Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udalguri:ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন

৪০ লক্ষাধিক বাজেটেৰে কে'ৱাটাও আকৰ্ষণীয় কাৰ্যসূচী

publisher by publisher
November 27, 2023
in India, Assam, News
Reading Time: 1 min read
0
Udalguri:ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন
2
SHARES
23
VIEWS
ShareShareShareShare

Udalguri:

১৯৪৮ চনত স্থাপিত ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ে পৰবৰ্তী সময়ত ওদালগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰ্তমান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপত ৭৫ বছৰ অতিক্ৰম কৰিলে।

ADVERTISEMENT

সেই উপলক্ষে আয়োজিত বিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আগন্তুক ৯, ১০ আৰু ১১ ডিচেম্বৰত অনুষ্ঠিত হব। ৯ ডিচেম্বৰৰ ৰাতিপুৱা ৮-৩০ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ বাস্তোলাই, ৮-৪৫ বজাত হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰিব হীৰক জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি তথা বিটিচিৰ উপ-মূখ্য কাৰ্যবাহী সদস্য, ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে, ৰাতিপুৱা ৯-১৫ বজাত বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে অবসৰপ্রাপ্ত অধ্যক্ষ সকল শিক্ষাগুৰু তথা সমাজৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন।

RelatedPosts

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

ৰাতিপুৱা ৯-৩০ বজাত ছহিদ তর্পণ কাৰ্যসূচী মুকলি কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰাপতি উপাধ্যায়ে, ৰাতিপুৱা ৯-৪৫ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ডেকাই, পুৱা ১০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাণিক চন্দ্ৰ শৰ্মাই, ৰাতিপুৱা ১০-১৫ বজাত প্রাচীৰ পত্রিকা উন্মোচন কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যতীন্দ্র কুমাৰ শৰ্মাই, ৰাতিপুৱা ১০-৩০ বজাত প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰিব ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই, ১১-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ওদালগুৰিৰ জিলা আয়ুক্ত ডাঃ ছাদনেক সিঙে।

উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ অভিনেত্ৰী-অভিনেতা ক্ৰমে হেলিনা দৈমাৰী আৰু জয় শইকীয়াই। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন কাৰ্যসূচীত প্ৰজ্বলক হিচাপে উপস্থিত থাকিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জেকব মোছাহাৰী। সন্ধিয়া ৫-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নবীন মল্ল বড়োৱে।

সন্ধিয়া ৫-৪৫ বজাত বিদ্যালয়ৰ ছাত্র-ছাত্রী তথা আমন্ত্রিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন। সন্ধিয়া ৭ বজাত হেলিনা দৈমাৰী আৰু জয় শইকীয়াৰ নৃত্য প্ৰদৰ্শন। সন্ধিয়া ৭-৪৫ বজাত “হনুমান সাগৰ বান্ধা চাউ” শীৰ্ষক নাট প্ৰদৰ্শন। নিশা ৮-৪৫ বজাত গীতামণি বড়োৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হব।

১০ ডিচেম্বৰৰ ৰাতিপুৱা ৮-০০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ নাম পঞ্জীয়ন। ৰাতিপুৱা ৯-৩০ বজাত প্রাক্তন সতীর্থ সম্মিলন উদ্বোধন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চিত্তৰঞ্জন শৰ্মাই, ৰাতিপুৱা ১০-০০ বজাত সম্বৰ্দ্ধনা অনুষ্ঠান, দুপৰীয়া ১-০০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° উপেন ৰাভা হাকাচামে, দিনৰ ১-৩০ বজাত স্মৃতিচিহ্ন উন্মোচন কৰিব প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱাই, আবেলি ৩ বজাত প্ৰাক্তন সতীৰ্থৰ মাজত খেল-ধেমালি অনুষ্ঠান, সন্ধিয়া ৫ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ওদালগুৰি আৰক্ষী অধীক্ষক পুস্কিন জৈনে।

সন্ধিয়া ৫-৩০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন, ৭-৩০ বজাত ফুকন বড়োৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে নিশা ৯ বজাত কণ্ঠশিল্পী আচ্যুৰ্য বৰপাত্ৰৰ সঙ্গীতানুষ্ঠান। ১১ ডিচেম্বৰৰ দিনৰ ১১ বজাত মুকলি সভা উদ্বোধন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে।

গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সভাপতিত্ব কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব কটন বিশ্ববইদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা।

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব এবছু সভাপতি দিপেন বড়ো, মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ প্ৰধান সম্পাদক নীলকান্ত গয়াৰী, ওদালগুৰি মহাবিদ্যালয়য়ৰ অধ্যক্ষ ড° লুক দৈমাৰী, টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰসেন দৈমাৰী, বিধায়ক চৰণ বড়ো, এমচিএলএ ফ্ৰেচ মোছাহাৰী, সঞ্জয় স্বৰ্গীয়াৰী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়োৰ লগতে ওদালগুৰি অঞ্চলৰ বিদ্যালয়ৰ প্ৰধান সকল আৰু বিভিন্ন দল-সংগঠনৰ সভাপতিসকল উপস্থিত থাকিব।

সন্ধিয়া ৫-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰীয়ে, সন্ধিয়া ৭-৩০ বজাত জিহিস্কেল কাৰ্জীৰ দ্বাৰা চেক্সোফোনৰ সুৰ পৰিৱেশন, ৮-৩০ বজাত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে নিশা ১০-৩০ বজাত হীৰক জয়ন্তীৰ মূল পতাকা অৱনমনেৰে হীৰক জয়ন্তী কাৰ্যসূচীৰ সামৰণি।

উক্ত সমূহ কাৰ্যসূচীতে ন-পুৰণি শিক্ষাৰ্থীৰ লগতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে হীৰক জয়ন্তী উদযাপন সমিতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Clebration CommitteeDiamond Jubilee CelebrationMla Gobindra Ch. BashumatariPressmeetUdalguri H.S. School
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d