Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Centre For Science And Environment Report 2023:১০২টা দিনে অসমত বতৰৰ বিভীষিকা !

দেশজুৰি ১৭৬ টা দিনত ধুমুহা, বজ্রপাত, প্রচণ্ড বৰষুণ, বান, খহনীয়াই প্রাণ কাঢ়িলে২.৯২৩ জনৰ, কেৱল বজ্রপাত আৰু ধুমুহাতে মৃত্যু ঘটিল ৭১১ জনৰ

publisher by publisher
December 5, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Centre For Science And Environment Report 2023:১০২টা দিনে অসমত বতৰৰ বিভীষিকা !
2
SHARES
17
VIEWS
ShareShareShareShare

Centre For Science And Environment Report 2023:

খেয়ালী প্ৰকৃতিৰ উগ্রমূর্তিয়ে ক্রমাৎ বিপদ কঢ়িয়াইছে সমগ্র দেশৰ লগতে অসমলৈয়ো। চলিত বছৰটোৰ প্ৰথম নটা মাহৰ প্রায় আধা সংখ্যক দিনতে বিভীষিকাৰ সৃষ্টি কৰিছিল বতৰে।

ADVERTISEMENT

কেৱল অসমেই নহয়, সমগ্র দেশতে বিগত ২৭৩ টা দিনৰ ভিতৰত ১৭৬ টা দিনতে বতৰেকালৰূপ ধাৰণ কৰিছিল । যোৱা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি বিভীষিকাময় বতৰে প্ৰাণ কাঢ়ি নিছে ২,৯২৩ জন লোকৰ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

চেণ্টাৰ ফ’ৰ চাইন্স এণ্ড এনভাইৰণমেন্ট (চিএছই)-এ প্রকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা তথ্য মতে, জানুৱাৰীৰ পৰা ছেপ্তেম্বৰলৈকে দিনসমূহৰ ভিতৰত ৮৬ শতাংশ দিনতে বতৰে কালৰূপ ধাৰণ কৰিছিল।

চিএছইয়ে প্রকাশ কৰা প্রতিবেদন মতে, বছৰটোত ২,৯২৩ জন লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে প্ৰায় দুই নিযুত হেক্টৰ কৃষি ভূমিৰ শস্য বিনষ্ট কৰিছে প্রকৃতিৰ বিধ্বংসী ৰূপে।

অসমতো যোৱা জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে নটা মাহত অর্থাৎ ২৭৩ দিনৰ ভিতৰত ১০২ টা দিনেই বিভীষিকাময় ৰূপ ধাৰণ কৰিছিল বতৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপৰ পৰিণতিত সৃষ্টি হৈছিল প্রচণ্ড বৰষুণ, বান, ধুমুহা, বিজুলী ঢেৰেকনিৰ।

চিএছইৰ প্রতিবেদন মতে, অসমত প্ৰকৃতিৰ বিধ্বংসী ৰূপৰ পৰিণতিত ১৫৯ টা পশুধনৰ মৃত্যু ঘটাৰ ৪৬ লগতে ৪৮,০০০ হেক্টৰ কৃষিভূমি বিধ্বস্ত হৈছে। দেশব ভিতৰতে বিগত সময়ছোৱাত বতৰে সর্বাধিক ১৩৮ দিন কালৰূপ কৰি ধাৰণ কৰিছিল মধ্য প্রদেশত।

ইফালে, বতৰৰ ভয়ংকৰ ৰূপৰ পৰিণতিত বিহাৰত দেশৰ ভিতৰতে সর্বাধিক ৬৪২ জন লোকৰ প্ৰাণহানি ঘটিছিল। একেদৰে হিমাচলত ৩৬৫ জন আৰু উত্তৰ প্ৰদেশত ৩৪১ জন লোকৰ মৃত্যু ঘটে প্রকৃতিৰ ভয়ংকৰ পৰিঘটনাত।

দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত কেৰালাত সর্বাধিক ৬৭ টা দিনতে বতৰে বিভীষিকাৰ সৃষ্টি কৰাৰ লগতে এনে পৰিঘটনাসমূহত প্রাণহানি ঘটিছিল ৬০ জন লোকৰ। আকৌ তেলেংগানাত বতৰৰ ভয়ংকৰ ৰূপৰ পৰিণতিত অন্যান্য ক্ষয়- ক্ষয়ক্ষতিৰ লগতে ৬২,০০০ হেক্টব কৃষিভূমি বিনষ্ট আক ৬৪৫ টা পশুধনৰ মৃত্যু ঘটে।

কর্ণাটকত আকৌ প্রায় ১১,০০০ টা ঘৰ অন্সবিধ্বস্ত হ’ল। ইফালে, উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত সর্বাধিক ক্ষয়-ক্ষতিৰ বিপৰীতে নাগালেণ্ডত ভয়ংকৰ প্রাকৃতিক বিপর্যয়ত ১,৯০০ টা ঘৰ বিধ্বস্ত হ’ল।

কেবল ধুমুহা-বজ্রপাতত মৃত্যু ঘটিল ৭১১ জনৰ:

ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ গৰাহত পৰা দেশখনক বিগত নটা মাহৰ ১৭৬ টা দিনৰ অধিকাংশ সময়তে সৃষ্টি হৈছিল ধুমুহা আৰু বজ্রপাতৰ। এই দুটা প্রাকৃতিক বিপর্যয়ত দেশজুৰি প্রাণহানি ঘটিছে ৭১১ জনৰ। লক্ষ্যণীয় যে মৃত লোকসকলৰ ভিতৰত অধিকাংশই হ’ল বিহাৰৰ ইয়াৰ বিপৰীতে প্রচণ্ড বৰষুণ, বান আক খহনীয়াত প্রাণহানি ঘটিছে প্রায় ১,৯০০ জন লোকৰ।

বিশেষজ্ঞসকলৰ মতে, দেশত ক্রমবর্ধমান গতিত বৃদ্ধি পোৱা প্রাকৃতিক বিপর্যয়ৰ মূলতে হ’ল প্রায় ৮০ শতাংশ ভাৰতীয়ই বসবাস কৰে জলবায়ু পৰিবৰ্তনৰ দ্বাৰা প্ৰভাৱিত অতি স্পৰ্শকাতৰ জিলাসমূহত।

উল্লেখ্য যে বিগত বছৰটোত বতৰৰ সঘন পৰিৱৰ্তনো আছিল অতি লক্ষ্যণীয় দিশ। বছৰটোৰ জানুৱাৰী আছিল তুলনামূলকভাৱে পূৰ্বৰ তুলনাত গ্রীষ্ম মাহ। আকৌ ফেব্ৰুৱাৰীয়ে বিগত ১২২ বছৰৰ অভিলেখ ভংগ কৰি সৰ্বাধিক গৰমৰ মাহৰূপে চিহ্নিত হৈছিল। একেদৰে ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ দুটা দেশৰ ইতিহাসৰ ১২২ বছৰৰ ভিতৰত খৰাং মাহ ৰূপে আন এক অভিলেখ গঢ়িছিল। হিমবাহ আৰু সমুদ্র বক্ষত থকা বৰফৰ ব্যাপক গলনে বিপদঘণ্টা বজাইছে ৷

হিমালয়কে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত ঘটা হিমবাহ ব্যাপক হাৰত গলিবলৈ ধবাৰ সূত্রে ভয়ংকৰ প্রাকৃতিক বিপর্যয়ৰ গৰাহত পৰিবলৈ অগ্ৰসৰ হৈছে সমগ্র বিশ্ববাসীৰ লগতে ভাৰতীয়সকলো।

নেচনেল চেন্টাৰ ফ’ৰ এটম’ছফিয়েৰ ছায়েন্সৰ গবেষক ড:অক্ষয় দেওৰাই সকীয়াই দিছে যে যিটো হাৰত বৰফ গলিবলৈ ধৰিছে তাৰ ফলত দেশত অনাগত দিনসমূহত ২০২৩ত হোৱা ছিকিমতকৈও ভয়াৱহ আৰু ২০২২ত হোৱা পাকিস্তানতকৈও ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হ’ব ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহ। গৱেষকজনৰ মতে, ২০১৫ৰ পৰা ২০২৩লৈকে এই নটা বছৰত সৃষ্টি হোৱা গ্রীষ্ম প্রবাহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ সঞ্চালক প্রধান মৃত্যুঞ্জয় মহাপাত্রই সদৰী কৰা মতে, দেশত সমুদ্র জলপৃষ্ঠ ক্রমাৎ ঊর্ধ্বগামী হ’বলৈ ধৰিছে। এনেবোৰ কাৰকৰ বাবে দেশৰ সমুদ্র উপকূলবর্তী অঞ্চলসমূহ এক নিশ্চিত ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Centre for Science and EnvironmentindiaReport 2023
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d