Bajali :
বজালী কাণ্ডৰ অন্যতম খলনায়িকা গায়ত্ৰী সোনোৱালৰ মাতৃৰ বাসগৃহত চিআইডিৰ পুনৰ তালাচী অভিযান।
ADVERTISEMENT
শণিবাৰে মহানগৰীৰ বেলতলাৰ চাৰ্ভেৰ জিলমিল পথত থকা বাসগৃহত বহু সময় ধৰি চলাই অভিযান।
জানিব পৰা মতে,ৰবিউলৰ আন এটা মেকবুক বিছাৰি এই অভিযান ৷ ইতিপূৰ্বে উদ্ধাৰ হৈছিল ৰবিউলৰ এটা মেকবুক ৷