Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Bjp Pressmeet:নীতিহীন, ভ্রষ্টাচাৰী কংগ্ৰেছীৰ মুখত প্রধানমন্ত্রী বিশ্বনেতা নৰেন্দ্ৰ মোদীৰ সমালোচনা শোভা নাপায়

হতাশগ্রস্ত কংগ্ৰেছৰ মিথ্যাচাৰেই একমাত্র অস্ত্র, বিজেপি অসম প্রদেশ

publisher by publisher
February 6, 2024
in Assam, India, News
Reading Time: 3 mins read
0
State Bjp Pressmeet:নীতিহীন, ভ্রষ্টাচাৰী কংগ্ৰেছীৰ মুখত প্রধানমন্ত্রী বিশ্বনেতা নৰেন্দ্ৰ মোদীৰ সমালোচনা শোভা নাপায়
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

State BJP Pressmeet in Guwahati:বিজেপিৰ ৰাজ্যিক কার্যালয়ত মন্ত্রী পিযুষ হাজৰিকাৰ সংবাদমেল

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

State Bjp Pressmeet:

দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক বিকাশৰ বাবে দায়বদ্ধ আৰু প্রতিশ্রুতিবদ্ধ। বিগত চাবে নটা বছৰত অসমৰ সামগ্রিক বিকাশৰ বাবে নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে সর্বাধিক পুঁজি আৱণ্টিত কৰি আন্তঃগাঁথনি নির্মাণৰ যোগেদি উন্নয়নৰ নতুন দিগন্তলৈ আগুৱাই নিবলৈ সক্ষম হৈছে ।

ADVERTISEMENT

এনে স্থলত চৰম হতাশগ্রস্ত, গণবিচ্ছিন্ন অসম প্রদেশ কংগ্রেছৰ নেতৃত্বই উত্থাপন কৰা অভিযোগ চূড়ান্ত অপ ব্যাখ্যা, মনেসজা- ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যেপ্রণোদিত। চূড়ান্ত ভ্রষ্টাচাৰেৰে লুণ্ঠনৰ অভিলেখ গঢ়া নেতাৰ মুখত নৰেন্দ্র মোদীৰ সমালোচনা শোভা নাপায়।

আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন “ত এক সংবাদ মেল সম্বোধন কৰি দলৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই প্রদেশ কংগ্রেছক উভতি ধৰি কয়, ৬ দশকৰো অধিক কাল শাসনত থকা কংগ্রেছ দলে সমগ্র দেশৰ জনসাধাৰণক প্ৰৱঞ্চনা আৰু প্ৰতৰণা কৰিলে। সেই কংগ্ৰেছ দলৰ নেতৃত্বৰ মুখত এতিয়া প্রৱঞ্চনা আৰু প্ৰতৰণা শব্দটো উচ্চাৰিত হ’লে জনসাধাৰণে কোনো কাৰণতে গ্রহণ নকৰে।

মুখ্য মুখপাত্র গৰাকীয়ে লগতে কয়, ২০১৪ চনত কংগ্রেছৰ দিনত বাজেট আছিল ১২ লাখ কোটি টকা। শেহতীয়াকৈ নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বাজেটৰ পৰিমাণ হৈছে ৪৪ লাখ কোটি টকা। দুয়োখন চৰকাৰৰ বাজেটৰ মাজত আকাশ-পাতাল পার্থক্য আছে।

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত সংঘাত জৰ্জৰ অসম তথা উত্তৰ-পূর্বাঞ্চলত শান্তি প্রতিষ্ঠা সম্ভব হ’ল বুলি উল্লেখ কৰি মুখ্য মুখপাত্র গৰাকীয়ে কয়, ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে হিংসাত্মক কার্য সংঘটিত হৈছিল ১১,১২১ টা। ২০১৪ চনৰ পৰা ২০২৩ চনলৈ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শাসনকালত ইয়াৰ সংখ্যা হ্রাস পাই ৩১১৪ টা হৈছে।

নৰেন্দ্র মোদীৰ নেতৃত্বত শান্তি প্রক্রিয়া অব্যাহত থকাৰ ফলশ্রুতিত সম্প্রতি সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৭৫ শতাংশ অঞ্চলেই মুক্ত। তেখেতে কয়, কংগ্ৰেছ চৰকাৰ ছয় দশকৰো অধিক শাসনকাল প্ৰৱঞ্চনাৰ ইতিহাসেৰে সমৃদ্ধ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্র দেশত আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্র বাজ্যতে প্রকৃতার্থত উন্নয়ন হৈছে।

সেয়ে কংগ্ৰেছ দলৰ নেতা সকল এতিয়া শংকিত হৈছে। শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্ৰমণৰ প্ৰতি জনসাধাণে স্বতঃস্ফূত সহাঁৰি প্ৰদান কৰা দেখি কংগ্ৰেছ দলৰ লগতে তথাকথিত ইণ্ডি এলায়েন্স যে কোনো কাৰণতে জনতাৰ সমর্থন লাভ নকৰে সেয়া নিশ্চিত হৈছে। অসমৰ জনসাধাৰণ দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদী সহ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে।

ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপাত্র কল্যান গগৈয়ে আঁত ধৰা সংবাদমেলখনত বক্তব্য ৰাখি দলৰ অন্যতম মুখপাত্র সুভাষ দত্তই প্রদেশ কংগ্রেছৰ নেতা তথা বিধায়ক ভৰত নৰহক কটাক্ষ কৰি কয়, ভৰত নৰহে আজিকালি ঢকুৱাখনালৈ যাবলৈ লাজ কৰে। যি মাতমৰাত বালিৰ মথাউৰি বান্ধি প্রত্যেক বছৰে ৰাজকোষৰ ধন লুণ্ঠন কৰি অহা ভৰত নৰহে এতিয়া এবাৰ গৈ মাতমৰা মথাউৰিটো এবাৰ চালেই নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ উন্নয়নৰ নমুনা উপলব্ধি কৰিব পাৰিব।

ঢকুৱাখানাৰ চাৰিআলিৰ পৰা ডিব্ৰুগড়লৈকে এক ঘণ্টাত পাব পৰাকৈ সেই একেটা মথাউৰিৰ ওপৰৰে বগীবিল হৈ সুন্দৰ পথ নির্মাণ কৰা হৈছে। লুণ্ঠনকাৰীৰ মুখত নীতি-বাক্য শোভা নাপায় বুলি উল্লেখ কৰি মুখপাত্র সুভাষ দত্তই লগতে কয়, ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে কংগ্রেছী সকলে অসমৰ পৰা নির্বাচিত কৰি পঠিওৱা ৬০ মনমোহন সিং দেশৰ প্রধানমন্ত্রী আছিল।

সেইখন ইউ পি এ চৰকাৰৰ দিনত ত্রয়োদশ বিত্তীয় আয়োগৰ যোগেদি অসমলৈ ধনৰ অবণ্টন দিছিল মাত্র ৫৮ হাজাৰ কোটি টকা। কিন্তু নৰেন্দ্র মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে চতুর্দশ বিত্তীয় আয়োগৰ যোগেদি অসমলৈ মোকলাই দিলে ১ লাখ ৫৫ হাজাৰ কোটি টকা। ন্যায় যাত্রা কৰা কংগ্রেছে ইউ পি এ চৰকাৰৰ আমোলত অসমৰ ভূ-গর্ভত সঞ্চিত হৈ থকা মূল্যবান প্রাকৃতিক সম্পদ খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ বাবদ পাব লগা ৰয়েন্টি আৰু চেচৰ ধন বন্ধ কৰি অসমক চূড়ান্তভাবে অন্যায় আৰু বঞ্চনা কৰিছিল।

দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খাৰুৱা তেলৰ ৰয়েল্টি ধন ৭,৭৭০ কোটি টকা মুকলি কৰি দিছিল। মুখপাত্রজনে লগতে কয়, দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমৰ ৰাইজৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই অসমৰ ৰাইজে আন্দোলন নকৰাকৈয়ে নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা তিনি মিলিয়ন মেট্রিক ট’নৰ পৰা ন মিলিয়ন মেট্রিক ট’নলৈ বৃদ্ধি কৰাৰ লগতে নুমলীগড়ত এটা বায় ৰিফাইনেৰী নিৰ্মাণৰ কাম আৰম্ভ কৰিলে।

কংগ্রেছৰ বঞ্চনাৰ বিপৰীতে ভাৰতীয় জনতা পার্টিৰ চৰকাৰে অসমৰ উন্নয়নৰ বাবে বিগত চাৰে ন বছৰত বিভিন্ন আঁচনি আৰু প্রকল্পৰ বিপৰীতে চাৰি লাখ সত্তৰ হাজাৰ কোটি টকা মুকলি কৰি দিছে বুলি উল্লেখ কৰি মুখপাত্র সুভাষ দত্তই কয়, দেশৰ প্রধানমন্ত্রীৰ আৰ্শীবাদ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সুস্থিৰ তথা সুদক্ষ বিত্তীয় ব্যৱস্থাপনাৰ বাবেই কংগ্রেছৰ আমোলত অসমত অতি দৰিদ্ৰতাৰ কবলত থকা ৩৬শতাংশ লোকৰ ২২.৫ শতাংশ লোকেই দৰিদ্র মুক্ত হৈ উন্নত জীবনধাৰণ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে।

অসম মুখ্যমন্ত্রীৰ বলিষ্ঠ নেতৃত্বত অসমত ২৩ খন মেডিকেল কলেজ, ৬ খন ইঞ্জিনিয়াৰিং কলেজ, ৬ খন আদর্শ মহিলা মহাবিদ্যালয়, ২৭ খন পলিটেকনিক, চাংচাৰিত এইমছ, মঙলদৈ স্কীল বিশ্ববিদ্যালয়, ৩০০ খন মডেল হাস্পাতাল, ৬০০ খন প্রাথমিক স্বাস্থ্য কেন্দ্র, চাহ বাগিচাত ২০০ খন উচ্চ মাধ্যমিক বিদ্যালয় নির্মাণৰ লগতে ৰাজ্যখনৰ ৩২ হাজাৰ কিলোমিটাৰ পথ পকীকৰণ আৰু ২০০০ খন কাঠৰ দলং পকীকৰণ কৰি ৰাইজৰ সেৱাৰ্থে মুকলি কৰি দিয়া হৈছে।

সেয়েহে কংগ্ৰেছৰ বক্তব্য মনেসজা, ভিত্তিহীন, বাজনৈতিক উদ্দেশ্যেপ্রণোদিত আৰু সত্যৰ চূড়ান্ত অপলাপ বুলি উল্লেখ কৰি ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্র কৰি থকাতকৈ গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিবলৈ কংগ্রেছৰ নেতৃত্বৰ প্রতি সংবাদ মেলখনত আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chief SporkspersonManoj BaruahState Bjp Pressmeet
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d