Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Trinamool Congress : চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ তথ্যক নস্যাৎ অসম তৃণমূল কংগ্ৰেছৰ

publisher by publisher
March 20, 2023
in Assam, News
Reading Time: 1 min read
0
Trinamool Congress : চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ তথ্যক নস্যাৎ অসম তৃণমূল কংগ্ৰেছৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Trinamool Congress :

ADVERTISEMENT

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভুৱা তথ্যৰে চমক সৃষ্টি কৰি বা: বা: ল’ব বিচাৰিছে। এই অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই।

দলৰ গুৱাহাটীস্হ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত শৰ্মাই কয়,’শেহতীয়া বাজেটত আৰ্থিক বিকাশৰ বৃদ্ধি হোৱা বুলি কোৱা হৈছে।

বাজেটৰ চমতকাৰ অনুসৰি সম্প্ৰতি ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতি ইমানেই ভাল যে এই হাৰত আগবাঢ়ি ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ‌ হ’বগৈ ৪০ শতাংশ।

কিন্তু এয়া সম্ভৱ নে? শেহতীয়াকৈ ১,৩২,০০০ কোটি টকাৰ ঋণত ককবকাই থকা ৰাজ্যখনত ২০২৩-২৪ বৰ্ষত কি যাদুৰ বলত বিকাশ একেকোবে ৪০ শতাংশ হ’বগৈ?

আনহাতে বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদন ২০২৩-২৪ বৰ্ষত ৫.৫০ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি উল্লেখ কৰিছে। আচলতে ঋণ লোৱাৰ সুবিধা হ’বৰ বাবেই ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জিডিপি বেছিকৈ দেখুৱাইছে।

সাধাৰণতে প্ৰকৃত জিডিপিৰ ওপৰতহে ঋণ ল’ব পাৰে। কিন্তু বাজেটত কাৰেণ্ট জিডিপিহে দেখুৱাইছে। ৰীয়েল জিডিপি কাৰেণ্ট জিডিপিতকৈ ডেৰলাখ কোটি টকা কমকৈ আহে।

আনহাতে বিগত বৰ্ষবোৰত বাজেটত নিৰ্ধাৰণ কৰা ধনৰ বহু শতাংশই অব্যৱহৃত হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে বিত্তমন্ত্ৰী হৈ থকা কালত আগবঢ়োৱা বাজেটত নিৰ্ধাৰণ কৰা প্ৰায় দুই লাখ কোটি টকা অব্যৱহৃত হৈ আছে।

আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা তিনি বছৰৰ ভিতৰত অসমে পঞ্জাৱক চেৰ পেলাব বুলি কৈছে। কিন্তু এয়াও অবাস্তৱ কথা। কিয়নো অসমৰ ৭৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল।কিন্তু মুঠ ঘৰুৱা উৎপাদনত ২০১১-১২ বৰ্ষত কৃষি খণ্ডৰ অৰিহণা ১৯.৮৯ৰ পৰা হ্ৰাস পাই ২০২১-২২ বৰ্ষত হৈছেগৈ ১৮.৮ শতাংশ।

আনহাতে অসমৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধাৰ পৰিমাণ মাত্ৰ ১০ শতাংশ আৰু পঞ্জাৱত এই পৰিমাণ ৯২ শতাংশ। সৰ্বভাৰতীয় হাৰ ৩৫ শতাংশ।

সাৰ প্ৰয়োগৰ ক্ষেত্ৰতো প্ৰতি হেক্টৰত সৰ্বভাৰতীয় ২০৯.৪ কিল’গ্ৰামৰ বিপৰীতে অসমৰ মাত্ৰ ৬৭.৫১ কিলোগ্ৰাম। ইফালে ২০১৪ চনৰ পৰা ২০২১ লৈ নিবনুৱা ১৭,৪৬,৫২০ ৰ পৰা ২২,০০,১২৫ লৈ বৃদ্ধি পাইছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCm Himanta Biswa SarmaTrinamool Congress
publisher

publisher

Related Posts

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d