Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Coir Board:অসমত প্ৰসাৰ আৰু বিকাশ লাভৰ লক্ষ্যেৰে গুৱাহাটীত চাৰি দিনীয়া কয়ৰ এক্সপো আয়োজন

publisher by publisher
March 23, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Coir Board:অসমত প্ৰসাৰ আৰু বিকাশ লাভৰ লক্ষ্যেৰে গুৱাহাটীত চাৰি দিনীয়া কয়ৰ এক্সপো আয়োজন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Coir Board:
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত কয়ৰ বোৰ্ডে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি-চিত্ৰবনত এখন চাৰিদিনীয়া এক্সপো আয়োজন কৰিছে।

২৩ মাৰ্চত আৰম্ভ হোৱা এই এক্সপো ২৬ মাৰ্চত সমাপ্ত হ’ব। ভাৰতীয় কয়ৰ ব’ৰ্ডৰ অধ্যক্ষ ডি কুপ্পুৰামু , কয়ৰ বোৰ্ড সচিব জীতেন্দ্ৰ কুমাৰ শুক্লা, অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সচিব লক্ষ্মণ এছ ৰ উপস্থিতিত এই অনুষ্ঠান উদ্বোধন কৰা হয়।

ADVERTISEMENT

দেশত কয়ৰ উদ্যোগৰ সামগ্ৰিক বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে কয়ৰ উদ্যোগ আইন, ১৯৫৩-ৰ অধীনত কয়ৰ বোৰ্ড স্থাপন কৰিছিল।

আইনখনৰ অধীনত নিৰ্ধাৰিত ব’ৰ্ডৰ কাৰ্যাৱলীৰ ভিতৰত বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক গৱেষণা, আধুনিকীকৰণ, মানদণ্ড উন্নীতকৰণ, মানৱ সম্পদ বিকাশ, বাণিজ্যিক প্ৰচাৰ আৰু এই উদ্যোগত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণৰ প্ৰতিশ্ৰুতি, সহায় আৰু উৎসাহ অন্তৰ্ভুক্ত হৈ আছে।

কয়ৰ উদ্যোগ আইন অনুসৰি নিৰ্দেশিত কাৰ্যসমূহ কয়ৰ বোৰ্ডে বিভিন্ন আঁচনিৰ অধীনত সম্পন্ন কৰে, যাৰ ভিতৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্যকলাপ, প্ৰশিক্ষণ কাৰ্যসূচী, কয়ৰ গোট স্থাপনৰ বাবে বিত্তীয় সমৰ্থন, ঘৰুৱা তথা ৰপ্তানি বজাৰৰ বিকাশ, শ্ৰমিকসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা ইত্যাদি অন্তৰ্ভুক্ত।

উল্লেখ্য যে, কয়ৰ উদ্যোগে দেশৰ বিভিন্ন ৰাজ্যত ৭ লাখতকৈও অধিক কয়ৰ শ্ৰমিক, মুখ্যতঃ মহিলাক নিয়োজিত কৰি ৰাখিছে।

উদ্যোগটোৰ প্ৰায় ৮০% কৰ্মশক্তি মহিলা বুলি অনুমান কৰা হৈছে আৰু ই দেশৰ বহুতো উপকূলীয় জিলাৰ গ্ৰাম্য মহিলা সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দেশত মুঠ ১৫৭০ পঞ্জীয়নকৃত কয়ৰ ৰপ্তানিকৰ্তা আছে।২০২০-২১ বৰ্ষত ভাৰতৰ পৰা কয়ৰ আৰু কয়ৰ সামগ্ৰীৰ ৰপ্তানিৰ সৰ্বকালৰ সৰ্বাধিক অভিলেখ হিচাপে ৩৭৭৮.৯৮ কোটি টকা আছিল আৰু এইক্ষেত্ৰত পূৰ্বৱৰ্তী বছৰৰ তুলনাত ১০২১ কোটি টকাৰ অধিক বৃদ্ধি হৈছিল।

২০১৯-২০ বৰ্ষৰ পৰিসংখ্যাৰ তুলনাত এই মান ৩৭% বৃদ্ধি হোৱা পৰিলক্ষিত হয়। অহা কেইবছৰমানৰ ভিতৰত কয়ৰ বোৰ্ডে ৭০০০ কোটি টকাৰ কয়ৰ ৰপ্তানি কৰাৰ ওপৰত মনোনিৱেশ কৰিছে।

একেদৰে পি.এম.ই.জি.পি.(প্ৰধানমন্ত্ৰীৰ নিয়োজন সৃষ্টি কাৰ্যসূচী)ৰ অধীনত, দেশৰ বিভিন্ন ৰাজ্যত কয়ৰ গোট আৰম্ভ কৰা হৈছে।পৰিৱেশ অনুকূল কয়ৰ সামগ্ৰীয়ে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা “ইকো মাৰ্ক” প্ৰমাণপত্ৰ লাভ কৰিছে।

কয়ৰ সামগ্ৰীবোৰে পৰিৱেশ ৰক্ষা কৰে আৰু গোলকীয় উষ্ণতা প্ৰতিৰোধ কৰাত সহায় কৰে। পানী সঞ্চয় কৰিবলৈ “কয়ৰ পিথ” ব্যৱহাৰ কৰা হয়।

মাটি বচাবলৈ “কয়ৰ জিঅ’টেক্সটাইল” ব্যৱহাৰ কৰা হয়। গছ আৰু অৰণ্য বচাবলৈ “কয়ৰ উড” ব্যৱহাৰ কৰা হয়।
ব’ৰ্ডৰ অন্তৰ্গত গৱেষণা প্ৰতিষ্ঠানসমূহে বিভিন্ন চি.এছ.আই.আৰ. ইউনিট আৰু বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ স্পিনিং আৰু প্ৰডাক্ট ডাইভাৰচিফিকেশ্যনৰ ক্ষেত্ৰত নতুন অনুসন্ধান আৰু বিকাশ সম্পৰ্কীয় প্ৰকল্পৰ ওপৰত কাম কৰি আছে।

স্মতৰ্ৱ্য যে, কয়ৰ বোৰ্ডৰ পদক্ষেপৰ ফলত সামগ্ৰী বিকাশ আৰু বৈচিত্ৰ্যকৰণ কাৰ্যকলাপৰ এক শৃংখলা আৰম্ভ হৈছে যিয়ে কেইবাবিধো মূল্যৱান সামগ্ৰী মুকলি কৰি গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছে।

মাটিৰ খহনীয়া প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰিবলৈ কয়ৰ গেৰটেক্সটাইল, এক উৎকৃষ্ট জৈৱসাৰ তথা মাটিৰ কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কয়ৰ পিথ আৰু কয়ৰ গাৰ্ডেন সামগ্ৰীৰ দৰে কয়ৰৰ নতুন সামগ্ৰী সমূহে ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিছে।

পৰিৱেশ অনুকূল সামগ্ৰীৰ প্ৰতি বৰ্ধিত সম্পৰ্কই ঘৰুৱা তথা বিদেশী বজাৰত কয়ৰ আৰু কয়ৰ সামগ্ৰীসমূহৰ জনপ্ৰিয়তা অৰ্জনত সহায়ক হৈছে।

গুজৰাটত, এম.এছ.এম.ই. মন্ত্ৰালয়ে ৪৭২.৭৩ লাখ টকা প্ৰকল্প মূলধনেৰে ২টাএছ.এফ.ইউ.আৰ.টি.আই. ক্লাষ্টাৰ স্থাপনৰ অনুমোদন জনাইছে, যিয়ে অধিক নিয়োজনৰ সুযোগ মুকলি কৰিব। কয়ৰ জিঅ’ টেক্সটাইলে ভূমিপৃষ্ঠ সুৰক্ষিত কৰাৰ লগতে গছ-গছনিৰ দ্ৰুত বিকাশত সহায় কৰে।

কয়ৰ বোৰ্ডে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ মাজুলীত মাটি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডক ১.১ কোটি মূল্যৰ জিঅ’ টেক্সটাইল আৰু জিঅ’-লগ যোগান ধৰিছিল।

কয়ৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰতো, ২০২০-২১ বৰ্ষত লাভ কৰা ৩৭৮ কোটি টকাৰ তুলনাত ২০২১-২২ বৰ্ষত এই লাভৰ পৰিমাণ ৪৩৪ কোটিলৈ বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Chairman D kuppuramuCoir BoardGuwahatiPressmeet
publisher

publisher

Related Posts

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d