Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal launches major projects for development of waterways, unveils projects worth 308 crores for NER:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৩০৮ কোটি টকা মূল্যৰ প্ৰকল্প মুকলি

ডিব্ৰুগড়ৰ বগীবিলত যাত্রী-তথা-কার্গ টার্মিনেল, ত্ৰিপুৰাৰ সোণামূৰাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল আৰু অসমৰ কৰিমগঞ্জ তথা বদৰপুৰত উন্নীত টার্মিনেলৰ ভাজুৱেল শুভ উদ্বোধন, মোদী কি গেৰাণ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহক বিকশিত ভাৰত গঢ়াৰ দিশে শক্তি প্ৰদান কৰিছে: সর্বানন্দ সোণোৱাল

publisher by publisher
February 20, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal launches major projects for development of waterways, unveils projects worth 308 crores for NER:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৩০৮ কোটি টকা মূল্যৰ প্ৰকল্প মুকলি
3
SHARES
27
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal Launches Major Projects For Development Of Waterways, Unveils Projects Worth 308 Crores For NER:

ADVERTISEMENT

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰৰ পৰা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে মুঠ ৩০৮ কোটি টকা মূল্যৰ কেইবাটাও গুৰুত্বপূর্ণ জলপথ আন্তঃগাঁথনি প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

SARBANANDA 4অনুষ্ঠানটো একে সময়তে ডিব্ৰুগড়ৰ বগীবিল, কৰিমগঞ্জৰ বদৰপুৰ, ধুবুৰীৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বন্দৰৰ লগতে ত্ৰিপুৰাৰ সোণামূৰাত অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, আনহাতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড়ৰ পৰা ভাজুৱেলী কাৰ্যসূচীত যোগদান কৰে।

আনহাতে,সোণামূৰাত অনুষ্ঠিত এই অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ মন্ত্ৰী সুশান্ত চৌধুৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। পাণ্ডুৰ অনুষ্ঠানটোত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ, উপাধ্যক্ষ সুনীল কুমাৰ সিং আদিও উপস্থিত থাকে। তদুপৰি ডিব্ৰুগড়ৰ অনুষ্ঠানত বিধায়কসকল- প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, পোনাকণ বৰুৱা আদি উপস্থিত থাকে। ধুবুৰীত উপস্থিত থাকে গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী।

SABANAN 2সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ বগীবিলত যাত্রী-তথা-কার্স’ টার্মিনেল, ত্ৰিপুৰাৰ সোণামূৰাৰ আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল আৰু অসমৰ কৰিমগঞ্জ তথা বদৰপুৰত উন্নীত টার্মিনেলৰ শুভ উদ্বোধন কৰে। এই টার্মিনেলে কাৰ্গ’ আৰু যাত্ৰীৰ সুচল চলাচলৰ বাবে সমগ্র অঞ্চলটোত জল পৰিবহণ আন্তঃগার্থনি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ তথা বাণিজ্যৰ সম্প্ৰসাৰণৰ পথ প্রশস্ত হ’ব। নতুনকৈ উদ্বোধন কৰা বগীবিল টার্মিনেলটো প্রায় ৫০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত পর্যটন বৃদ্ধি হোৱাৰ লগতে চাহ, পলিমাৰ, কয়লা, সাৰৰ দৰে বাণিজ্য খণ্ডৰ অৰ্থনীতি উন্নত হ’ব।

ধুবুৰীত কাষ্টম ইমিগ্ৰেচন কাৰ্যালয়ৰ লগতে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ যোগীঘোপা টার্মিনেলৰ চৌহদৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

বগীবিলত ইমিগ্রেচন, কাষ্টমছ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ এটা সমন্বিত কার্যালয় ১৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে। ১২ কোটি টকা ব্যয়েৰে বগীবিল টার্মিনেলত পাৰৰ সুৰক্ষা আৰু জেটিৰ সম্প্ৰসাৰণৰ বাবে এটা প্রকল্পও শীঘ্ৰে আৰম্ভ কৰা হ’ব। ত্ৰিপুৰাৰ সোণামূৰাৰ আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলটো ৬.৯১ কোটি টকাৰ বিনিয়োগেৰে উন্নীত কৰা হৈছে। আনহাতে কৰিমগঞ্জ আৰু বদৰপুৰৰ উন্নীত টার্মিনেলসমূহ ৬.৪০ কোটি টকা বিনিয়োগেৰে সম্পূর্ণ কৰা হৈছে।

SARBANAN 3তদুপৰি সোণামূৰাৰ টার্মিনেলটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্রী তথা বিভিন্ন সামগ্ৰীৰ সুচল জল পৰিবহণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। কৰিমগঞ্জ আৰু বদৰপুৰত উন্নীত টার্মিনেলে আমদানি-ৰপ্তানিৰ কার্যকলাপ সহজ কৰি তুলিব। এই প্রকল্পবোৰে অসমৰ উপৰি ইয়াৰ কাষৰীয়া ৰাজ্য মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয়ত যোগাত্মক প্রভাৱ পেলাব।

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আজি মুকলি কৰা প্ৰকল্পসমূহে আমাৰ সমৃদ্ধ জলপথৰ নেটৱৰ্কক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰিব। মোদী কি গেৰাণ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহক বিকশিত ভাৰত গঢ়াৰ দিশে শক্তি প্ৰদান কৰিছে। বগীবিলৰ টার্মিনেলে সমগ্র অঞ্চলটোৰ বাবে অর্থনৈতিক বিকাশৰ অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলত উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বাবে বাণিজ্যৰ সুযোগ অধিক বৃদ্ধি পাব।

ত্ৰিপুৰাৰ সোণামূৰাৰ টার্মিনেলে ভাৰত আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক বাণিজ্য অধিক বৃদ্ধি কৰিব। কৰিমগঞ্জ আৰু বদৰপুৰ টার্মিনেলেও বাণিজ্যৰ সম্প্ৰসাৰণৰ লগতে অৰ্থনৈতিক কার্যকলাপ ত্বৰান্বিত কৰিব। এই সকলো প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ সবল দৃষ্টিভংগীক নব গতিশীলতা দিব আৰু উত্তৰ-পূবক ভাৰতৰ বিকাশৰ শক্তিক্ষেত্র হিচাপে ত্বৰান্বিত কৰিব।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ধুবুৰীত ৭.৫ কোটি টকাৰ বিনিয়োগেৰে কাষ্টমছ ইমিগ্রেচন কার্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। যোগীঘোপা টার্মিনেলত সীমাৰ বেৰ নিৰ্মাণৰ বাবে মুঠ ১৮ কোটি টকা ব্যয় কৰা হ’ব। ইয়ে বৃহৎ টার্মিনেলটো সুৰক্ষিত কৰিব।

বিন্ধাকটা, যোগীঘোপা, তেজপুৰ, বিশ্বনাথঘাট, নিমাতী আৰু শদিয়াত মুঠ ৮.৪৫ কোটি টকা ব্যয়েৰে ৬টা পর্যটক জেটিও নির্মাণ কৰা হ’ব। ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত গুৱাহাটীত দুখন বৈদ্যুতিক কাটামাৰান মুকলি কৰা হ’ব। কোচিন শিপইয়ার্ড লিমিটেডে ৩৬ কোটি টকা ব্যয়েৰে বিকশিত কৰা বৈদ্যুতিক কাটামাৰানে গুৱাহাটীৰ জনসাধাৰণৰ বাবে যোগাযোগৰ সুবিধা অধিক বৃদ্ধি কৰিব।

৫০ পেক্স বৈদ্যুতিক হাইব্রিড কাটামাৰান গুৱাহাটীত ক্ৰছ ৰিভাৰ ফেৰী আৰু তীর্থযাত্ৰী পৰ্যটনৰ বাবে ব্যৱহাৰ কৰা হ’ব। ব্রহ্মপুত্র অর্থাৎ ৰাষ্ট্ৰীয় জলপথ-২ আৰু বৰাক অর্থাৎ ৰাষ্ট্ৰীয় জলপথ-১৬ৰ বাবে ১৯খন যাত্রীবাহী জাহাজ প্রদান কৰা হ’ব আৰু ব্ৰহ্মপুত্ৰত দুটা পন্টুন টার্মিনেল নিৰ্মাণ কৰা হ’ব।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ উন্নয়নৰ বাবে নতুন গুৰুত্বপূর্ণ পদক্ষেপ ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “আমি ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র)ত ৬টা পর্যটক জেটি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি গুৱাহাটীত ২খন বৈদ্যুতিক হাইব্রিড কাটামাৰান মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। ভাৰতীয় ড্রেজিং কৰ্প’ৰেশ্যনে উত্তৰ-পূব অঞ্চলত শীঘ্ৰে পুনৰ খনন (ড্রেজিং) কাৰ্য আৰম্ভ কৰিব। এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অভূতপূর্ব পৰিৱৰ্তন সাধনত সহায় কৰিব। আভ্যন্তৰীণ জল পৰিবহণ খণ্ডই ২০১৪ চনৰ পৰা বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত এক অভূতপূর্ব বৃদ্ধিৰ হাৰৰ সাক্ষী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা ১০ বছৰত আমি আমাৰ ২০,০০০ কিলোমিটাৰ দীঘল আভ্যন্তৰীণ জলপথ খণ্ডৰ সম্পূর্ণ সম্ভাৱনা বিকাশ আৰু অন্বেষণৰ বাবে উল্লেখনীয় প্রচেষ্টা চলাইছো। উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহৰ উন্নতিৰ বাবে বিগত কেইবছৰমানত ১,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হৈছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Development Of WaterwaysLaunches Major ProjectsPanduUnion Minister Sarbananda SonowalUnveils Projects Worth 308 Crores For NER
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d