Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sarbanandra Sonowal:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৰাম মন্দিৰৰ ঐতিহাসিক প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত

ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰৰ পৰা ভার্চুৱেলী যোগদান, সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ হনুমান মন্দিৰ আৰু ৰামদেৱ মন্দিৰত 'স্বচ্ছ তীৰ্থ অভিযান'ত অংশগ্রহণ, "ৰাম মন্দিৰ কেৱল আস্থা-বিশ্বাসৰে প্ৰতীক নহয়, এয়া সনাতনী সভ্যতা-সংস্কৃতি, সম্প্রীতি আৰু মূল্যবোেধৰো যুগমীয়া প্ৰতীক": সর্বানন্দ সোণোৱাল

publisher by publisher
January 22, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Sarbanandra Sonowal:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৰাম মন্দিৰৰ ঐতিহাসিক প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbanandra Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ হনুমান মন্দিৰ আৰু ৰামদেৱ মন্দিৰ দৰ্শন কৰে আৰু লগতে আউনীআটী শাখা সত্ৰ ভ্ৰমণ কৰি ভক্তিপ্ৰাণ ৰাইজৰ সৈতে ভার্চুৱেলী অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত যোগদান কৰে।

ADVERTISEMENT

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘স্বচ্ছ তীৰ্থ অভিযান’ৰ অংশ হিচাপে হনুমান মন্দিৰ আৰু ৰামদেৱ মন্দিৰত স্বচ্ছতাৰ অভিযানা হাতত লয়। এই সময়ছোৱাত স্থানীয় বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকে।

এই সন্দর্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৱিত্ৰ ক্ষণত আমি দেশবাসী একত্ৰিত হোৱাৰ এই গৌৰৱোজ্জ্বল সময়ত আমাৰ মহান ৰাষ্ট্ৰক সংজ্ঞায়িত কৰা একতা আৰু সহিষ্ণুতাৰ ভাৱনাক আঁকোৱালি লওঁ আহক। ৰাম মন্দিৰ কেৱল আস্থা- বিশ্বাসৰে প্ৰতীক নহয়, এয়া সনাতনী সভ্যতা-সংস্কৃতি, সম্প্রীতি আৰু মূল্যবোেধৰো যুগমীয়া প্ৰতীক। ৫০০ বছৰৰ অপেক্ষাৰ অন্তত এই
ঐতিহাসিক ক্ষণে প্ৰতিগৰাকী সনাতনীক আহ্লাদিত কৰিছে। ইয়াৰ সৈতে জড়িত হৈ আছে অলেখ ভক্তিপ্রাণ লোকৰ সংগ্ৰাম, কষ্ট, ত্যাগ আৰু প্ৰাণাহুতিৰ ইতিহাস। প্ৰভু শ্ৰীৰামচন্দ্ৰ অযোধ্যাত বিৰাজমান হোৱাৰ মাহেন্দ্ৰ ক্ষণ উদযাপনৰ মাজেৰে আমি অনাগত দিনবোৰত দেশক প্ৰগতিৰ নতুন শিখৰত উপনীত কৰিবলৈ পণ লওঁ আহক। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ আশীৰ্বাদ সকলোৰে জীৱনত বৰ্তি থাকক আৰু মৰ্যাদা পুৰুষোত্তমৰ আশীর্বাদে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমর্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে উদ্বুদ্ধ কৰক, তাৰেই কামনা কৰিলোঁ।

এই ঐতিহাসিক ক্ষণত পূর্ণোদ্যমে চামিল হৈ গৌৰৱোজ্জ্বল সময়ক উদযাপন কৰা ভক্তিপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত মুখ্য যজমান হিচাপে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালে ডিব্ৰুগড়ৰ লক্ষী নগৰৰ আউনীআটী শাখা সত্ৰৰ পৰা ভার্চুৱেলী অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত চামিল হয়।

লগতে সোণোৱালে কয়, “ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ গৌৰৱময় অনুষ্ঠানৰ জৰিয়তে কোটি কোটি ভক্তিপ্রাণ লোকৰ আশা-আকাংক্ষা বাস্তৱত পৰিণত হ’ল। ৰাম মন্দিৰ আমাৰ সকলোৰে বাবে আৰু চিৰদিনলৈ আমাৰ বাবে। এই ঐতিহাসিক ক্ষণটোলৈ দেশবাসীৰ সৈতে ময়ো অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ আৰু আজি সেই ক্ষণ পূৰ্ণ হোৱাত ধন্য অনুভৱ কৰিছোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DIBRUGARHRamlala pran PratisthaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d