Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Karbianglong :বোকাত আবদ্ধ বাহনত প্ৰস্ৰৱ বেদনাত চটফটাই থকা গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰি পুনৰ উদঙালে কাৰ্বি আংলঙৰ উন্নয়নৰ বাস্তৱ ছবি 

publisher by publisher
August 1, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Karbianglong :বোকাত আবদ্ধ বাহনত প্ৰস্ৰৱ বেদনাত চটফটাই থকা গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰি পুনৰ উদঙালে কাৰ্বি আংলঙৰ উন্নয়নৰ বাস্তৱ ছবি 
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Dilapidated Barphukan Road :জৰাজীৰ্ণ হৈ পৰিছে ঐতিহাসিক বৰফুকন আলিৰ

Kherani Terror Of Wild Elephant :খেৰণিৰ হাৱাইপুৰত বন্যহস্তীৰ সন্ত্ৰাস

Asom Kori Samaj:কৃতি ছাত্ৰ-ছাত্ৰীক সমূহীয়া সম্বৰ্ধনা অখিল অসম কৈৰী (কুশৱাহা) সংঘৰ

West Karbianglong :

ADVERTISEMENT

কাৰ্বি আংলঙৰ বৰপুঙত ৰোগীক লৈ পাহাৰীয়া খৰস্ৰোতা নৈৰ বুকুয়েদি বাঁহৰ মেলেঙেৰে বিপদসংকুল যাত্ৰা কৰা ঘটনাৰ পাছত এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙৰ মুখিম গাঁওত এগৰাকী গৰ্ভৱতী মহিলাই বোকাত আবদ্ধ বাহনত সন্তান প্ৰসৱ কৰা ঘটনা সংঘটিত হৈছে। জেৰিকিন্দেঙৰ চিকিৎসালয় লৈ নিয়াৰ পথত সংঘটিত হ’য় উন্নয়নৰ বিপৰীত ছবি উদঙুৱা এই ঘটনাটো।

সুদীৰ্ঘ বছৰ ধৰি বিধ্বস্ত আৰু এজাক বৰষুণৰ পাছতেই সৃষ্টি হোৱা পথাৰসদৃশ বোকাময় পথৰ বাবেই প্ৰকৃততে বেদনাদায়ক আৰু বিপদসংকুল যাত্ৰাৰে যমৰ যান্ত্ৰনা ভুগি আহিব লগীয়া হৈছে কাৰ্বি আংলংবাসীয়ে।

অবৰ্ণনীয় বিধ্বস্ত পথৰ বাবেই আজি এনেদৰে প্ৰস্ৰৱ বেদনাত চটফটাই থকা চেৰলিতা বেপী নামৰ গৰ্ভৱতী মহিলাগৰাকীক এম্বুলেন্সৰ অভাৱত এখন ভাড়া গাড়ীৰে জিৰিকিন্দেং চিকিৎসালয়লৈ নিয়াৰ সময়তে আধা বাটতেই সন্তান জন্ম হ’বলগীয়া হয়।

দুৰ্গম পাহাৰত প্ৰায় ২০ কিঃমিটাৰ দৈৰ্ঘৰ একাবেকা জৰাজীৰ্ণ পথেৰে গৰ্ভবতী মহিলাক লৈ যন্ত্ৰণাদায়ক যাত্ৰা কৰিবলগীয়া হয় মহিলাগৰাকীৰ পৰিয়ালে। এক কথাত কবলৈ গলে, ছবিয়ে দেখুৱাই, ছবিয়ে কথা কয়! আৰু কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ এনেবোৰ সুলভ ছবিয়ে এতিয়া উদঙাইছে কাৰ্বি আংলঙত উন্নয়ন আৰু বিকাশৰ শ্ল’গান দি বিজেপি চৰকাৰে কৰা উন্নয়ন কিমান হৈছে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BarpungDilapidated Roadjirikendowest karbi ang long
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d