Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Coir Board:অসমত প্ৰসাৰ আৰু বিকাশ লাভৰ লক্ষ্যেৰে গুৱাহাটীত চাৰি দিনীয়া কয়ৰ এক্সপো আয়োজন

publisher by publisher
March 23, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Coir Board:অসমত প্ৰসাৰ আৰু বিকাশ লাভৰ লক্ষ্যেৰে গুৱাহাটীত চাৰি দিনীয়া কয়ৰ এক্সপো আয়োজন
2
SHARES
23
VIEWS
ShareShareShareShare

Coir Board:
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত কয়ৰ বোৰ্ডে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি-চিত্ৰবনত এখন চাৰিদিনীয়া এক্সপো আয়োজন কৰিছে।

২৩ মাৰ্চত আৰম্ভ হোৱা এই এক্সপো ২৬ মাৰ্চত সমাপ্ত হ’ব। ভাৰতীয় কয়ৰ ব’ৰ্ডৰ অধ্যক্ষ ডি কুপ্পুৰামু , কয়ৰ বোৰ্ড সচিব জীতেন্দ্ৰ কুমাৰ শুক্লা, অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সচিব লক্ষ্মণ এছ ৰ উপস্থিতিত এই অনুষ্ঠান উদ্বোধন কৰা হয়।

ADVERTISEMENT

দেশত কয়ৰ উদ্যোগৰ সামগ্ৰিক বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে কয়ৰ উদ্যোগ আইন, ১৯৫৩-ৰ অধীনত কয়ৰ বোৰ্ড স্থাপন কৰিছিল।

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

আইনখনৰ অধীনত নিৰ্ধাৰিত ব’ৰ্ডৰ কাৰ্যাৱলীৰ ভিতৰত বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক গৱেষণা, আধুনিকীকৰণ, মানদণ্ড উন্নীতকৰণ, মানৱ সম্পদ বিকাশ, বাণিজ্যিক প্ৰচাৰ আৰু এই উদ্যোগত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণৰ প্ৰতিশ্ৰুতি, সহায় আৰু উৎসাহ অন্তৰ্ভুক্ত হৈ আছে।

কয়ৰ উদ্যোগ আইন অনুসৰি নিৰ্দেশিত কাৰ্যসমূহ কয়ৰ বোৰ্ডে বিভিন্ন আঁচনিৰ অধীনত সম্পন্ন কৰে, যাৰ ভিতৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্যকলাপ, প্ৰশিক্ষণ কাৰ্যসূচী, কয়ৰ গোট স্থাপনৰ বাবে বিত্তীয় সমৰ্থন, ঘৰুৱা তথা ৰপ্তানি বজাৰৰ বিকাশ, শ্ৰমিকসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা ইত্যাদি অন্তৰ্ভুক্ত।

উল্লেখ্য যে, কয়ৰ উদ্যোগে দেশৰ বিভিন্ন ৰাজ্যত ৭ লাখতকৈও অধিক কয়ৰ শ্ৰমিক, মুখ্যতঃ মহিলাক নিয়োজিত কৰি ৰাখিছে।

উদ্যোগটোৰ প্ৰায় ৮০% কৰ্মশক্তি মহিলা বুলি অনুমান কৰা হৈছে আৰু ই দেশৰ বহুতো উপকূলীয় জিলাৰ গ্ৰাম্য মহিলা সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দেশত মুঠ ১৫৭০ পঞ্জীয়নকৃত কয়ৰ ৰপ্তানিকৰ্তা আছে।২০২০-২১ বৰ্ষত ভাৰতৰ পৰা কয়ৰ আৰু কয়ৰ সামগ্ৰীৰ ৰপ্তানিৰ সৰ্বকালৰ সৰ্বাধিক অভিলেখ হিচাপে ৩৭৭৮.৯৮ কোটি টকা আছিল আৰু এইক্ষেত্ৰত পূৰ্বৱৰ্তী বছৰৰ তুলনাত ১০২১ কোটি টকাৰ অধিক বৃদ্ধি হৈছিল।

২০১৯-২০ বৰ্ষৰ পৰিসংখ্যাৰ তুলনাত এই মান ৩৭% বৃদ্ধি হোৱা পৰিলক্ষিত হয়। অহা কেইবছৰমানৰ ভিতৰত কয়ৰ বোৰ্ডে ৭০০০ কোটি টকাৰ কয়ৰ ৰপ্তানি কৰাৰ ওপৰত মনোনিৱেশ কৰিছে।

একেদৰে পি.এম.ই.জি.পি.(প্ৰধানমন্ত্ৰীৰ নিয়োজন সৃষ্টি কাৰ্যসূচী)ৰ অধীনত, দেশৰ বিভিন্ন ৰাজ্যত কয়ৰ গোট আৰম্ভ কৰা হৈছে।পৰিৱেশ অনুকূল কয়ৰ সামগ্ৰীয়ে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা “ইকো মাৰ্ক” প্ৰমাণপত্ৰ লাভ কৰিছে।

কয়ৰ সামগ্ৰীবোৰে পৰিৱেশ ৰক্ষা কৰে আৰু গোলকীয় উষ্ণতা প্ৰতিৰোধ কৰাত সহায় কৰে। পানী সঞ্চয় কৰিবলৈ “কয়ৰ পিথ” ব্যৱহাৰ কৰা হয়।

মাটি বচাবলৈ “কয়ৰ জিঅ’টেক্সটাইল” ব্যৱহাৰ কৰা হয়। গছ আৰু অৰণ্য বচাবলৈ “কয়ৰ উড” ব্যৱহাৰ কৰা হয়।
ব’ৰ্ডৰ অন্তৰ্গত গৱেষণা প্ৰতিষ্ঠানসমূহে বিভিন্ন চি.এছ.আই.আৰ. ইউনিট আৰু বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ স্পিনিং আৰু প্ৰডাক্ট ডাইভাৰচিফিকেশ্যনৰ ক্ষেত্ৰত নতুন অনুসন্ধান আৰু বিকাশ সম্পৰ্কীয় প্ৰকল্পৰ ওপৰত কাম কৰি আছে।

স্মতৰ্ৱ্য যে, কয়ৰ বোৰ্ডৰ পদক্ষেপৰ ফলত সামগ্ৰী বিকাশ আৰু বৈচিত্ৰ্যকৰণ কাৰ্যকলাপৰ এক শৃংখলা আৰম্ভ হৈছে যিয়ে কেইবাবিধো মূল্যৱান সামগ্ৰী মুকলি কৰি গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছে।

মাটিৰ খহনীয়া প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰিবলৈ কয়ৰ গেৰটেক্সটাইল, এক উৎকৃষ্ট জৈৱসাৰ তথা মাটিৰ কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কয়ৰ পিথ আৰু কয়ৰ গাৰ্ডেন সামগ্ৰীৰ দৰে কয়ৰৰ নতুন সামগ্ৰী সমূহে ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিছে।

পৰিৱেশ অনুকূল সামগ্ৰীৰ প্ৰতি বৰ্ধিত সম্পৰ্কই ঘৰুৱা তথা বিদেশী বজাৰত কয়ৰ আৰু কয়ৰ সামগ্ৰীসমূহৰ জনপ্ৰিয়তা অৰ্জনত সহায়ক হৈছে।

গুজৰাটত, এম.এছ.এম.ই. মন্ত্ৰালয়ে ৪৭২.৭৩ লাখ টকা প্ৰকল্প মূলধনেৰে ২টাএছ.এফ.ইউ.আৰ.টি.আই. ক্লাষ্টাৰ স্থাপনৰ অনুমোদন জনাইছে, যিয়ে অধিক নিয়োজনৰ সুযোগ মুকলি কৰিব। কয়ৰ জিঅ’ টেক্সটাইলে ভূমিপৃষ্ঠ সুৰক্ষিত কৰাৰ লগতে গছ-গছনিৰ দ্ৰুত বিকাশত সহায় কৰে।

কয়ৰ বোৰ্ডে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ মাজুলীত মাটি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডক ১.১ কোটি মূল্যৰ জিঅ’ টেক্সটাইল আৰু জিঅ’-লগ যোগান ধৰিছিল।

কয়ৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰতো, ২০২০-২১ বৰ্ষত লাভ কৰা ৩৭৮ কোটি টকাৰ তুলনাত ২০২১-২২ বৰ্ষত এই লাভৰ পৰিমাণ ৪৩৪ কোটিলৈ বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Chairman D kuppuramuCoir BoardGuwahatiPressmeet
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d