলৰ নতুন মহানায়কৰ জন্ম
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

তামিলনাডুৰ ৰামানাথপুৰমত এখন বেকাৰীত তৈয়াৰ কৰি উলিয়ালে ডিয়েগো মাৰাডনা মূৰ্তিৰ এটা বৃহৎ আকাৰৰ কেক

পাওলাে ৰােছিৰ শেষকৃত্যৰ সময়তে বাসগৃহত ডকাইতি

The kylian mbappe :

গল্ডেন বুট আজুৰি আনিলেও কান্দি উঠিল এইজন মহানায়কে । পৰাজিত হৈও জিনিলে অনুৰাগীৰ হৃদয় । ফাইনেলত দিলে তিনিটাকৈ গল ।

ADVERTISEMENT

WhatsApp Image 2022 12 21 at 14.25.22 1এই কান্দোন যেন ইতিহাস হ’ব ফুটবল বিশ্বত । তেওঁ হৈছে ফুটবল বিশ্বৰ নতুন তাৰকা কাইলিয়ান এমবাপ্পে ।
১৯৯৮ চনৰ ২০ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা এমবাপ্পেৰ বয়স মাত্ৰ ২৩ বছৰ । সদ্য সমাপ্ত হোৱা বিশ্বকাপত নিজৰ বুদ্ধিমত্তা আৰু দুৰন্ত গতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এইজন ফুটবলাৰে ।

বিশ্বকাপ ফুটবলৰ ফাইনেলত ফ্ৰান্স পৰাজিত হ’লেও কিন্তু জিকি গ’ল এমবাপ্পে । পৰাজয়ৰ গ্লানি সহিব নোৱাৰি খেল পথাৰতে কান্দি উঠিছিল এই নতুন তাৰকাজনে।

কিন্তু এই চকুপানী এদিন যে বিশ্ব ফুটবলৰ ইতিহাস হ’ব সেইকথা প্ৰমাণ কৰিলে খেলুৱৈজনে । হাৰিও বিশ্ব ফুটবলৰ যে তেওঁ এজন মহাতাৰকা হ’ল , সেইকথা আজি সকলোৱে অনুভৱ কৰিছে ।

পেলে , মাৰাডোনা , জিদানৰ পৰা বিশ্ব ফুটবলত এনে বহুত মহাতাৰকা আছে , যাৰ নাম বিশ্ব ফুটবলত এতিয়াও সোণালী আখৰেৰে লিখা আছে ।

এই তালিকাতে স্থান লাভ কৰিলে এইজন কম বয়সীয়া ফুটবল তাৰকাই । পেৰিছত জন্ম গ্ৰহণ কৰা এমবাপ্পেয়ে ২০১৫ চনত ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল । ক্ৰমে ২০১৮ চনত প্ৰথমখন ফুটবল বিশ্বকাপত অংশ লৈ সৰ্বাধিক গল দিয়া আটাইতকৈ কম বয়সীয়া ফৰাচী ফুটবলাৰ হিচাপে ইতিহাস সৃষ্টি কৰিছিল ।

একেদৰে মহান ফুটবল তাৰকা পেলেৰ পাছতে আটাইতকৈ কম বয়সত বিশ্বকাপ ফুটবলৰ ফাইনেলত হেট্ৰিক কৰি সৰ্বাধিক গল দিয়া দ্বিতীয়জন ফুটবলাৰ হিচাপে পৰিগণিত হয় এমবাপ্পে ।

২০২২ বৰ্ষৰ চূড়ান্ত খেলতো আৰ্জেণ্টিনাৰ সপোন চূৰমাৰ কৰি মাত্ৰ দুই মিনিটত দুটাকৈ গল দি ধুমুহাৰ সৃষ্টি কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিয়া এমবাপ্পেই নিজৰ দল ফ্ৰান্সক বিজয়ৰ মুকুট পিন্ধাব নোৱাৰিলে যদিও সমগ্ৰ শৃংখলাত অনন্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি আজুৰি আনিলে শ্ৰেষ্ঠ ফুটবলাৰ সন্মান গল্ডেন বুট ।

অৱশেষত বিশ্ব ফুটবলে জন্ম দিলে অন্য এজন ফুটবল মহাতাৰকাৰ । পেলে , মাৰাডোনাৰ পিছতে বিশ্ব ফুটবলৰ তালিকাত সোণালী আখৰেৰে লিখিলে নিজৰ নাম । হয় । মই বিশ্ব ফুটবলৰ অন্য এজন মহাতাৰকা , ‘’ দ্যা কাইলিয়ান এমবাপ্পে ।‘’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: football playerFrance TeamQater Fifa World CupThe kylian mbappe
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d